• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিঠাতেলত ব্যৱহাৰ কৰক কেৱল মাত্ৰ ১ বিধ সামগ্ৰী, পাহৰি যাব চুলিত ৰং কৰাৰ কথা

2 years ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

1 hour ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

2 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

3 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

5 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

7 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মিঠাতেলত ব্যৱহাৰ কৰক কেৱল মাত্ৰ ১ বিধ সামগ্ৰী, পাহৰি যাব চুলিত ৰং কৰাৰ কথা

editor by editor
April 14, 2024
in জীৱনশৈলী, ফেশ্বন
0
মিঠাতেলত ব্যৱহাৰ কৰক কেৱল মাত্ৰ ১ বিধ সামগ্ৰী, পাহৰি যাব চুলিত ৰং কৰাৰ কথা
0
SHARES
17.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মিঠাতেলত ব্যৱহাৰ কৰক কেৱল মাত্ৰ ১ বিধ সামগ্ৰী, পাহৰি যাব চুলিত ৰং কৰাৰ কথা

অকাল পক্কতা আজিৰ দিনত একেবাৰে সাধাৰণ কথা। প্ৰায় সকলোৰে আজিৰ দিনত চুলি পকা দেখা যায়। কেৱল বুঢ়া হলেই নহয় ডেকা বয়সতো চুলি পকা দেখা যায়। যাৰ বাবে বৰ্তমান সময়ত বহু লোকেই চুলিত বিভিন্ন ধৰণৰ কেমিকেল সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়।

কোনোৱে যদি চুলি কলা কৰি ৰাখিবৰ বাবে চুলিত ৰং সানে, কোনোৱে আকৌ চুলি দেখিবলৈ ধুনিয়া হবৰ বাবে চুলিত ৰং সানা দেখা যায়। পাছে এনেদৰে ৰং কৰাটো চুলিৰ বাবে কিমান উপযোগী।

সেয়ে ব্যৱহাৰ কৰিব পাৰে এবিধ বিশেষ সামগ্ৰী। যাৰ ব্যৱহাৰে আপোনাৰ চুলি সুস্থ সবল কৰি তুলিব। ইয়াৰ বাবে প্ৰয়োজন কেৱল আপোনাৰ পাকঘৰত থকা সৰিয়হ বা মিঠাতেল। যি মিঠাতেলেৰে খাদ্য প্ৰস্তুত কৰে সেই মিঠাতেলেই ব্যৱহাৰ কৰি লাভ কৰিব পাৰে ভাল চুলি।

মিঠাতেলত মাত্ৰ এবিধ সামগ্ৰী ব্যৱহাৰ কৰিলেই লাভ কৰিব ভাল চুলি। সেই সামগ্ৰীবিধো পাব আপোনাৰেই পাকঘৰত। সেয়া হৈছে হালধী। মিঠাতেল আৰু হালধীৰ ব্যৱহাৰেৰে লাভ কৰিব প্ৰাকৃতিক হেয়াৰ ডাই। যিয়ে আপোনাৰ চুলি কৰি তুলিব কলা।

কিদৰে ব্যৱহাৰ কৰিব-
১- এই মিশ্ৰণৰ বাবে লাগিব ৩ৰ পৰা ৪ চামুচ মিঠা তেল।
২- এটা লোহাৰ কেৰাহীত এই তেলখিনি গৰম কৰক
৩-এতিয়া তেলখিনিত ২ চামুচ হালধী দি দিয়ক
৪- জুই একেবাৰে কম কৰি দিয়ক, অন্যথা হালধী জ্বলি যাব। সামগ্ৰী খিনি জ্বলিবলৈ দিব নালাগে।
৫- তেলখিনি পাছত এটা পাত্ৰত উলিয়াও লওক।
৬- এতিয়া এই মিশ্ৰণটোত এটা ই ভিটামিনৰ কেপচুল মিহলাই দিব।
৭- সম্পূৰ্ণ ৰূপে ঠাণ্ডা হোৱাৰ পাছত এতিয়া আপোনাৰ চুলিত গুৰিৰ পৰা শেষলৈকে ভালদৰে লগওক।
৮- কমেও ২ ঘণ্টা মান থকাৰ পাছত পাতল ছেম্পুৰে ধুই দিয়ক।
৯- এনেদৰে মাহত কমেও ২ বাৰ লগাওক আৰু এমাহৰ ভিতৰতে আচৰিত পাৰ্থক্য লাভ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: beauty hacksbeauty tipsHair ColourHair ProblemMustered oilMustered oil and turmericTurmeric
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

March 19, 2026
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?
জীৱনশৈলী

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
শোকাৱহ, হঠাতে খহি পৰে নিৰ্মীয়মান অট্টালিকাৰ ছাদ, ধ্বংসাৱশেষৰ আজত আৱদ্ধ ৩০ৰো অধিক, ১ নিহত

জীৱন্তে অগ্নিদ্বগ্ধ হৈ নিহত ৭, বালাজী মন্দিৰ দৰ্শন কৰি উভতি আহোতেই এই দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন