• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঞ্জীৱনীতকৈ কম নহয় এই উদ্ভিদ, ফুল-পাতৰ পৰা আৰম্ভ কৰি ফললৈকে সকলো বহু উপকাৰী

সঞ্জীৱনীতকৈ কম নহয় এই উদ্ভিদ, ফুল-পাতৰ পৰা আৰম্ভ কৰি ফললৈকে সকলো বহু উপকাৰী

2 years ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

31 minutes ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

2 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

2 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

4 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

4 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

5 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

5 hours ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

6 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

6 hours ago
বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

7 hours ago
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সঞ্জীৱনীতকৈ কম নহয় এই উদ্ভিদ, ফুল-পাতৰ পৰা আৰম্ভ কৰি ফললৈকে সকলো বহু উপকাৰী

editor by editor
May 17, 2024
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
সঞ্জীৱনীতকৈ কম নহয় এই উদ্ভিদ, ফুল-পাতৰ পৰা আৰম্ভ কৰি ফললৈকে সকলো বহু উপকাৰী
0
SHARES
457
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সঞ্জীৱনীতকৈ কম নহয় এই উদ্ভিদ, ফুল-পাতৰ পৰা আৰম্ভ কৰি ফললৈকে সকলো বহু উপকাৰী

সঞ্জীৱনী বনৌষধিতকৈ কম নহয় আমাৰ তথা আপোনাৰ ঘৰৰ আশে পাশে থকা এইবিধ বিশেষ গছ। যি উদ্ভিদৰ পাত-ফুল, ফল সকলো উপাকীৰ। ইয়াক ছুপাৰ ফুড বুলিও কোৱা হয়। কাৰণ ইয়াত এনে অলৌকিক উপাদান পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।

ই আমাৰ শৰীৰৰ শাৰীৰিক দুৰ্বলতা দূৰ কৰে আৰু লগতে বিপদজনক সংক্ৰমণৰ পৰাও আমাক আঁতৰাই ৰাখে। যকৃত আৰু বৃক্ক বিষমুক্ত কৰাৰ লগতে মানসিক চাপ, উদ্বেগ দূৰ কৰা আৰু থাইৰয়ডৰ কাৰ্য্যক্ষমতা উন্নত কৰাত অতি উপকাৰী বুলি বিবেচিত হৈছে এই উদ্ভিদ।

এই বিশেষ উদ্ভিদ বিধ হৈছে চজিনা গছ। চজিন গছৰ পাত, ইয়াৰ ফুল তথা ইয়াৰ চজিনাৰ কিমান উপকাৰী গুণ আছে, সেয়া কৈ শেষ কৰিব নোৱাৰি। আচলতে ইয়াত এনে কিছুমান পদাৰ্থ থাকে যিয়ে আমাৰ শৰীৰৰ পৰা ৰোগ আঁতৰাই পেলায়। আমাক ভিটামিন আৰু এন্টিঅক্সিডেন্ট যোগান ধৰাৰ উপৰিও ইয়াৰ পাতত ভিটামিন এ, বি, বি ২ বি ৬, চি, ফছফৰাছ, আইৰণ, মেগনেছিয়াম, কেলচিয়াম, জিংকৰ লগতে ফ’লেটৰ সমৃদ্ধ উৎস।

ইয়াৰ লগতে চজিনাই হাড়বোৰো মজবুত কৰে। ইয়াৰ পাতত ফছফৰাছ আৰু কেলচিয়ামো থাকে, যাৰ বাবে ই অষ্টিঅ’পৰ’ছিছৰ সমস্যাৰ পৰাও সকাহ দিয়ে।

চজিনা ব্যৱহাৰ কৰি শৰীৰত ডায়েবেটিছৰ সমস্যা নিৰাময় কৰাৰ লগতে আমি ইয়াৰ পাত চালাডৰ ৰূপতো খাই শৰীৰত বৃদ্ধি পোৱা চেনিৰ মাত্ৰা হ্ৰাস কৰিব পাৰো। ইয়াৰ লগতে ৰক্তহীনতাত আক্ৰান্ত ৰোগীৰ বাবেও ই এক ঔষধ। চজিনাই আমাৰ শৰীৰত তেজৰ অভাৱো পূৰণ কৰে। শাক-পাচলি বনোৱাৰ লগতে আমি ইয়াৰ পৰা চূপ বনাইয়ো খাব পাৰো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক
জীৱনশৈলী

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

March 22, 2026
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক
জীৱনশৈলী

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

March 22, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

March 22, 2026
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম
বাণিজ্য

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

March 22, 2026
Next Post
ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ চাঞ্চল্যকৰ মন্তব্য, ৪ হাজাৰৰো অধিক ভাৰতীয় নাৰ্চে এৰিব লাগিব দেশ

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ চাঞ্চল্যকৰ মন্তব্য, ৪ হাজাৰৰো অধিক ভাৰতীয় নাৰ্চে এৰিব লাগিব দেশ

দেশ-অভিনয় সকলো এৰি পত্নীৰ ইংলেণ্ডেই হ’ব স্থায়ী ঠিকনা, কোহলীয়ে নিজেই কৰিলে সদৰি

দেশ-অভিনয় সকলো এৰি পত্নীৰ ইংলেণ্ডেই হ'ব স্থায়ী ঠিকনা, কোহলীয়ে নিজেই কৰিলে সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.