• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

4 months ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

1 hour ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

2 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

2 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

3 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

3 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

3 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

4 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

4 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

5 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

6 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

জালত অভিযুক্ত, ২৯জনকৈ অভিযুক্তক আদালতৰ শাস্তি

editor by editor
July 4, 2026
in অপৰাধ, বিবিধ, বিশ্ব
0
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বত খলকনি তোলা এটা বাতৰি আহিছে ইউৰোপৰ দেশ ছুইডেনৰ পৰা। দেশখনৰ এজন ৬১ বছৰীয়া লোকক আদালতে ৪.৫ বছৰৰ কাৰাদণ্ড বিহিছে। লোকজনৰ অপৰাধৰ বিষয়ে জানিলে আপোনাৰ চকু কপালত উঠিব। এই নষ্ট চৰিত্ৰৰ লোকজনে নিজৰ পত্নীক জোৰকৈ দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ অভিযোগ প্ৰমাণিত হোৱাৰ পিছতে দেশখনৰ আদালতে এই ৰায় দিয়ে। আদালতৰ ৰায় অনুসৰি, অভিযুক্ত লোকজনে পত্নীৰ বিৰুদ্ধে নিৰ্যাতন, মৃ*ত্যুৰ ভাবুকি দিয়াৰ উপৰিও ঘৰৰ বিভিন্ন স্থানত cctv সংস্থাপন কৰি পত্নীক চোকা নজৰত ৰাখিছিল। লোকজনৰ বিৰুদ্ধে বলপূৰ্বক যৌ*ন নিৰ্যাতনৰ চেষ্টা, দে*হ ব্যৱসায়ত বাধ্য কৰা, শাৰীৰিক আক্ৰমণ, ভাবুকি প্ৰদানকে ধৰি একাধিক গুৰুতৰ অপৰাধ প্ৰমাণিত হৈছে। এই লোকজনৰ উপৰিও ধনৰ বিনিময়ত তেওঁৰ পত্নীৰ সৈতে বলপূৰ্বক যৌ*ন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত আন ২৮জন লোককো দোষী সাব্যস্ত কৰি ৰায়দান কৰিছে ছুইডেনৰ পূব উপকুলৰ হেৰ্নোচাণ্ড আদালতে। ৬১ বছৰীয়া অভিযুক্ত লোকজনে পত্নীক প্ৰায় ১২০ জন পুৰুষৰ সৈতে ধনৰ বিনিময়ত বলপূৰ্বকভাৱে যৌ*ন কাৰ্যত দীৰ্ঘদিন ধৰি লিপ্ত কৰোৱাইছিল।

২০২২চনৰ পৰাই কৰি আহিছিল এই অপৰাধ

ইপিনে আদালতত অভিযুক্তই সকলো অভিযোগ অস্বীকাৰ কৰি কয় যে -তেওঁ কেৱল দুয়োপক্ষৰ সন্মতি সাপেক্ষে সাক্ষাৎকাৰৰহে ব্যৱস্থা কৰিছিল। কিন্তু আদালতে সেই যুক্তি নাকচ কৰি মন্তব্য কৰে যে-তেওঁ নিজৰ পত্নীক ‘অতি নিষ্ঠুৰভাৱে শোষণ’ কৰি আহিছিল। অভিযোগ অনুসৰি, ২০২২ চনৰ পৰা অভিযুক্ত লোকজনে পত্নীক ধনৰ বিনিময়ত আন পুৰুষৰ সৈতে যৌ*ন সম্পৰ্ক স্থাপনৰ বাবে বাধ্য কৰিবলৈ আৰম্ভ কৰে। দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা দম্পতীটোৰ ক্ৰামফৰ্ছস্থিত ফাৰ্মহাউছটোলৈ আহিছিল পুৰুষসকল।

ভুক্তভোগীৰ আৰক্ষীক অভিযোগৰ পিছতে পোহৰলৈ সমগ্ৰ ঘটনা

ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক কৰা অভিযোগৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। অভিযোগ অনুসৰি, অভিযুক্ত লোকজনে পত্নীক বলপূৰ্বকভাৱে নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাৰো অভিযোগ উত্থাপন কৰিছে। ইয়াৰ উপৰিও পত্নীক হত্যাৰ অপচেষ্টা, শৰীৰত পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ লগতে আঙুলি কাটি পেলোৱাৰ দৰে ভয়ংকৰ ভাবুকিও দিছিল বুলি আদালতে উল্লেখ কৰিছে। তদন্তত এই কথাও পোহৰলৈ আহে যে অভিযুক্তই পত্নীক যৌ*ন কাৰ্যকলাপৰ ভিডিঅ’ কৰি অনলাইনত সম্প্ৰচাৰ কৰিবলৈও বাধ্য কৰাইছিল। অধিক গ্ৰাহক সংগ্ৰহ কৰাৰ লক্ষ্যৰে অভিযুক্তই মহিলাগৰাকীৰ ওপৰত অহৰহ হেঁচা প্ৰয়োগ কৰিছিল আৰু ওচৰ-চুবুৰীয়া লোককো যৌ*ন সম্পৰ্কত লিপ্ত হ’বলৈ প্ৰলোভন দিবলৈ বাধ্য কৰিছিল। অৱশ্যে, এই গোচৰত বলপূৰ্বক ধ*ৰ্ষণৰ ৮টা অভিযোগ আদালতে খাৰিজ কৰে। কাৰণ, সেই ক্ষেত্ৰসমূহত মহিলাগৰাকীৰ অংশগ্ৰহণ সম্পূৰ্ণৰূপে ইচ্ছাৰ বিৰুদ্ধে হৈছিল বুলি প্ৰমাণিত নহ’ল। কাৰাদণ্ডৰ উপৰিও আদালতে অভিযুক্তক ক্ষতিপূৰণ হিচাপে পত্নীক ২ লাখ ছুইডিছ ক্ৰোনা আদায় দিয়াৰো নিৰ্দেশ দিয়ে। তদন্তকাৰী সংস্থাই মুঠ ১২০ জন পুৰুষৰ পৰিচয় চিনাক্ত কৰিছিল যদিও তেওঁলোকৰ ভিতৰত ২৯ জনৰ বিৰুদ্ধেহে অভিযোগনামা দাখিল কৰা হয়। আদালতে ইয়াৰে ২৮ জনক দোষী সাব্যস্ত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24sexual assault
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.