• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰহণেৰে আৰম্ভ সপ্তাহত সূৰ্য-বৃহস্পতিৰ যুঁটি! প্ৰেমৰ আলোকত উজ্বলিব এই ৫ ৰাশি

গ্ৰহণেৰে আৰম্ভ সপ্তাহত সূৰ্য-বৃহস্পতিৰ যুঁটি! প্ৰেমৰ আলোকত উজ্বলিব এই ৫ ৰাশি

3 years ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

2 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

3 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

3 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

5 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

5 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

6 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

7 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

8 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

8 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

9 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

9 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গ্ৰহণেৰে আৰম্ভ সপ্তাহত সূৰ্য-বৃহস্পতিৰ যুঁটি! প্ৰেমৰ আলোকত উজ্বলিব এই ৫ ৰাশি

গ্ৰহণেৰ আৰম্ভ সপ্তাহত সূৰ্য-বৃহস্পতিৰ যুঁটি! প্ৰেমৰ আলোকত উজ্বলিব এই ৫ ৰাশি

editor by editor
April 8, 2024
in জীৱনশৈলী
0
গ্ৰহণেৰে আৰম্ভ সপ্তাহত সূৰ্য-বৃহস্পতিৰ যুঁটি! প্ৰেমৰ আলোকত উজ্বলিব এই ৫ ৰাশি
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এপ্ৰিল মাহৰ এই দ্বিতীয় সপ্তাহত প্ৰেম জীৱনত বিশেষ উল্লেখযোগ্য প্ৰভাৱ পৰিব কেইটামান ৰাশিৰ জীৱনত। আগন্তুক ১৩ এপ্ৰিলত মেষ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। তাতেই পূৰ্বৰে পৰা অৱস্থান কৰি আছে বৃহস্পতিয়ে।সূৰ্যৰ গোচৰৰ ফলত মেষ ৰাশিচ সূৰ্য আৰু বৃহস্পতিৰ মিলন হ’ব। ইয়াৰোপৰি মেষ ৰাশিত বুধ আৰু শুক্ৰৰ মিলনত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ। জ্যোতিষ গণনা অনুসৰি এই শুভ যোগত প্ৰেম জীৱনত বিশেষ উন্নতি হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। ৮ এপ্ৰিল ২০২৪ পৰ্যন্ত এই সপ্তাহটো প্ৰেমৰ দিশৰ পৰা দুৰ্দান্ত হ’ব।

মেষ ৰাশি

পাৰস্পৰিক প্ৰেমৰ বন্ধন এই সপ্তাহত দৃঢ় হ’ব। প্ৰেমৰ সম্পৰ্কত এই সপ্তাহত বেছ কিছু শুভ পৰিবৰ্তন আহিব। সংগীৰ সৈতে সুন্দৰ সময় কটাব। প্ৰেমত টাৰ্নিং পয়েণ্ট আহিব পাৰে।

বৃষ ৰাশি

প্ৰেমৰ দিশৰ পৰা ৮ৰ পৰা ১৪এপ্ৰিলৰ ভিতৰত এই সপ্তাহত নতুন কিছু পৰিবৰ্তন আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত। এই সময়ত আপোনাৰ জীৱন সুখ আৰু শান্তিৰে ভৰপুৰ হৈ থাকিব। জীৱনসংগীৰ সৈতে সুন্দৰ সময় কটাব। বৃষ ৰাশিৰ জাতকৰ মনত নতুন চিন্তা ভাৱনা আহিব পাৰে। নতুন চিন্তাই আপোনাৰ প্ৰেম জীৱন মংগলময় হ’ব।

​মিথুন ৰাশি

চলিত সপ্তাহত প্ৰেম তুংগত থাকিব এই ৰাশিৰ জাতকৰ জীৱনত। এই সপ্তাহত আপোনাৰ প্ৰেম জীৱন আনন্দ আৰু ভালপোৱাৰে উজ্জ্বল হৈ থাকিব। পৰস্পৰৰ প্ৰতি টান বাঢ়িব। সংগীৰ সৈতে শ্বপিঙত যাব পাৰে। নিজৰ ঘৰখনক সুন্দৰভাৱে সজোৱাৰ পৰিকল্পনা কৰিব পাৰে। সপ্তাহৰ শেষত মিথুন ৰাশিৰ জাতকৰ জীৱনত শুভ কোনো ঘটনা ঘটিব পাৰে।

সিংহ ৰাশি

এই সপ্তাহ প্ৰেমৰ দিশৰ পৰা সুখৰ হ’ব সিংহ ৰাশিৰ জাতকৰো। নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি মনোযোগী হৈ উঠিব আপুনি। এই সময়ত সিংহ ৰাশিৰ জাতকৰ জীৱনত প্ৰেম আৰু সমৃদ্ধি দুয়োটাই বৃদ্ধি পাব। চলিত সপ্তাহ বেছ ৰোমাণ্টিকভাৱে কটাব আপুনি। সংগীৰ সৈতে ভাল সময় অতিবাহিত কৰিব। সংগীৰ পৰা সকলো বিষয়তে সমৰ্থন পাব।

​কুম্ভ ৰাশি

পাৰস্পৰিক প্ৰেমৰ বন্ধন এই সপ্তাহত বহু পৰিমানে উন্নত হ’ব। সংগীৰ সৈতে সুখৰ সময় কটাব। পুৰণি ভুল বুজাবুজি এই সময়ত দূৰ হ’ব। আপোনাৰ কথাই সংগীক মুগ্ধ কৰিব। সপ্তাহৰ শেষত কোনো ভাল অভিজ্ঞতাৰ মুখামুখি হ’ব পাৰে আপুনি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of AssamDAILY ASTROLOGYDAILY ASTRONOMY
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত
জীৱনশৈলী

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

October 9, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

October 9, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

October 9, 2026
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

October 9, 2026
Next Post
হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক

হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক

হিন্দু বিবাহত কন্যাদান বাধ্যতামূলক হ’ব নোৱাৰে, আদালতে দিলে ঐতিহাসিক ৰায়

হিন্দু বিবাহত কন্যাদান বাধ্যতামূলক হ'ব নোৱাৰে, আদালতে দিলে ঐতিহাসিক ৰায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.