• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

11 months ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

42 seconds ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

1 hour ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

21 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

23 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

editor by editor
April 11, 2025
in জীৱনশৈলী
0
৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১২ এপ্ৰিল ২০২৫ শনিবাৰে পালিত হ’ব হনুমান জয়ন্তী৷ ধাৰণা কৰা হৈছে চ’তৰ পূৰ্ণিমাৰ এই পূণ্য তিথিতেই মাতা অঞ্জনিৰ গৰ্ভত জন্মগ্ৰহণ কৰিছে পবনপুত্ৰ হনুমান৷ হিন্দুধৰ্মাৱলম্বীসকলৰ বাবে তেওঁ হৈছে সংকটমোচন৷ তেওঁৰ চৰণত আশ্ৰয় লৈছে বজৰংবলীয়ে সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিছে৷

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

৫৭ বছৰ পাছত হনুমান জয়ন্তীত গঠিত হ’ব বিৰল পঞ্চগ্ৰহী যোগ৷ মীন ৰাশিত বুধ আৰু শুক্ৰৰ মিলনত গঠিত হৈছে লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ,সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত গঠিত হৈছে বুধাদিত্য ৰাজযোগ৷ মীন ৰাশিত গোচৰ কৰি মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই৷ আকৌ সূৰ্য আৰু শুক্ৰৰ যুঁটিত গঠিত হৈছে শুক্ৰাদিত্য যোগ৷ মীন ৰাশিত এই চাৰি ৰাজযোগৰ বিৰল প্ৰভাৱত হনুমান জয়ন্তীত ভাগ্যত দুৰ্দান্ত লাভ হব পাঁচ ৰাশিৰ জাতকৰ৷ পঞ্চমুখী হনুমানৰ কৃপা থাকিব এওঁলোকৰ ওপৰত৷

মেষ ৰাশি

মেষ ৰাশিত জাতক বজৰংবলীৰ প্ৰিয়৷ এই বছৰ পঞ্চগ্ৰহী যোগৰ প্ৰভাৱত হনুমানৰ কৃপাত সোণৰ দৰে চমকিব ভাগ্য৷ বজৰংবলীৰ কৃপাত কোনো বিপদে এওঁলোকক স্পৰ্শ কৰিব নোৱাৰিব৷ মেষ ৰাশিৰ জাতকৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতা থাকে৷ পঞ্চমুখী হনুমানৰ আশীৰ্বাদত এওঁলোকে কেৰিয়াৰত বৃহৎ সাফল্য লাভ কৰে৷ আৰ্থিকভাৱেও উন্নতি হয়৷

মিথুন ৰাশি

হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ আপোনাৰ ওপৰত বজৰংবলীৰ বিশেষ আশীৰ্বাদ থাকিব৷ এই সময়ত কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ বিশেষ প্ৰয়োজনত বন্ধু আৰু সহকৰ্মীসকলৰ সহায় লাভ কৰিব৷ কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা পাব৷ সংকটমোচনে আপোনাক শত্ৰুৰ পৰা ৰক্ষা কৰিব৷

কন্যা ৰাশি

পঞ্চগ্ৰহী যোগৰ প্ৰভাৱত পঞ্চমুখী হনুমানৰ আশীৰ্বাদ পাব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন ঘটিব৷ হনুমানৰ আশীৰ্বাদত সকলো কামতে সৌভাগ্যৰ সহায়তা পাব৷ ৰৈ থকা টকা এই সময়ত উভতাই পাব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হব৷ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক উন্নত হব৷

 কুম্ভ ৰাশি

হনুমান জয়ন্তীত বজৰংবলীৰ কৃপাত নতুন শক্তি, সাহস আৰু সাফল্য লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ এই সময়ত  আপুনি মন টান কৰি কোনো সিদ্ধান্ত লব পাৰে৷ এই সিদ্ধান্তই আপোনাক উন্নতিৰ শিখৰলৈ লৈ যাব৷ নতুন চাকৰি পাব পাৰে৷ ব্যৱসায়ত ডাঙৰ সাফল্য পোৱাৰ যোগ আছে৷ ডাঙৰ কোনো আৰ্থিক চুক্তি কৰিব পাৰে৷ সমাজত আপোনাৰ সন্মান বাঢ়িব৷

মীন ৰাশি

হনুমান জয়ন্তীত মীন ৰাশিতেই থাকিব পঞ্চগ্ৰহী যোগ৷ পঞ্চমুখী হনুমানে এই সময়ত আপোনাক খ্যাতিৰ শীৰ্ষলৈ লৈ যাব৷ মীন ৰাশিৰ জাতকৰ মূৰত নতুন চিন্তা আহিব৷ এই সকলো আইডিয়া কামত পৰিণত কৰি আপুনি ডাঙৰ সাফল্য পাব পাৰে৷ হঠাৎ প্ৰচুৰ অৰ্থলাভ কৰিব পাৰে৷ নতুন কামত হাত দিয়াৰ পূৰ্বে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
অতিকে শোকাৱহ, হেলিকপ্টাৰ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে এটা পৰিয়ালসহ ৬ জনে

অতিকে শোকাৱহ, হেলিকপ্টাৰ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে এটা পৰিয়ালসহ ৬ জনে

কোহলীয়ে নাকচ কৰিলে ৩০০ কোটি টকীয়া অফাৰ

কোহলীয়ে নাকচ কৰিলে ৩০০ কোটি টকীয়া অফাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.