অগপ হুৰহুৰাই খহিছে। মৰিগাঁও, খুমটাই, পলাশবাৰীৰ পাছত গোলকগঞ্জ, গুৱাহাটীত অগপত খহনীয়া। বিজেপিৰ লেমটৌৰ ৰূপ লোৱা অতুল বৰাবাহিনীৰ কাণ্ডত অতিষ্ঠ তৃণমূল কৰ্মী।