• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ অৰ্থনীতি সবল হোৱাৰ প্ৰমাণঃ ব্ৰিটেইনৰ পৰা ১ লাখ কিঃগ্ৰাঃ সোণ উভতাই আনিলে ভাৰতে

ভাৰতৰ অৰ্থনীতি সবল হোৱাৰ প্ৰমাণঃ ব্ৰিটেইনৰ পৰা ১ লাখ কিঃগ্ৰাঃ সোণ উভতাই আনিলে ভাৰতে

1 year ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

4 minutes ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

18 minutes ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

28 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

41 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

1 hour ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

2 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

5 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ অৰ্থনীতি সবল হোৱাৰ প্ৰমাণঃ ব্ৰিটেইনৰ পৰা ১ লাখ কিঃগ্ৰাঃ সোণ উভতাই আনিলে ভাৰতে

ভাৰতৰ অৰ্থনীতি সবল হোৱাৰ প্ৰমাণঃ ব্ৰিটেইনৰ পৰা ১ লাখ কিঃগ্ৰাঃ সোণ উভতাই আনিলে ভাৰতে

editor by editor
October 27, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতৰ অৰ্থনীতি সবল হোৱাৰ প্ৰমাণঃ ব্ৰিটেইনৰ পৰা ১ লাখ কিঃগ্ৰাঃ সোণ উভতাই আনিলে ভাৰতে
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰিটেইনৰ পৰা প্ৰায় ১০০ টন সোন উভটাই আনিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে৷ ১৯৯১ চনৰ পাছত এইবাৰেই প্ৰথম ইমান ডাঙৰ অংকত সোন ব্ৰিটেইনৰ পৰা ভাৰতলৈ আহিছে৷ এই ঘটন ভাৰতৰ অৰ্থনীতিৰ উল্লেখযোগ্য অগ্ৰগতিৰ পৰিচায়ক বুলিও ধাৰণা কৰা হৈছে৷ কাৰণ ১৯৯১ চনত দেশৰ নামি যোৱা অৰ্থনৈতিক অৱস্থাত তহবিল সংগ্ৰহৰ বাবে বেছ কিছু সোন বন্ধকৰ ৰাখিছিল RBIয়ে৷

সেয়া আছিল ভাৰতৰ দুৰ্বল অৰ্থনীতিৰ চিহ্ন৷ নিজৰ সোন দেশলৈ উভতাই অনাটো অৱশ্যেই ভাৰতৰ অৰ্থনীতিৰ অগ্ৰগতিৰ কাহিনী বুলি বহুতেই প্ৰকাশ কৰিছে৷ ইয়াৰোপৰি এই উদ্যোগৰ মাজতেই সোন ভাড়াৰ পৰিচালনাৰ ক্ষেত্ৰত ভাৰতৰ কৌশলগত পৰিবৰ্তনো ধৰা পৰিছে৷ চৰকাৰৰ বিভিন্ন দফতৰৰ পৰিকল্পনা আৰু সমন্বয়ত এই বিপুল পৰিমাণৰ সোণ উভতাই অনা সম্ভৱ হৈছে৷

এক বিশেষ বিমানেৰে এই সোন অনা হৈছে৷ আৰ বি আইৰ বেছিভাগ সোনেই বিদেশত মাটিত আছে৷ তাৰবাবে বিদেশী বেংকসমূহক ষ্টোৰেজৰ খৰচ ভাৰতে দিব লাগে৷ ব্ৰিটেইনৰ পৰা এই সোনৰ কিছু অংশ উভতাই অনাৰ ফলত সেই খৰচ কিছু হ’লেও কমিব৷ ভাৰতৰ এই পদক্ষেপক জাতীয় সম্পদৰ ভাল ব্যৱহাৰৰ বিস্তৃত কৌশলৰ অংশ বুলি ধাৰণা কৰা হৈছে৷ আৰ বি আইৰ তথ্যই কৈছে যে আৰবিআইৰ হাতত এতিয়া মুঠ ৮২২.১ টন সোন আছে৷ বিশ্বব্যাপী অৰ্থনৈতিক অস্থিৰতাৰ মাজত বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকসমূহে বেছিকৈ সোনৰ ভাড়া বঢ়োৱাৰো আলোচনা চলিছে৷

আৰ বি আই তাৰ ব্যতিক্ৰম নহয়৷ আৰ বি আইয়ে এতিয়া বেছি পৰিমাণৰ সোন কিনিবলৈ আৰম্ভ কৰিছে৷ ২০২৩ চনৰ তুলনাক এইবাৰ বেছিকৈ সোন ক্ৰয় কৰিছে RBIয়ে৷ বিগত বৰ্ষৰ তুলনাত ২৭.৫টন বেছি সোন কিনিছে আৰ বি আইয়ে৷ সোনৰ ভাড়া বৃদ্ধিৰ ফলত কোনো একক বৈদেশিক মুদ্ৰাৰ ওপৰত ভাৰতৰ নিৰ্ভৰতাও কমিছে৷ ফলত মুদ্ৰাৰ ওঠানমা আৰু অৰ্থনৈতিক অস্থিৰতাৰ সৈতে সম্পৰ্কিত সমস্যাসমূহো কমিছে৷ ইয়াৰ মাজতেই ব্ৰিটেইনৰ পৰা এই সোন উভতাই অনা অৰ্থনীতিবিদৰ মতে ভাৰতৰ অৰ্থনীতি শক্তিশালী হোৱাৰেই ইংগিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

April 11, 2026
Next Post
টেছলাৰ নতুন ফোন অহাটো সঁচানে? চাৰ্জ-টাচ্ছ-চিম একোৱেই নালাগিব নেকি এই ফোনত?

টেছলাৰ নতুন ফোন অহাটো সঁচানে? চাৰ্জ-টাচ্ছ-চিম একোৱেই নালাগিব নেকি এই ফোনত?

আজিৰ কেবিনেট বৈঠক- ১০ মে’ত নিযুক্তি, লগতে নতুনকৈ ১৫ হাজাৰ চাকৰি…

আজিৰ কেবিনেট বৈঠক- ১০ মে'ত নিযুক্তি, লগতে নতুনকৈ ১৫ হাজাৰ চাকৰি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.