• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

5 months ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

57 minutes ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

2 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

2 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

3 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

3 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

4 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

6 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

6 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

7 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

7 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

editor by editor
April 18, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিমাচল প্ৰদেশৰ এখন বিবাহৰ কথা বিগত বৰ্ষত চৰ্চাৰ শিৰোনামত আছিল৷ দুই ভাতৃয়ে এজনী যুৱতীৰ সৈতেই বিবাহপাশত আৱদ্ধ হৈছিল৷ হিমাচল প্ৰদেশৰ ছিৰমৌ জিলাৰ শিল্লাই এলেকাত হোৱা সেই অনন্য বিবাহৰ বাতৰি আকৌ সংবাদ শিৰোনামলৈ আহিছে৷ ২০২৫ চনৰ জুলাই মাহত কপিল আৰু প্ৰদীপ নামৰ দুই ভাতৃয়ে বিয়া কৰাইছিল সুনীতা নামৰ যুৱতীগৰাকীক৷ বিবাহৰ প্ৰায় ১০ মাহৰ পাছত সুনীতাই জন্ম দিছে এটি কন্যা সন্তান৷ সন্তান জন্মৰ পাছতেই বহুজনে পৰিয়ালটোক অভিনন্দনো জনাইছে, কিন্তু তাৰমাজতে বহুতে প্ৰশ্ন কৰিছে এই সন্তানটোৰ পিতৃ কোন হ’ব? জন্মৰ প্ৰমাণ পত্ৰত এই সন্তানৰ পিতৃৰ নাম কি বুলি উল্লেখ থাকিব? প্ৰদীপ নে কপিল?

চৰ্চা চলি আছে৷ চৰ্চাৰ মাজতে শেহতীয়াকৈ তেওঁলোকে জনাইছে যে, তেওঁলোকৰ পৰম্পৰা অনুসৰি কন্যা শিশুটিৰ পিতৃৰ পৰিচয়ত ডাঙৰ ভাতৃৰ নামেই উল্লেখ থাকিব বুলি জনাইছে তেওঁলোকৰ পৰিয়ালে৷ এই ধৰণৰ বিবাহক হিমাচলত ভ্ৰাতৃত্ববোধৰ বহুবিবাহ বুলি জনা যায়৷ ভূমি বিভাজন ৰোধ কৰিবলৈ আৰু পৰিয়ালৰ সম্পত্তি একত্ৰিত কৰি ৰাখিবলৈ পাহাৰীয়া এই অঞ্চলত পূৰ্বৰে পৰাই এই পৰম্পৰা প্ৰচলিত আছে৷

ভাৰতীয় আইনৰ অধীনত অৱশ্যে বহুবিবাহক স্বীকৃতি দিয়া নহয়৷ সেয়ে আনুষ্ঠানিকভাৱে ডাঙৰ ভাতৃকেই আনুষ্ঠানিকভাৱে মহিলাগৰাকীৰ স্বামী হিচাপে গণ্য কৰা হয়৷ সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰতো ডাঙৰ ভাতৃৰেই নাম থাকে৷ শিশুটিৰ জৈবিক পিতৃৰ বিষয়টো তেওঁলোকৰ বাবে নগণ্য৷ ডাঙৰ ভাতৃকেই তেওঁলোকে আনুষ্ঠানিক স্বীকৃতি দিয়ে৷ অৱশ্যে পত্নীয়ে দুই ভাতৃৰ সৈতেই সহবাস কৰে৷ কেতিয়া কাৰ সৈতে কটাব সেই সিদ্ধান্ত মহিলাগৰাকীয়ে নিজে লয়৷ হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই পাৰমাৰে ১৯৭৫ চনত বহুবিবাহৰ ওপৰত এখন গ্ৰন্থ লিখিছিল য’ত এই প্ৰথাৰ বিষয়ে বিতংভাৱে উল্লেখ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

September 17, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
Next Post
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.