• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হয় ইপাৰ, নহয় সিপাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনতেই তেওঁৰ জীৱনশৈলীৰ পৰা শিকি লওক জনপ্ৰিয় হোৱাৰ কিটিপ

হয় ইপাৰ, নহয় সিপাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনতেই তেওঁৰ জীৱনশৈলীৰ পৰা শিকি লওক জনপ্ৰিয় হোৱাৰ কিটিপ

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

13 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

14 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

15 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

16 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

16 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

17 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

18 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

18 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

19 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

20 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হয় ইপাৰ, নহয় সিপাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনতেই তেওঁৰ জীৱনশৈলীৰ পৰা শিকি লওক জনপ্ৰিয় হোৱাৰ কিটিপ

editor by editor
February 1, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, ৰাজনীতি
0
হয় ইপাৰ, নহয় সিপাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনতেই তেওঁৰ জীৱনশৈলীৰ পৰা শিকি লওক জনপ্ৰিয় হোৱাৰ কিটিপ
0
SHARES
454
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫৫ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজনীতিত চাণক্য বুলি পৰিচিত হৈ পৰা হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ভাৰতৰেই এজন জনপ্ৰিয় ৰাজনীতিবিদ। পূৰ্বে অসমৰ কোনো মুখ্যমন্ত্ৰীৰেই চৰ্চা এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা নাছিল। অসমৰে নহয়, ভাৰতৰ ৰাজনীতিত অপ্ৰতিৰোধ্য ৰাজনৈতিক নেতা হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পৰিস্থিতি চম্ভালিব লাগে সেই উপস্থিত বুদ্ধি হিমন্ত বিশ্ব শৰ্মাৰ আছে। ৰাজনৈতিক নেতা হিচাপেই নহয়, এগৰাকী ব্যক্তি হিচাপেও তেওঁৰ পৰা জানিব লগা বহুকেইটা দিশ আছে। বিশেষ ৫ টা কথা জানিলে সফল হ’ব আপুনিও।

পোনতেই মুখ্যমন্ত্ৰীৰ পৰা শিকিবলগীয়া কথাটো হৈছে সময়ৰ সদব্যৱহাৰ। সময়প্ৰয়োগৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া আছে। এক কথাত কবলৈ হলে সময়ৰ শৰ সময়ত মাৰিব জানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যাৰ বাবে অসমৰ ৰাজনীতিত অপ্ৰতিৰোধ্য নেতা হিচাপে নিজক থিয় কৰাব পাৰিছে হিমন্ত বিশ্ব শৰ্মাই। সময়ৰ সদব্যৱহাৰ কৰিয়েই ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ এখন সুকীয়া আসন তৈয়াৰ কৰিব পাৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কেতিয়াও মাজত নাথাকে। হয় ইপাৰ, নহয় সিপাৰ। যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পোনপটীয়া সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিকোনো সিদ্ধান্তক লৈ তেওঁ কাহানিও দুদোল্যমান স্থিতি গ্ৰহণ নকৰে। যাৰ বাবে তেওঁৰ অনুৰাগীৰ মাজত জনপ্ৰিয়। তেওঁ যিয়েই সিদ্ধান্ত নলওক কিয় পাকে প্ৰকাৰে সেয়া সম্পূৰ্ণ কৰেই।

আত্মবিশ্বাস হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া আন এক গুৰুত্বপূৰ্ণ কথা। সৰুৰে পৰা ৰাজনীতি কৰিমেই বুলি যি এটা আশা পুহি ৰাখিছিল সেই আশা বাস্তৱত ৰূপায়িত কৰি দেখোৱালে তেওঁ। ৰাজনৈতিক ক্ষেত্ৰখনত সফল হোৱাৰ আগতই তেওঁ সেই সময়ৰ প্ৰেয়সী তথা বৰ্তমান পত্নী ৰিণিকি ভূঞাক প্ৰতিশ্ৰুতি দিছিল। হিমন্ত বিশ্ব শৰ্মাই কৈছিল, ‘ঘৰত কৈ দিবা এদিন মুখ্যমন্ত্ৰী হম’। আৰু এইষাৰ কথা সঁচা প্ৰমাণিত কৰি ২১ বছৰৰ পাছত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল তেওঁ। গতিকে এইবোৰ কথাৰ পৰাই তেওঁৰ গভীৰ আত্মবিশ্বাসৰ কথা জানিব পাৰি।

সকলো মানুহকে কথাৰে আকৰ্ষিত কৰিব পৰা গুণ তেওঁৰ প্ৰধান অস্ত্ৰ বুলিলেও ভুল কোৱা নহ’ব। কথা কেনেকৈ কি পৰিস্থিতিত কব লাগে সেই কথা হিমন্ত বিশ্ব শৰ্মাই জানে। যিকোনো জলন্ত এটা বিষয়ক লৈ তেওঁৰ এটা মতামতকেই বহুলোকে সমাধান বুলি ভাৱে। মানুহ পতিয়ন যাব পৰাকৈ কথা ক’ব দক্ষতা অসমৰ ৰাজনৈতিক ইতিহাসত মুষ্টিমেয় কেইগৰাকী মানৰহে আছে তাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অন্যতম।

সকলো সমস্যা সহজভাৱে লব পৰা গুণটোও হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া অন্যতম এক গুণ। যিমানেই বিঘিনি নাহক, কেতিয়াও হতাশহোৱাটো ধৰা নিদিয়ে। নিজক স্থিতঃপ্ৰজ্ঞকৈ ৰাখি তেওঁ কৰিবলগীয়াখিনি কৰি যায়। নিজৰ জীৱনৰ বাধা-বিঘিনিৰ মাজত নিজক স্থিৰে ৰাখি সহজভাৱে জীৱন চলাই নিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া আন এক প্ৰধান গুণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব, বাজেটত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব, বাজেটত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

সংগী মেষ ৰাশিৰ জাতক? প্ৰেম কৰাৰ পূৰ্বে তেওঁৰ চৰিত্ৰৰ এই দিশসমূহ জানি থওক

সংগী মেষ ৰাশিৰ জাতক? প্ৰেম কৰাৰ পূৰ্বে তেওঁৰ চৰিত্ৰৰ এই দিশসমূহ জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.