• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয়ুষ্মান ভাৰতক লৈ বৃহৎ সিদ্ধান্ত কেন্দ্ৰৰ, উপকৃত হ’ব দেশৰ ৬কোটি প্ৰবীণ নাগৰিক, কেনেকৈ লাভ কৰিব এই সুবিধা?

আয়ুষ্মান ভাৰতক লৈ বৃহৎ সিদ্ধান্ত কেন্দ্ৰৰ, উপকৃত হ’ব দেশৰ ৬কোটি প্ৰবীণ নাগৰিক, কেনেকৈ লাভ কৰিব এই সুবিধা?

2 years ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

21 minutes ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

1 hour ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

4 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

5 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

6 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

7 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

7 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

8 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

9 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আয়ুষ্মান ভাৰতক লৈ বৃহৎ সিদ্ধান্ত কেন্দ্ৰৰ, উপকৃত হ’ব দেশৰ ৬কোটি প্ৰবীণ নাগৰিক, কেনেকৈ লাভ কৰিব এই সুবিধা?

আয়ুষ্মান ভাৰতক লৈ বৃহৎ সিদ্ধান্ত কেন্দ্ৰৰ, উপকৃত হ’ব দেশৰ ৬কোটি প্ৰবীণ নাগৰিক, কেনেকৈ লাভ কৰিব এই সুবিধা?

editor by editor
September 12, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
আয়ুষ্মান ভাৰতক লৈ বৃহৎ সিদ্ধান্ত কেন্দ্ৰৰ, উপকৃত হ’ব দেশৰ ৬কোটি প্ৰবীণ নাগৰিক, কেনেকৈ লাভ কৰিব এই সুবিধা?
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰবীণ নাগৰিকসকলৰ বাবে থকা আয়ুষ্মান ভাৰত যোজনাৰ অধীনত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ আয়ুষ্মান ভাৰতৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত এইবাৰ ৭০ বছৰ কিংবা তাতোকৈ বেছি বয়সীয়াল লোকে বছৰত প্ৰায় ৫লাখ টকাকৈ স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব৷ ইয়াৰফলত দেশৰ ৬ কোটি প্ৰবীণ নাগৰিক উপকৃত হ’ব৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছতেই বিবৃতিযোগে এই কথা জনোৱা হৈছে৷

বিগত সময়চোৱাত কোনো পৰিয়ালত আয়ুষ্মান ভাৰতৰ অধীনত বছৰত ৫লাখ টকাৰ স্বাস্থ্য বীমা পোৱা গৈছিল৷ এতিয়া কেন্দ্ৰৰ তৰফৰ পৰা দিয়া বিবৃত্তিত কোৱা হৈছে যে আৰ্থ সামাজিক অৱস্থা যিয়েই নহওক কিয় দেশৰ সমস্ত প্ৰবীণ নাগৰিকে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা পাব৷ তেওঁলোকক আকৌ  পৃথককৈ কাৰ্ড দিয়া হ’ব৷

আয়ুষ্মান ভাৰত প্ৰকল্পৰ অধীনত কোনো পৰিয়ালে বছৰি ৫লাখ টকাৰ স্বাস্থ্য বিমা পায়৷ ৭০ কিংবা তাতকৈ বেছি বয়সীয়াল কোনো ব্যক্তিয়ে এতিয়া পৰিয়ালত আয়ুষ্মান কাৰ্ড থাকিলেও পৃথককৈ আন এখন আয়ুস্মান কাৰ্ড লাভ কৰিব৷ আৰু সেই কাৰ্ডৰ পৰা তেওঁ বছৰি ৫লাখ টকাৰ স্বাস্থ্য বিমা পাব৷ ৭০ বছৰতকৈ কম বয়সৰ ব্যক্তিয়ে এই বীমাৰ সুযোগ অৱশ্যে লাভ নকৰিব৷ এইক্ষেত্ৰত এটা পৰিয়ালৰ কোনো প্ৰবীণ ব্যক্তি থাকিলে তেওঁ ৫লাখ টকা আৰু বাকিসকলেও ৫লাখ টকাকৈ স্বাস্থ্য বীমা লাভ কৰিব৷

যদি প্ৰবীণ ব্যক্তিগৰাকীৰ কোনো চৰকাৰী স্বাস্থ্য বীমা যেনে চেন্ট্ৰেল গভৰ্ণমেণ্ট হেলথ স্কিম, আয়ুষ্মান চেন্ট্ৰেল আৰ্মড পুলিছ ফৰ্ছ কিংবা এক্স ছাৰ্ভিছমেন কনট্ৰিবিউটৰি হেলথ স্কিমৰ আওতাত থাকিব, তাৰপৰা তেওঁ নিজৰ পছন্দ বাছি ল’ব পাৰে৷ কোনোৱে বেচৰকাৰী স্বাস্থ্য বীমা কৰোৱালে তেওঁ আয়ুষ্মান ভাৰত স্বাস্থ্য বীমাৰ সুবিধা পাব৷

উল্লেখ্য যে চলিত বছৰৰ এপ্ৰিলৰ পৰাই ৭০ কিংবা তাতকৈ বেছি বয়সীয়া ব্যক্তিৰ বাবে এই স্বাস্থ্য বীমাৰ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছতেই এক্স হেণ্ডেলত পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে, ৬কোটি মানুহে ইয়াৰ সুবিধা লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?
বাণিজ্য

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

July 17, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
Next Post
পিতৃপক্ষৰ প্ৰথম দিনাই চন্দ্ৰগ্ৰহণ, গ্ৰহণৰ অন্ধকাৰতো ভাল সময় আহি আছে এই ৫ৰাশিৰ বাবে

পিতৃপক্ষৰ প্ৰথম দিনাই চন্দ্ৰগ্ৰহণ, গ্ৰহণৰ অন্ধকাৰতো ভাল সময় আহি আছে এই ৫ৰাশিৰ বাবে

মাত্ৰ দুদিন সময় আছে হাতত! বিনামূলীয়াকৈ কেনেকৈ কৰিব আধাৰৰ আপডেট? সবিশেষ

মাত্ৰ দুদিন সময় আছে হাতত! বিনামূলীয়াকৈ কেনেকৈ কৰিব আধাৰৰ আপডেট? সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.