• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

1 month ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

17 minutes ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

44 minutes ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

1 hour ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

2 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

3 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

4 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

4 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

5 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

6 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

7 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

প্ৰায় ৭ লাখ কোটি টকাতকৈও অধিক মূল্যৰ সম্পত্তি জব্দ

editor by editor
July 4, 2026
in অপৰাধ, বিবিধ, বিশ্ব
0
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!
0
SHARES
609
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইৰাকৰ ৰাজনীতিত বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰা এক ঘটনা পোহৰলৈ আহিছে। সামাজিক মাধ্যমত বিয়পি পৰা এই ভাইৰেল খবৰে দেশখনৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভাইৰেল খবৰটোত দাবী কৰা হৈছে যে দেশখনৰ এগৰাকী মহিলা সাংসদৰ ঘৰত দুৰ্নীতি-বিৰোধী অভিযানৰ সময়ত বিপুল পৰিমাণৰ নগদ ধন, সোণৰ লগতে কিছু অস্বাভাৱিক সামগ্ৰী জব্দ কৰা হৈছে। খবৰ অনুসৰি, ইৰাক চৰকাৰে চলোৱা ব্যাপক দুৰ্নীতি-বিৰোধী অভিযানৰ অংশ হিচাপে বহু ৰাজনীতিক আৰু উচ্চপদস্থ চৰকাৰী বিষয়াক লক্ষ্য কৰি একাধিক স্থানত একেলগে অভিযান চলোৱা হয়। এই অভিযানকালত কিছু ৰাজনৈতিক নেতা আৰু উচ্চপদস্থ বিষয়াৰ গৃহত বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণ জব্দৰ খবৰ প্ৰকাশ পাইছে। তদন্তকাৰী বিষয়াই অভিযানকালত ৫৭ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৪৯০ কোটি টকা)ৰ লগতে প্ৰায় ২৭ কেজি ওজনৰ সোণ, বহু বিলাসী সামগ্ৰী আৰু কিছু অস্বাভাৱিক সামগ্ৰী জব্দ কৰিছে

মহিলা সাংসদৰ গৃহত উদ্ধাৰ সোণৰ অ*ন্তৰ্বাস

অভিযানকাৰী দলে জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত এটা বিশেষ সামগ্ৰীয়ে সম্প্ৰতি বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। দেশখনৰ এগৰাকী মহিলা সাংসদৰ গৃহৰ পৰা তদন্তকাৰী দলটোৱে এটা সোণৰ অন্তৰ্বাস জব্দ কৰাৰ দাবী কৰিছে সামাজিক মাধ্যমত ভাইৰেল কৰা প্ৰতিষ্ঠানসমূহে। অৱশ্যে এতিয়াও প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমসূহে এই খবৰৰ সত্যতা নিৰূপণ কৰিব পৰা নাই। আনফালে, ইৰাক চৰকাৰে বিগত কেইবাবছৰৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। দেশখনৰ ৰাজনৈতিক ব্যৱস্থাত দীঘলীয়া সময় ধৰি চলি থকা দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ বহুদিনৰ পৰা উত্থাপিত হৈ আহিছে।

সেই পৰিপ্ৰেক্ষিতত চলি থকা বৰ্তমানৰ অভিযানক চৰকাৰে ‘নতুন আৰম্ভণি’ আৰু ‘স্বচ্ছতাৰ দিশে পদক্ষেপ’ বুলি অভিহিত কৰিছে। অভিযানৰ সময়ত কেইবাজনো সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বিভিন্ন সংবাদসূত্ৰত প্ৰকাশ পাইছে। লগতে বিভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ সম্পত্তি জব্দ কৰা হৈছে বুলি দাবী কৰা হৈছে। অৱশ্যে ইৰাকৰ চৰকাৰী সূত্ৰত এই খবৰৰ কোনো ধৰণৰ নিশ্চিতি বা স্পষ্টীকৰণ দিয়া নাই। ইৰাকৰ বাগদাদস্থিত গ্ৰীন জ’ন অঞ্চলস্থিত জনৈক নাছিফ নামৰ মহিলা সাংসদগৰাকীৰ বাসভৱনৰ কৰা এই অন্ত*ৰ্বাসৰ মূল্য প্ৰায় ৪ৰ পৰা ৫ কোটিৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে। ইতিমধ্যে দুৰ্নীতিগ্ৰস্ত সাংসদগৰাকীৰ লগতে তেওঁৰ পুত্ৰকো দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ইৰাকৰ কাউণ্টাৰ টেৰ*ৰিজিম ছাৰ্ভিচে চলাইছিল এই অভিযান। ইৰাকৰ এই সংস্থাটোৱে ইতিমধ্যে দেশখনৰ বহু নেতা, উচ্চপদস্থ বিষয়াৰ পৰা প্ৰায় ৭ লাখ কোটি টকাতকৈও অধিক মূল্যৰ সম্পত্তি জব্দ কৰিছে বুলি সদৰী কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Iraq scam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
Next Post
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ'ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.