• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাৰদীয় দুৰ্গোৎসৱক লৈ আহি গ’ল নতুন SOP, এইবাৰ পূজাত কি কি নতুন নিয়ম?

2 years ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

10 minutes ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

1 hour ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

2 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

3 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

4 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

5 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

6 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

7 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শাৰদীয় দুৰ্গোৎসৱক লৈ আহি গ’ল নতুন SOP, এইবাৰ পূজাত কি কি নতুন নিয়ম?

শাৰদীয় দুৰ্গোৎসৱক লৈ আহি গ’ল নতুন SOP, এইবাৰ পূজাত কি কি নতুন নিয়ম?

editor by editor
September 4, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, ভাৰত
0
শাৰদীয় দুৰ্গোৎসৱক লৈ আহি গ’ল নতুন SOP, এইবাৰ পূজাত কি কি নতুন নিয়ম?
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গা পূজা।

সমাগত শাৰদীয় দুৰ্গোৎসৱক লৈ মহানগৰীত পূৰ্বেই ঘোষণা কৰা হ’ল SOP

দুৰ্গোৎসৱক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে SOP

দুৰ্গা পূজাত সলনি হ’ব মহানগৰীৰ পথ নিৰ্দেশনা

ফ্লাই অভাৰ নিৰ্মাণকাৰ্যৰ বাবে সলনি হ’ব পূজা চাবলৈ যোৱাৰ পথ৷

লালগণেশ, ৰুক্মিণী গাঁও, চানমাৰিত থাকিব পথ নিৰ্দেশনা৷

কমিটীসমূহে পূজা পাতিবলৈ অনলাইন পঞ্জীয়ন কৰিব লাগিব।

কোনো পূজাস্থলীতে উচ্চস্বৰত বজাব নোৱাৰিব সংগীত।

পূজাথলীত ৰাখিব নোৱাৰিব পেট্ৰ’ল, কেৰাচিনজাতীয় দ্ৰব্য।

প্ৰতিখন পূজা মণ্ডপত CCTV কেমেৰা লগোৱাটো বাঞ্চনীয়।

১ মাহলৈ ডিলিট কৰিব নোৱাৰিব চিচিটিভি কেমেৰাৰ ফুটেজ৷

পথ বন্ধ কৰি স্থাপন কৰিব নোৱাৰিব লাইটিং গেট৷

প্ৰশাসনে পূজা মণ্ডপৰ চাৰিওফালে ৰাখিব তীক্ষ্ণ নজৰ।

প্ৰতিমাৰ পিছফালৰ ঠাই খালী ৰখাৰ নিদেৰ্শ প্ৰশাসনৰ।

প্ৰতিমা বিসৰ্জনৰ বাবে অহা গাড়ী চালকলৈয়ো আছে কেইবাটাও নিৰ্দেশনা৷

সুৰাপান কৰি গাড়ী চলাব চলালে বাতিল হ’ব চালকৰ লাইছেঞ্চ৷

বাহন চলোৱাত বাধা থাকিব লাইচেঞ্চবিহীন চালকৰ।

প্ৰশাসন, আৰক্ষী, পৰিবহণ বিভাগ আৰু পূজাকমিটিৰ বিষয়ববীয়াৰ বৈঠকত এই সিদ্ধান্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
Next Post
এতিয়াই জানি থওক! পিতৃপক্ষৰ সময়ত ভুলতো দান নকৰিব এই ৭সামগ্ৰী, পূণ্যৰ সলনি পাপৰ বোজা কঢ়িয়াব আপুনি

শনিৰ দৰবাৰত আপুনিও পাব পাৰে মহাশাস্তি, কি কি ভুল কৰিলে ক্ৰোধিত হয় শনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন