GMCHত পিপিই কিট পৰিধান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আগন্তুক দিনত ক'ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা পুনৰ দোহাৰিলে মন্ত্ৰীগৰাকীয়ে।