• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান

সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান

1 year ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

7 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

7 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

8 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

9 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

9 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

10 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

10 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

11 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

11 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

12 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

13 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান

editor by editor
July 31, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান
0
SHARES
964
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান

উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটী মহানগৰীত চলিব বৃহৎ উচ্ছেদ অভিযান। সংৰক্ষিত বনাঞ্চলত থকা অবৈধ লোকৰ বিৰুদ্ধে এইবাৰ নামি পৰিছে বন বিভাগ। ইতিমধ্যে জাৰি কৰা হৈছে জাননী।

এইবাৰ স্থান গুৱাহাটীৰ ফটাশিল সংৰক্ষিত বনাঞ্চল। ৭দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ কঠোৰ নিৰ্দেশনা বন বিভাগৰ। অহা ৭ দিনৰ ভিতৰত বেদখল কৰা ঠাইৰ পৰা নিজৰ সা-সামগ্ৰী লৈ যাবলৈ নিৰ্দেশ বন বিভাগৰ।

৭দিনৰ ভিতৰত ঘৰ খালী নকৰিলে এফালৰ পৰা ভাঙি পেলোৱা হ’ব সকলো ঘৰ। ৭ দিনৰ ভিতৰত খালী নকৰিলে উচ্ছেদৰ সময়ত হ’ব লগা ক্ষয়ক্ষতিৰ বাবে বন বিভাগ জগৰীয়া নহ’ব বুলি উল্লেখ কৰিছে জাননীত।

বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়নৰ স্বার্থত চলিব এইবাৰ উচ্ছেদ অভিযান। জাননীত জাৰি কৰা অনুসৰি অবৈধ বেদখলকাৰী লোক সকলে স্ব-ইচ্ছাই সা-সামগ্ৰী লৈ ঘৰ খালী নকৰিলে বন বিভাগ জগৰীয়া নহব।

ন’টিছ পোৱা মাত্ৰকে এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰী সকলৰ মাজত। আজিৰে পৰা ৭ দিনৰ ভিতৰত খালী নকৰিলে বনবিভাগৰ বুলড’জাৰ চলিব গুৱাহাটীৰ ফটাশিল সংৰক্ষিত বনাঞ্চলত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FatashilFatashil reserve forestforest departmentguwahatiUssed Abhiyan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

হোষ্টেলৰ পৰা উভতি অহাৰ পাছতে কন্যাৰ সৈতে জঘন্য কাণ্ড পিতৃৰ, মাতৃয়ে ৰাখিলে লুকাই

হোষ্টেলৰ পৰা উভতি অহাৰ পাছতে কন্যাৰ সৈতে জঘন্য কাণ্ড পিতৃৰ, মাতৃয়ে ৰাখিলে লুকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.