• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ

5 months ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

6 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

7 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

8 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

9 hours ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

10 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

11 hours ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

12 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ

কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ

editor by editor
September 4, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

GST কাউন্সিলৰ বৈঠকৰ পাছতেই সিদ্ধান্ত লোৱা হৈছে যে এতিয়াৰে পৰা সস্তা হব হোটেল ৰুম৷ সস্তাতে হোটেলত কটাব পাৰিব নিশা৷ এই খৰচ কমাৰ ফলত কমি যাব আপোনাৰ ভ্ৰমণৰ খৰচো৷ এই সিদ্ধান্তই বিশেষকৈ যিসকলে কম বাজেটত হোটেলত নিশা কটাব খোজে বা ভ্ৰমণত কম বাজেটৰ হোটেল বিচাৰে তেওঁলোকক লাভাম্বিত কৰিব৷ এই সিদ্ধান্তৰ পাছতেই ৭৫০০ টকা পৰ্যন্ত হোটেল ৰুমৰ জি এছ টি হাৰ ১২শতাংশৰ পৰা কমাই ৫শতাংশ কৰা হৈছে৷ যাৰ ফলত ভাল বাজেটত ভাল হোটেলত সময় কটাব পাৰিব গ্ৰাহকে৷

এতিয়াৰে পৰা ১২ শতাংশ জি এছ টিৰ পৰিবৰ্তে ৭৫০০ টকা পৰ্যন্ত হোটেল ৰুমৰ ওপৰত মাত্ৰ ৫শতাংশ জিএছটি আৰোপ হব৷ ইয়াৰ অৰ্থ হৈছে আপুনি পূৰ্বতকৈ কম টকাতেই ভাল হোটেলত সময় কটাব পাৰিব৷ দেশী বিদেশী পৰ্যটকৰ সুবিধা হোৱাকৈয়ে এই সিদ্ধান্ত লোৱা হৈছে৷

১২শতাংশৰ পৰিবৰ্তে ৫শতাংশ জিএছটি দিব লাগিব

বৰ্তমান পৰ্যন্ত ৭৫০০ টকা বা তাতকৈ কম ভাড়াৰ হোটেল ৰুমৰ ওপৰত ১২শতাংশ জিএছটি ধাৰ্য কৰা আছিল৷ কিন্তু চৰকাৰে এই হাৰ কমাই ৫শতাংশ কৰিছে৷ ইয়াৰ অৰ্থ হৈছে ৭৫০০ টকাৰ ৰুম বুক কৰিলে পূৰ্বে ৯০০ টকা জিএছটি দিব লাগিব অৰ্থাৎ পূৰ্বতকৈ ৩৭৫ টকা কমাই দিয়া হব৷ আপুনি ৫২৫ টকা ৰেহাই পাব৷ এই পৰিবৰ্তনে বিশেষকৈ হোটেল ব্যৱসায়ীক পুনৰোজ্জীৱিত হোৱাত সহায় কৰিব৷ সাধাৰণ মানুহো ইয়াৰ ফলত উপকৃত হব৷

এই পৰিবৰ্তন কেতিয়াৰে পৰা বাস্তবায়িত হ’ব?

জি এছ টি কমোৱাৰ এই সিদ্ধান্ত ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰ হব৷ যদি আপুনি আপোনাৰ ছুটিৰ পৰিকল্পনা কৰিছে তেন্তে ২২ছেপ্টেম্বৰৰ পাছত বুকিং কৰক৷ এই পদক্ষেপক বহুতেই ৮বছৰ পূৰ্বে জিএছটি হাৰৰ ওপৰত লোৱা সিদ্ধান্তৰ এক গুৰুত্বপূৰ্ণ পৰিবৰ্তনো আখ্যা দিছে বহুতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?
জীৱনশৈলী

January 28, 2026
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ
জীৱনশৈলী

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

January 28, 2026
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন
জীৱনশৈলী

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

January 28, 2026
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?
জীৱনশৈলী

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

January 28, 2026
Next Post
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন