• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বাহৰুখ আৰু দীপিকাৰ নামত FIR! সৰু যেন লাগিলেও, এনে কি ডাঙৰ ভুল কৰিছে বলীউডৰ দুই তাৰকাই?

শ্বাহৰুখ আৰু দীপিকাৰ নামত FIR! সৰু যেন লাগিলেও, এনে কি ডাঙৰ ভুল কৰিছে বলীউডৰ দুই তাৰকাই?

12 months ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

25 minutes ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

59 minutes ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

2 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

3 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

4 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

20 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

20 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

20 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

21 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

22 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

22 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

শ্বাহৰুখ আৰু দীপিকাৰ নামত FIR! সৰু যেন লাগিলেও, এনে কি ডাঙৰ ভুল কৰিছে বলীউডৰ দুই তাৰকাই?

শ্বাহৰুখ আৰু দীপিকাৰ নামত FIR! সৰু যেন লাগিলেও এনে কি ডাঙৰ ভুল কৰিছে বলীউডৰ দুই তাৰকাই?

editor by editor
August 27, 2025
in অপৰাধ, জীৱনশৈলী
0
শ্বাহৰুখ আৰু দীপিকাৰ নামত FIR! সৰু যেন লাগিলেও, এনে কি ডাঙৰ ভুল কৰিছে বলীউডৰ দুই তাৰকাই?
0
SHARES
838
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক বাহনৰ বিজ্ঞাপনত একেলগে দেখা গৈছিল দীপিকা পাডুকন আৰু শ্বাহৰুখ খানে৷ আৰু সেই কাৰণতেই বলীউডৰ দুই অভিনেতা আৰু হুণ্ডাই কোম্পানীৰ ৬গৰাকী কৰ্মকৰ্তাৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে৷

FIR দাখিল কৰা হৈছে ৰাজস্থানৰ ভাৰতপুৰত৷ এই গোচৰ তৰিছে এজন স্থানীয় বাসিন্দাই৷ তেওঁৰ অভিযোগ, ২০২২ চনত তেওঁ ক্ৰয় কৰা হোণ্ডাই আলকাজাৰ SUV ত কেইবা মাহৰ পৰা বিভিন্ন প্ৰযুক্তিগত সমস্যাই দেখা দিছে৷ তেওঁ আকৌ অভিযোগ কৰিছে যে বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো কোম্পানী.এ সমস্যাসমূহ সমাধান কৰি দিয়াত ব্যৰ্থ হৈছে৷ ৰাজস্থানৰ ভাৰতপুৰৰ বাসিন্দা কীৰ্তি সিংহৰ অভিযোগত তেওঁ স্পষ্টকৈ জনাইছে যে তেওঁ হোণ্ডাই কোম্পানীৰ বাহনখন ২৩ লাখ টকাতকৈয়ো বেছি দামেৰে ক্ৰয় কৰিছিল৷

আৰক্ষীয়ে প্ৰথমে তেওঁৰ অভিযোগ নথিভুক্ত কৰিবলৈ অস্বীকাৰ কৰিছিল তেতিয়াই কীৰ্তি আদালতকৈ যায়৷ আদালতৰ নিৰ্দেশত ২৫ আগষ্টত মথুৰা গেট থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০, ৪০৬ আৰু ১২০ বি ধাৰা, আৰু ভাৰতীয় ন্যায়সংহিতাৰ ৩১২, ৩১৮, ৩১৬, ৬১ আৰু ১৭৫(৩) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷

হোণ্ডাই মটৰ ইণ্ডিয়াৰ শীৰ্ষ কৰ্মকৰ্তাসকলৰ নামো উল্লেখ কৰিছে গোচৰত৷ তেওঁ আদালতত তৰা গোচৰত নাম অন্তৰ্ভুক্ত আছে,  হোণ্ডাইৰ ব্যৱস্থাপনা পৰিচালক এনচো কিম, চিইঅ তৰুণ গাৰ্গ, মালৱা অটো চেলছ প্ৰাইভেট লিমিটেডৰ এম ডি নিতিন শৰ্মা আৰু পৰিচালক প্ৰিয়ংকা শৰ্মা৷ তেওঁ ব্ৰেণ্ডটোৰ সমৰ্থন আৰু প্ৰচাৰৰ বাবে অভিনেতা দীপিকা পাডুকন আৰু শ্বাহৰুখ খানকো অভিযুক্ত কৰিছে৷ তেওঁ দীপিকা আৰু শ্বাহৰুখক ত্ৰুতিপূৰ্ণ পণ্যৰ প্ৰচাৰৰ বাবে দায়ী কৰি যুক্তি দিছে যে তেওঁলোকে এনে ব্ৰেণ্ডৰ বিজ্ঞাপন দি গ্ৰাহকক বিভ্ৰান্ত কৰিছে৷ বৰ্তমানলৈকে অৱশ্যে দীপিকা আৰু শ্বাহৰুখৰ তৰফৰ পৰা এই অভিযোগৰ কোনো প্ৰতিক্ৰিয়া অহা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
Next Post
শ্বপিং মল, দোকান, ৰেষ্টুৰেণ্টত আৰু দিব নালাগে মোবাইল নম্বৰ! কি কৈছে কেন্দ্ৰৰ নতুন আইনে?

শ্বপিং মল, দোকান, ৰেষ্টুৰেণ্টত আৰু দিব নালাগে মোবাইল নম্বৰ! কি কৈছে কেন্দ্ৰৰ নতুন আইনে?

শনি-মঙ্গলৰ সংঘাত! ১৩ ছেপ্টেম্বৰ পৰ্যন্ত ভয়ংকৰ সময়, এটাৰ পাছত আনটো বিপদ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শনি-মঙ্গলৰ সংঘাত! ১৩ ছেপ্টেম্বৰ পৰ্যন্ত ভয়ংকৰ সময়, এটাৰ পাছত আনটো বিপদ আহিব এই ৩ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.