• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ গীতত নৃত্য কৰি বিপদত দৰা, কইনাৰ পিতৃয়ে বাতিল কৰিলে বিয়া

1 year ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

21 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

22 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

23 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বলীউডৰ গীতত নৃত্য কৰি বিপদত দৰা, কইনাৰ পিতৃয়ে বাতিল কৰিলে বিয়া

editor by editor
February 2, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
বলীউডৰ গীতত নৃত্য কৰি বিপদত দৰা, কইনাৰ পিতৃয়ে বাতিল কৰিলে বিয়া
0
SHARES
372
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ গীতত নৃত্য কৰি বিপদত দৰা, কইনাৰ পিতৃয়ে বাতিল কৰিলে বিয়া

ৰাজধানী দিল্লীৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। এখন বিয়াত বলীউডৰ এটা গীতত নৃত্য কৰি বিপদত পৰিল দৰা। দৰা পক্ষ কইনাৰ ঘৰৰ সমুখত। সকলো দৰ ফালৰ লোকেই ফুৰ্তিতে নাচ-গান কৰি আছিল।

দৰাইয়ো সকলোৰে সৈতে মিলি এপাক নাচে। কিন্তু এই কথাতেই বেয়া পালে কইনাৰ পিতৃয়ে। ইনাৰ পিতৃক পতিয়ন নিয়াবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছিল যদিও কোনো পধ্যে মান্তি নহয় কইনাৰ পিতৃ। কেৱল বিবাহ বাতিল কৰাত অটল আছিল আৰু শেষত বিয়াখন বাতিল হয়।

তথ্য অনুসৰি দৰাক তেওঁৰ বন্ধুসকলে নাচিবলৈ জোৰ কৰে। যেতিয়া দৰা নাচিবলৈ থিয় হয়, তেতিয়া বলীউডৰ বিখ্যাত গীত ‘চোলি কে পিছে ক্যা হায়’ বাজিবলৈ ধৰে। দৰাজনে বন্ধু-বান্ধৱীৰ সৈতে এই গীতটোৰ ওপৰত নাচিবলৈ ধৰে। বহু অতিথিয়েও দৰাক নাচি থকা দেখি দৰাক উৎসাহিত কৰিছিল যদিও কইনাৰ পিতৃয়ে একেবাৰে ভাল নাপায়।

কইনাৰ পিতৃয়ে দৰাৰ নৃত্য উপযুক্ত নহয় বুলি কোৱাৰ লগে লগে বিয়া বাতিলৰ কথা ঘোষণা কৰে। কইনাৰ পিতৃয়ে দৰাৰ এই আচৰণ পৰিয়ালৰ মূল্যবোধক অপমান বুলি কয়। পিতৃৰ কথা শুনি কইনায়ো কান্দিবলৈ ধৰে। দৰাৰ লগতে কইনায়ো পিতৃক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যদিও তেওঁ মান্তি নহয় আৰু শেষত বিয়া বাতিল হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Choli ke picheDelhi MarrriagemarriageViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
দেশজুৰি সন্ত্ৰাস সৃষ্টি কৰা GBSৰ প্ৰতিকাৰ আছেনে ! এই ৰোগৰ কাৰণ কি ?

মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছাই বলীউডত খোজ দিব, পাছে হিৰো কোন চিনি পাইয়ে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন