• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু বিবাহত কন্যাদান বাধ্যতামূলক হ’ব নোৱাৰে, আদালতে দিলে ঐতিহাসিক ৰায়

হিন্দু বিবাহত কন্যাদান বাধ্যতামূলক হ’ব নোৱাৰে, আদালতে দিলে ঐতিহাসিক ৰায়

2 years ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

8 minutes ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

47 minutes ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

1 hour ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

2 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

2 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

3 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

4 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

5 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

7 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

8 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হিন্দু বিবাহত কন্যাদান বাধ্যতামূলক হ’ব নোৱাৰে, আদালতে দিলে ঐতিহাসিক ৰায়

editor by editor
April 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
হিন্দু বিবাহত কন্যাদান বাধ্যতামূলক হ’ব নোৱাৰে, আদালতে দিলে ঐতিহাসিক ৰায়
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু পৰিয়ালত কন্যাৰ বিবাহৰ ক্ষেত্ৰত কন্যাদানৰ নিয়ম প্ৰচলিত আছে। প্ৰতিগৰাকী ছোৱালীৰ জীৱনত এই বিশেষ মুহূৰ্তটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই নিয়মক লৈ যুগে যুগে বহুতৰে আপত্তিও আছে। এইবাৰ কন্যাদানক লৈ বিশেষ পৰ্যবেক্ষণ কৰিছে এলাহবাদ হাইকৰ্টে। 

উত্তৰপ্ৰদেশৰ এলাহবাদ হাইকৰ্টে এক গোচৰৰ ৰায় দিয়াৰ সময়ত পৰ্যবেক্ষণত জনাই যে কন্যাদানৰ নিয়ম হিন্দুৱে পালন কৰিবই লাগিব সেয়া বাধ্যতামূলক নহয়। এলাহবাদ হাইকৰ্টৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে বিগত ২২ মাৰ্চত এক গোচৰৰ ৰায়দানৰ সময়ত কন্যাদান হিন্দুৰ বাবে বাধ্যতামূলক নহয় বুলি উল্লেখ কৰিছে।
গোচৰ তৰাসকলে বিবাহৰ নিয়মত কন্যাদান অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বাধ্যতামূলক বুলি আদালত যুক্তি দিয়াৰ চেষ্টা কৰিছিল। গোচৰকাৰীৰ মতে, বিবাহত কন্যাদানৰ নিয়ম পালন কৰাৰ সময়ত বহু লোক উপস্থিত থাকে। সেই সকল ব্যক্তিয়েই এই বিবাহৰ সাক্ষী। তেওঁলোকৰ সন্মুখত কন্যাদান কৰিলে এই বিবাহ সম্পূৰ্ণ হৈছে বুলি স্বীকৃতি লাভ কৰা।
হাইকোৰ্টৰ ৰায়

হিন্দু মেৰিজ এক্ট ১৯৫৫ৰ ছেকশ্ব্যন ৭ অনুসৰি কোনো হিন্দু বিবাহৰ বৈধতাৰ বাবে সাতপাকৰ নিয়ম মনাটো অত্যন্ত জৰুৰী। হিন্দু বিবাহত এই নিয়ম পালন কৰা হয়। এজন পুৰুষে এগৰাকী যুৱতীক অগ্নিসাক্ষী ৰাখি সাতপাক ঘূৰে আৰু এজনে আনজনৰ হাতত ধৰি সাতটাকৈ প্ৰতিজ্ঞা গ্ৰহণ কৰে। এই অংগীকাৰ কৰা মানেই হিন্দু বিবাহ সম্পন্ন হোৱা। ১৯৫৫ চনৰ হিন্দু বিবাহ আইনত কন্যাদানৰ ৰীতি পালনৰ কথা উল্লেখ নাই।

কিয় কন্যাদান কৰা হয়?

প্ৰায়সকল হিন্দু পৰিয়ালত বিবাহৰ ক্ষেত্ৰত কন্যাদানৰ নিয়ম পালন কৰা হয়। কন্যাৰ পিতৃ-মাতৃয়ে এই নিয়ম পালন কৰিবলৈ গৈ আৱেগিকো হৈ পৰে। এই নিয়ম অনুসৰি পিতৃ-মাতৃয়ে নিজ হাতে কন্যাক জোঁৱাৱেকৰ হাতত তুলি দিয়ে। মন্ত্ৰোচ্চাৰণৰ মাধ্যমেৰে কন্যাদান কৰে পিতৃয়ে। কন্যাৰ দায়িত্ব জোঁৱায়েকৰ হাতত তুলি দিয়া এই ৰীতি হিন্দু বিবাহ এক্টত বাধ্যতামূলক নহয় বুলি স্পষ্টকৈ জনাই দিছে এইবাৰ এলাহবাদ হাইকৰ্টে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ
বাণিজ্য

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
Next Post
খঙতো প্ৰেয়সীক নক’ব এই ৫কথা! ক’লেই বিচ্ছেদ খাটাং

খঙতো প্ৰেয়সীক নক'ব এই ৫কথা! ক'লেই বিচ্ছেদ খাটাং

কোটীটকীয়া ঘৰ থাকিও অক্ষয়ে কিনিবলৈ লৈছে সাধাৰণ ঘৰ, কিন্তু কিয়?

কোটীটকীয়া ঘৰ থাকিও অক্ষয়ে কিনিবলৈ লৈছে সাধাৰণ ঘৰ, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.