এক্সিট প’লত দুই ৰাজ্যতেই কংগ্ৰেছ চৰকাৰ
বিজেপিক বিদায় দিবলৈ সাজু দুই ৰাজ্যৰ ভোটাৰ
১০ বছৰৰ পাছত হাৰিয়ানাত কংগ্ৰেছ চৰকাৰ গঠনৰ সম্ভাৱনা
হাৰিয়ানাত কংগ্ৰেছে ৪৯-৬১ খন আসন লাভৰ সম্ভাৱনা
মাত্ৰ ২০-৩২খন আসনতে থমকি ৰ’ব পাৰে বিজেপি
হাৰিয়ানাৰ মুঠ ৯০খন আসনৰ বাবে হৈছিল ভোটগ্ৰহণ
হাৰিয়ানাত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঢ়াৰ দিশে কংগ্ৰেছ
এক্সিট প’লৰ মতে হাৰিয়ানাত বিজেপিক নস্যাৎ কৰিছে জনতাই
জম্মু কাশ্মীৰত কংগ্ৰেছে লাভ কৰিব পাৰে ৪০-৪৮খন আসন
বিজেপিয়ে জম্মু-কাশ্মীৰত লাভ কৰিব মাত্ৰ ২৭-৩২ খন আসন!
মুঠ ৯০ খন আসনৰ বাবে ভোটগ্ৰহণ সমাপ্ত হৈছে জম্মু কাশ্মীৰত
দেশৰ দুখনকৈ ৰাজ্যত কংগ্ৰেছৰ পুনৰুত্থান
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ