শিক্ষাতো দেশৰ ভিতৰতে অসমৰ স্থান শেষৰ ফালে। পৰিৱর্তন, বিকাশ একোৱেই চুব পৰা নাই ৰাজ্যৰ শিক্ষাখণ্ডত। কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাত লজ্জাজনক তথ্য।