• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুলিৰ বহু সমস্যা নেকি, পঢ়ক নহৰুৰ ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব সকলো সমস্যা

11 months ago
ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

2 hours ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

3 hours ago
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

4 hours ago
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

5 hours ago
গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

6 hours ago
নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

7 hours ago
কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

9 hours ago
আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 20, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চুলিৰ বহু সমস্যা নেকি, পঢ়ক নহৰুৰ ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব সকলো সমস্যা

editor by editor
August 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
চুলিৰ বহু সমস্যা নেকি, পঢ়ক নহৰুৰ ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব সকলো সমস্যা
0
SHARES
812
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চুলিৰ বহু সমস্যা নেকি, পঢ়ক নহৰুৰ ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব সকলো সমস্যা

চুলি সৰাটো এনেকুৱা এটা সমস্যা যাৰ বাবে বহুতে চিন্তা কৰিবলগীয়া হয়। যদি চুলিৰ সঠিক যত্ন লোৱা নহয় তেন্তে চুলি সৰি তপা মূৰ দেখিবলৈ আৰম্ভ কৰে। সেয়ে চুলিৰ সমস্যাৰ বাবে নহৰু ব্যৱহাৰ কৰিব পাৰে, নহৰুত এলিচিন নামৰ যৌগ থাকে যিয়ে চুলিৰ গুৰিক উদ্দীপিত কৰাৰ কাম কৰে।

চুলি গজাৰ বাবে নহৰু কেনেকৈ ব্যৱহাৰ কৰিব, বহু লোকেই নহৰু ব্যৱহাৰ কৰিলে চুলিৰ পৰা গোন্ধ ওলাব বুলি প্ৰয়োগ নকৰে। কিন্তু, এই বিধতেই আছে চুলিৰ সকলো সমস্যা সমাধান কৰিব পৰা গুণ। নহৰু ব্যৱহাৰ কৰিবলৈ আইনাৰ বটল এটাত সাধাৰণ পানী ভৰাই লব। সেই পানীত নহৰু থেতেলিয়াই মিহলাই লওক। থেতেলিয়াই লোৱাৰ লগে লগে ইয়াৰ পৰা এলিচিন ওলাবলৈ আৰম্ভ কৰিব।

এলিচিন যৌগ সোনকালে বাষ্পীভৱন হয়, সেয়েহে ইয়াক তৎক্ষণাত পানীত ৰখাটো গুৰুত্বপূৰ্ণ। এই পানী ২ দিন ৰাখিব। ৰ’দত ৰাখক বা ঘৰত কোনো গৰম ঠাই থাকিলে তাতেই ৰাখক আৰু ২ দিনৰ পাছত এই মিশ্ৰণটো স্প্ৰেৰ বটলত ভৰাই থওক। এতিয়া এই প্ৰস্তুত কৰা নহৰুৰ পানী কেৱল মূৰৰ ছালত অৰ্থাৎ চুলিৰ গুৰিত লগাওক।

গা ধোৱাৰ ২ৰ পৰা ৩ ঘণ্টা পূৰ্বে এই পানী চুলিত লগাওক আৰু তাৰ পিছত ধুই পেলাওক। এই মিশ্ৰণটো চুলিত লগালে কোনো ধৰণৰ গোন্ধ নাযায়, কিন্তু যদি আপুনি এতিয়াও বেয়া গোন্ধ আছে বুলি অনুভৱ কৰে তেন্তে এই মিশ্ৰণত ২ টোপাল নেমুৰ ৰস দিব পাৰে।

নহৰুত বহু দিশত উপকাৰী বুলি প্ৰমাণিত হয়। ইয়াৰ এন্টিমাইক্ৰ’বিয়াল গুণ আছে যিয়ে বীজাণু আৰু বেক্টেৰিয়া আঁতৰায় আৰু চুলিৰ বৃদ্ধিত সহায়ক বুলি প্ৰমাণিত। হালধিত ভিটামিন চিও থাকে যিয়ে চুলিৰ স্বাস্থ্য উন্নত কৰে আৰু কলাজেন উৎপাদন বৃদ্ধি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: beauty tipsHair BenefitHair Problemhair Solution
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?
জীৱনশৈলী

June 20, 2025
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত
জীৱনশৈলী

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

June 20, 2025
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত
জীৱনশৈলী

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

June 20, 2025
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?
অপৰাধ

Next Post
বন্ধু দেশ ভাৰতে নিদিলে বিমান! হেলিকপ্টাৰতেই দেশ এৰি পলায়ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহ সহ ৫ৰাশিৰ উন্নতি খাটাং, আৰু কি কৈছে টেৰো গণনাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন