• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুচকাৱালা

চৰকাৰী চাকৰীয়ালতকৈও অধিক! এগৰাকী ফুচকাৱালাৰ উপাৰ্জন শুনিলে হতবাক হ’ব আপুনি

3 years ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

26 minutes ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

1 hour ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

2 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

2 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

2 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

3 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

16 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

17 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

17 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

18 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

19 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

চৰকাৰী চাকৰীয়ালতকৈও অধিক! এগৰাকী ফুচকাৱালাৰ উপাৰ্জন শুনিলে হতবাক হ’ব আপুনি

editor by editor
December 11, 2023
in খাদ্য, বাণিজ্য
0
ফুচকাৱালা
0
SHARES
724
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পদপথত এজন লোকক ঘেৰি ধৰে সকলোৱে। ইটোৰ পাছত সিটোকৈ মুখত ভৰাই যায় মচমচীয়া ফুচকা। পদপথৰ সৰু ঠাই এটুকুৰাত নিজৰ দোকানখন বহুৱাই জলা-টেঙা ভিন্ন সোৱাদৰ ফুচকা বিক্ৰী কৰে ফুচকাৱালাই। এই ফুচকাৱালা এজনৰ দৈনিক কিমান উপাৰ্জন হ’ব পাৰে এবাৰ ভাবি চাইছেনে? এজন ফুচকাৱালাৰ দৈনিক উপাৰ্জন শুনিলে চকু কপালত উঠিব আপোনাৰ!
ব্যক্তিগত খণ্ডৰ বহু কৰ্মচাৰী অথবা বহু সংখ্যক চৰকাৰী চাকৰীয়ালৰো হয়তো মাহিলী উপাৰ্জন ইমান নহ’ব। অবিশ্বাস্য যেন লাগিলেও এই কথাৰ উমান পোৱা গৈছে এক বিশেষ ভিডিঅ’ৰ পৰা। শেহতীয়াকৈ এগৰাকী ইউটিউবাৰে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন ফুচকাৱালাৰ দৈনিক উপাৰ্জনে আচম্বিত কৰিছে।
ভিডিঅ’টোত ইউটিউবাৰজনে উপাৰ্জনৰ কথা সোধাত প্ৰথমতে ফুচকাৱালাজনে কেৱল ২৫ বুলি কয়। ইউটিউবাৰজনে মহিলী ২৫ হাজাৰ বুলি ভাবি পুনৰাই সোধাত ফুচকাৱালাৰ উত্তৰ শুনি হতবাক হয়। মাহিলী ২৫ হাজাৰ নহয়, বৰঞ্চ দৈনিক ২,৫০০ আয় বুলি ভুল ভাঙি দিয়ে ফুচকাৱালাজনে। যিটো হিচাপত তেওঁৰ মাহিলী উপাৰ্জন প্ৰায় ৭৫,০০০ টকা। আৰু এয়া নিসন্দেহে বহুসংখ্যক ব্যক্তিগত খণ্ডৰ তথা চৰকাৰী কৰ্মচাৰীৰ দৰমহাতকৈ অধিক।

সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত কমেণ্ট কৰে বিভিন্নজনে। বহুতে তেওঁৰ কৰ্মৰ শলাগ লোৱাৰ উপৰিও বিভিন্নজনে ফুচকাৱালাজনৰ উপাৰ্জনত ঈৰ্ষা প্ৰকাশ কৰে। কোনো কোনোৱে আনকি পঢ়ি-শুনি চাকৰি কৰাতকৈ ফুচকাৰ দোকান দিবলৈ আগ্ৰহী বুলিও ব্যংগ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: earninggolgappastreet foodstreet vendor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!
বাণিজ্য

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

October 1, 2026
ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!
বাণিজ্য

ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

October 1, 2026
Next Post
অপ্ৰতিৰোধ্যঃ উত্তৰ-পূবৰ ‘বাহুবলী’ সোণোৱাল!

অপ্ৰতিৰোধ্যঃ উত্তৰ-পূবৰ ‘বাহুবলী’ সোণোৱাল!

দুদিনীয়া প্ৰেমৰ যৱনিকা! আৰবাজক দেখি এতিয়া হাঁহিছে মলাইকাই…

দুদিনীয়া প্ৰেমৰ যৱনিকা! আৰবাজক দেখি এতিয়া হাঁহিছে মলাইকাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.