• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

2 months ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

37 minutes ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 hour ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

1 hour ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

3 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

3 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

4 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

4 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

5 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

6 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

6 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

7 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

editor by editor
January 10, 2026
in চিনেমা, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, সংগীত
0
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
0
SHARES
811
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে এটা ফেছবুক লাইভ৷ সেই লাইভতে নিজৰ ব্যক্তিগত জীৱন সম্পৰ্কে বিস্ফোৰক কেইবাটাও তথ্য তাৰপিছতেই নিজকে শেষ কৰাৰ চেষ্টা বংগৰ গায়িকা তথা অভিনেত্ৰী দেৱলীনা নন্দীৰ৷ বিগত সপ্তাহৰ পৰাই গায়িকাৰ এই ঘটনাক লৈ চৰ্চা চলি আছে নেটিজেনৰ মাজত৷ পৰিয়ালৰ পক্ষৰ পৰাও এটাৰ পাছত আনটো বাইট আহিছে বিভিন্ন টেলিভিছন চেনেলৰ লগতে সামাজিক মাধ্যমতো৷ পৰিয়াল অৰ্থাৎ দেৱলীনাৰ মাতৃ আৰু ভগ্নীয়ে জনাইছে যে দেৱলীনা নন্দীয়ে ৭৮টা কাঢ়া ডোজৰ টোপনিৰ ঔষধ খাই নিজকে শেষ কৰাৰ চেষ্টা কৰিছিল৷ তাৰপাছৰে পৰাই বাৰংবাৰ প্ৰশ্ন উঠিছে ইমানখিনি টোপনিৰ ঔষধ কেনেকৈ পালে গায়িকা দেৱলীনাই?

নেটিজেনৰ মাজত সপক্ষে বিপক্ষে দুটা ভাগ হৈ একপ্ৰকাৰৰ পঞ্চায়তেই বহিছে৷ সেই সময়তেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দি গায়িকাৰ ফেছবুক পেজৰ পৰা লাইভত আহিছে তেওঁৰ ভগ্নী৷ গায়িকা দেৱলীনাৰ ভগ্নীয়ে লাই আহি জনাইছে যে দেৱলীনাই ৭৮টা টোপনিৰ ঔষধ একেলগে ভক্ষণ কৰিছিল৷ দেৱলীনাৰ পূৰ্বৰে পৰাই টোপনিৰ সমস্যা আছিল৷ সেয়ে চিকিৎসকৰ পৰামৰ্শ মানিয়েই এই ঔষধ তেওঁ গ্ৰহণ কৰি আছিল৷ দীৰ্ঘদিন ধৰি অলপ অলপকৈ ঔষধ জমা কৰি আছিল দেৱলীনাই৷ ঔষধৰ ডজ বৰ বেছি নোহোৱাৰ বাবেই ডাঙৰ বিপদ নহ’ল বুলিও জনাইছে দেৱলীনাৰ ভগ্নীয়ে৷

দেৱলীনাৰ এনে আত্মঘাটী সিদ্ধান্তক লৈ প্রথমৰে পৰাই গায়িকাৰ স্বামী প্ৰবাহ নন্দী আৰু তেওঁৰ শহুৰৰ ঘৰৰ লোকসকলৰ বিৰুদ্ধে আঙুলি টোৱাইছে গায়িকাৰ পৰিয়ালে৷ নিজেও পৰোক্ষভাৱে লাইভ ভিডিঅ’ত সেই কথা জনাইছে দেৱলীনাই৷ বিবাহৰ পাছতেই দেৱলীনাক তেওঁৰ মাতৃক এৰি দিবৰ বাবে চাপ দি আছিল স্বামী পৰিয়ালে৷ নিজে চৰম সিদ্ধান্ত ল’বলৈ আগবঢ়াৰ সময়ত অহা লাইভ ভিডিঅ’তো মনৰ কথা জনাইছিল দেৱলীনাই৷ কান্দি কান্দি দেৱলীনাই কৈছিল, ‘বিবাহৰ পাছৰে পৰাই পেছা আৰু মা ক লৈ অসহ্য যন্ত্ৰণাৰ চিকাৰ হৈছো৷ বাৰে বাৰে মোক কোৱা হৈছিল মাক এৰি দিব পাৰে৷ যি গৰাকী মায়ে নিজে ফটা শাৰী পিন্ধি মোক ভালকৈ ডাঙৰ কৰিছে মোক ভাল কাপোৰ পিন্ধাই ষ্টেজত থিয় দিব পৰাকৈ আগুৱাই নিছে সেই মাক মই কেনেকৈ ত্যাগ কৰিম? মায়ে মোৰ শ্ব’ বিলাকত উপস্থিত নাথাকিলে মোৰ গানে পূৰ্ণতা নাপায়৷’

উল্লেখ কৰা প্ৰয়োজন যে দেৱলীনা নন্দী এতিয়া কলকাতাৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ছচিয়েল মিডিয়াত তেওঁক লৈ চৰ্চা অব্যাহত আছে৷ কোনো কোনোৱে দেৱলীনাৰ পক্ষত মাত দিছে যদিও একাংশই আকৌ প্ৰবাহৰ হৈয়ো মাত দিছে৷ তাৰমাজতে দেৱলীনাই লাইভত আহি জনাইছে যে তেওঁ যি পথ লৈছিল সেয়া সঠিক পথ নাছিল৷ তেওঁ ভুল সিদ্ধান্ত লৈছিল৷ এতিয়া লাহে লাহে তেওঁ সুস্থ হৈছে৷ তেওঁক লৈ যাতে কোনেও এনেধৰণৰ ট্ৰলিং ভিডিঅ’ কৰি নাথাকে সেই অনুৰোধো কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়
জীৱনশৈলী

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

March 17, 2026
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ
জীৱনশৈলী

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

March 17, 2026
Next Post
মকৰ সংক্ৰান্তিয় পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৪ৰাশিৰ বেংক বেলেন্স বাঢ়িব চাৰিগুণ

মকৰ সংক্ৰান্তিয় পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৪ৰাশিৰ বেংক বেলেন্স বাঢ়িব চাৰিগুণ

প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল, আঁৰি দিয়া হ’ল CLOSED ফলক

প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল, আঁৰি দিয়া হ’ল CLOSED ফলক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.