নাৰীদেহ ব্যৱসায়ীৰ ৰূপত স্বয়ং আৰক্ষী। মহানগৰীৰ বশিষ্ঠৰ cid আৱাসগৃহত অভিযান। উৎখাত নাৰীদেহ ব্যৱসায়ৰ ঘাটি। বশিষ্ঠ আৰক্ষী বিষয়াৰ ঘৰতে নাৰীদেহৰ ৰমৰমীয়া বেহা। অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ নাম কমলুদ্দিন আহমেদ। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত চলিছিল অভিযান। মায়ঙৰ এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিত পোহৰলৈ আহে সমগ্ৰ ঘটনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ