• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ মে’ত নিষিদ্ধ বিজয় উৎসৱ

২ মে’ত নিষিদ্ধ বিজয় উৎসৱ

6 years ago
সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

15 minutes ago
বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

38 minutes ago
টকলা মূৰত পুনৰ গজিব চুলি! ঔষধৰ সলনি নতুন যন্ত্ৰ উদ্ভাৱন বিজ্ঞানীৰ

টকলা মূৰত পুনৰ গজিব চুলি! ঔষধৰ সলনি নতুন যন্ত্ৰ উদ্ভাৱন বিজ্ঞানীৰ

57 minutes ago
‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

2 hours ago
পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

2 hours ago
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

3 hours ago
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

4 hours ago
কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

4 hours ago
চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

5 hours ago
পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

5 hours ago
৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

6 hours ago
মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২ মে’ত নিষিদ্ধ বিজয় উৎসৱ

editor by editor
April 27, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
২ মে’ত নিষিদ্ধ বিজয় উৎসৱ
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা বিজয় উৎসৱ অথবা ৰেলী নিষিদ্ধ কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে। অসমসহ মুঠ ৪ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব ২ মে’ত। তাৰ পূৰ্বেই ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লগতে আয়োগে কয় যে ফলাফল ঘোষণাৰ পাছত যিকোনো প্ৰাৰ্থীয়ে মাত্ৰ দুজন লোকক লগত লৈ জয়ৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। অসম,পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২ মে’ত। ৪ খন ৰাজ্যত নিৰ্বাচন সমাপ্ত হৈছে যদিও পশ্চিমবংগত বাকী আছে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ভাৰতত ক’ৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। উল্লেখ্য, নিৰ্বাচনী প্ৰেক্ষাপটত ৰাজনৈতিক দলসমূহে চলোৱা প্ৰচাৰৰ ক্ষেত্ৰত  নিৰ্বাচন আয়োগৰ নিৰ্লিপ্ততাক ধিক্কাৰ দিছিল মাদ্ৰাছ উচ্চ ন্যায়ালয়ে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ কটু মন্তব্যৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় নিৰ্বাচন আয়োগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24election commission of indiamadras high court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!
জীৱনশৈলী

সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

November 19, 2026
‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ
ভাৰত

‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

November 19, 2026
পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?
ৰাজনীতি

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

November 19, 2026
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি
অসম

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

November 19, 2026
Next Post
নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন, কাক কাক ৰেহাই?

নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন, কাক কাক ৰেহাই?

কাজিৰঙাত পানী নাই, জীৱকুলৰ হাহাকাৰ

কাজিৰঙাত পানী নাই, জীৱকুলৰ হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.