• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাত খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ! ভাত খালেও বৃদ্ধি নহয় ওজন, মানি চলক এই নিয়ম… 

ভাত খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ! ভাত খালেও বৃদ্ধি নহয় ওজন, মানি চলক এই নিয়ম… 

4 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

6 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

6 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

7 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

7 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

8 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

9 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

9 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

10 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

11 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

11 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

12 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ভাত খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ! ভাত খালেও বৃদ্ধি নহয় ওজন, মানি চলক এই নিয়ম… 

editor by editor
June 10, 2022
in খাদ্য, স্বাস্থ্য
0
ভাত খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ! ভাত খালেও বৃদ্ধি নহয় ওজন, মানি চলক এই নিয়ম… 
0
SHARES
668
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ আশংকাত বহুলোকে ভাত কমকৈ খোৱা দেখা যায়৷ কিন্তু, সেই আশংকাক দূৰ কৰি স্বাস্থ্য বিশেষজ্ঞই উলিয়াইছে নতুন উপায়৷ ভাত খোৱাৰ ৫ টা বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে আপুনি আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰিব৷ সেই পদক্ষেপকেইটা হ’ল—

কম চাউল, অধিক পাচলি :

কাঁহিত ভাত কমকৈ লৈ তৰকাৰীৰ এটা অংশ আৰু চালাড বা পাচলিৰ এটা অংশ যোগ দিয়ক। ই আপোনাক দীঘলীয়া সময়ৰ বাবে পৰিপূৰ্ণ হৈ থকাত সহায় কৰিব আৰু আপোনাক যথেষ্ট আঁহ দিব৷

খিচিৰি :

আপুনি দৈনিক প্ৰ’টিন লাভ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে খিচিৰি৷ ইয়াত নপ্ৰকাৰৰ এমিনো এচিড আছে। এইটো এটা ভাৰতীয় চুপাৰফুড।

লগতে পঢ়ক কৰীণা আৰু অনন্যা পাণ্ডেৰ ঘৰত আৰক্ষী! কিয় গ’ল আৰক্ষী? জানিবলৈ চাওক…

বাচমতী চাউল বাছনি কৰক :

যদি ভাত খাই ভাল পায়, তেন্তে বাচমতী চাউল বাছনি কৰক। মাত্ৰ একাপ চাউল খাওক আৰু ইয়াক অত্যাধিক খোৱা পৰিহাৰ কৰক৷ কিয়নো ইয়াৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয়। আপুনি ইয়াক শাক-পাচলি, আৰু চালাডৰ সৈতেও খাব পাৰে।

এটা বাটিৰ জোখত ভাত খাব :

কাঁহী বা প্লেটত নহয় সৰু এটা  বাতিৰ জোখাৰে ভাত খাওক। যদি আপুনি ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে, তেন্তে এই কাম নিশ্চয় কৰক৷

অংশ নিয়ন্ত্ৰণ :

বিশেষজ্ঞই কৈছিল- আপুনি  প্ৰতি সাঁজতে ভাত খাব পাৰে, কিন্তু আপুনি নিশ্চিত হ’ব লাগিব যে আপুনি সেয়া নিয়ন্ত্ৰণ কৰি চলিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrice
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ
খাদ্য

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
Next Post
কথমপি প্ৰাণৰক্ষা অভিনেতা চলমান খানৰ : শ্বাৰ্পশ্বুটাৰেৰে হত্যাৰ পৰিকল্পনা ফাদিল

কথমপি প্ৰাণৰক্ষা অভিনেতা চলমান খানৰ : শ্বাৰ্পশ্বুটাৰেৰে হত্যাৰ পৰিকল্পনা ফাদিল

৪ ভৰি ৪ হাতৰ বিহাৰৰ কন্যা শিশুক নতুন জীৱন প্ৰদান অভিনেতা চুনু ছুডৰ

৪ ভৰি ৪ হাতৰ বিহাৰৰ কন্যা শিশুক নতুন জীৱন প্ৰদান অভিনেতা চুনু ছুডৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.