• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম…

এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম…

3 years ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

8 minutes ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

1 hour ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

4 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

4 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

5 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

5 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

5 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

6 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

6 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

7 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

8 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম…

editor by editor
September 6, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম…
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুধবাৰৰ পৰা জন্মাষ্টমী। পঞ্জিকা অনুসৰি ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালন কৰা হয় জন্মাষ্টমী। পুৰাণমতে দ্বাপৰযুগৰ এই তিথিতেই মানৱৰূপে মৰ্ত্যত আবিৰ্ভূত হৈছিল ভগৱান শ্ৰী কৃষ্ণ। সাধাৰণতে ভাদ মাহৰ প্ৰথম দিনাই জন্মাষ্টমী পালন কৰা হয়। লোকবিশ্বাস যে জন্মাষ্টমীৰ দিনা কিছু কাম ভুলতো কৰিব নালাগে। সৰু এটা এটা ভুলেই সৰ্বনাশ মাতি আনিব পাৰে। কি কাম কৰিলে বিপদ হ’ব? জন্মাষ্টমীৰ দিনা এইকেইটা কাম ভুলতো নকৰিব।

১) ঘৰত জন্মাষ্টমীৰ পুজা থাকিলে দেৰীকৈ টোপনিৰ পৰা নুঠিব। সম্ভৱ হ’লে গংগাস্নান কৰিব। বগা বস্ত্ৰ পৰিধান কৰক।
২) জন্মাষ্টমীৰ দিনা ভুলতো পূজাঘৰত বাহি ফুল বা আগদিনাৰ ফুল নথব।
৩) ষ্টিলৰ চাকি ব্যৱহাৰ নকৰিব।
৪) ঘৰত জন্মাষ্টমীৰ পুজা থাকিলে পুজা শেষ নোহোৱালৈকে খাদ্য সেৱন নকৰিব।

কি কি কৰা উচিত?
১) জন্মাষ্টমীৰ পুজাত বহোতে বগা বস্ত্ৰ পৰিধান কৰক।
২) শ্ৰী কৃষ্ণৰ পুজাত ফ্ৰেছ ফুল ব্যৱহাৰ কৰিব।
৩) তাম, পিতল নহ’লে মাটিৰ প্ৰদীপ ব্যৱহাৰ কৰিব।
৪) প্ৰসাদত মাখন, মিছৰি ৰাখিবলৈ নাপাহৰিব। প্ৰসাদৰ সৈতে তুলসী পাত দিব।
৫) জন্মাষ্টমীত কৃষ্ণ আৰু বলৰামৰ হাতত ৰাখী বান্ধিব। এনেকৈ ৰাখী বান্ধিলে আপুনি অনায়াসেই বিপদৰ পৰা ৰক্ষা পাব।
৬) জন্মাষ্টমীত শংখৰ মাজত গাখীৰ থ’বলৈ নাপাহৰিব।
৭) ময়ূৰৰ পাখি ঘৰলৈ আনিবলৈ নাপাহৰিব।
৯) সৰু ৰূপৰ বাঁহী এটা ঘৰলৈ আনিব পাৰে। পুজা পাঠ শেষ কৰি সেই বাঁহী নিজৰ বেগত সোমোৱাই থ’ব। তেনেকৈ ৰাখিলে আৰ্থিক দিশত কোনো সমস্যাৰ সন্মুখীন নহয়।
১০) ঘৰলৈ গৰু আনিব পাৰে। ঈশ্বৰৰ কৃপাত আপোনাৰ সমৃদ্ধি বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?
ক্ৰীড়া

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

March 29, 2026
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা
বাণিজ্য

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

March 29, 2026
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা
জীৱনশৈলী

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

March 29, 2026
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো
জীৱনশৈলী

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

March 29, 2026
Next Post
বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও… ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে

বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও... ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে

কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.