• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক

হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক

2 years ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

17 minutes ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

1 hour ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

2 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

2 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

3 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

4 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

21 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

21 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

22 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক

editor by editor
April 8, 2024
in জীৱনশৈলী
0
হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে হস্তৰেখাশাস্ত্ৰ। হস্তৰেখাই আমাৰ ভৱিষ্যত্‍, প্ৰকৃতি, কেৰিয়াৰ সম্পৰ্কে জনায়। কোনো ব্যক্তিৰ ভৱিষ্যতত কি ঘটিব সেই কথা ব্যক্তিৰ হস্তৰেখা গণনা কৰিয়েই জানিব পাৰি। হাতৰ পতাত থকা বিভিন্ন ৰেখাই নিজস্ব অৰ্থ আৰু মাহাত্ম্য বহন কৰে।

হস্তৰেখাবিদে জনোৱা অনুসৰি হাতৰ পতাত কোনো কোনো ৰেখাই আমাৰ আৰ্থিক পৰিস্থিতিক শক্তিশালী কৰে। যিসকলৰ হাতত এই ৰেখাসমূহ থাকে তেওঁলোকৰ জীৱনত প্ৰচুৰ অৰ্থ আৰু সম্পদ আহিব পাৰে। হাতৰ পতাত থকা কোন কোন ৰেখাই আপোনাৰ ধনী হোৱাৰ ইংগীত বহন কৰে জানেনে?

অর্থ ৰেখা

আমাৰ হাতৰ ঠিক মাজেৰে যি ৰেখা থাকে সেই ৰেখা হৈছে অৰ্থ ৰেখা। ইয়াক সম্পদ ৰেখা বুলিও কোৱা হয়। হস্তৰেখাশাস্ত্ৰ অনুসৰি হৃদয় ৰেখা আৰু কবজি ৰেখাৰ মাজত অৰ্থ ৰেখাই অৱস্থান কৰে। পুৰুষৰ বাওঁ হাত আৰু মহিলাৰ সোঁ হাতত অৰ্থ ৰেখা থাকে। যিসকলৰ হাতত অৰ্থ ৰেখা গভীৰ আৰু স্পষ্ট হয় সেই ব্যক্তিৰ ধন লাভৰ সম্ভাৱনা প্ৰৱল হয়। অন্যহাতে অৰ্থৰেখা পাতল হ’লে জাতকৰ জীৱনত আৰ্থিক সমৃদ্ধি লাভ কৰিব নোৱাৰে।

ভাগ্য ৰেখা

যিসকলৰ হাতৰ ভাগ্য ৰেখা গভীৰ হয় তেওঁলোক অত্যন্ত সৌভাগ্যশালী হয়। আমাৰ হাতৰ ভাগ্যৰেখা বৃহস্পতিৰ পৰ্বত আৰু চন্দ্ৰ পৰ্বতৰ পৰা আৰম্ভ হয়। এই ৰেখা দীঘল চিধা হোৱাটো খুৱেই শুভ। ইয়াৰোপৰি এই ৰেখা যিমানেই স্পষ্ট আৰু গভীৰ হ’ব সিমানেই সমৃদ্ধিৰ অধিকাৰী হয়। এওঁলোকৰ জীৱনত কেতিয়াও অৰ্থৰ অভাৱ নহয়। যিসকলৰ ভাগ্য ৰেখা পাতল আৰু অগভীৰ হয় তেওঁলোকে জীৱনত প্ৰচুৰ সমস্যাৰ মুখামুখি হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

May 2, 2026
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

May 2, 2026
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

May 2, 2026
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!
জীৱনশৈলী

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

May 2, 2026
Next Post
হিন্দু বিবাহত কন্যাদান বাধ্যতামূলক হ’ব নোৱাৰে, আদালতে দিলে ঐতিহাসিক ৰায়

হিন্দু বিবাহত কন্যাদান বাধ্যতামূলক হ'ব নোৱাৰে, আদালতে দিলে ঐতিহাসিক ৰায়

খঙতো প্ৰেয়সীক নক’ব এই ৫কথা! ক’লেই বিচ্ছেদ খাটাং

খঙতো প্ৰেয়সীক নক'ব এই ৫কথা! ক'লেই বিচ্ছেদ খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.