• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীক কথা দিয়ামতেই তেওঁ মুখ্যমন্ত্ৰী, জনপ্ৰিয়তাৰে ৩ বছৰতে চেৰ পেলাইছে ১৫ বছৰ ৰাজত্ব কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈকো

পত্নীক কথা দিয়ামতেই তেওঁ মুখ্যমন্ত্ৰী, জনপ্ৰিয়তাৰে ৩ বছৰতে চেৰ পেলাইছে ১৫ বছৰ ৰাজত্ব কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈকো

2 years ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

29 minutes ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

1 hour ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

2 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

3 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

4 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

5 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

6 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পত্নীক কথা দিয়ামতেই তেওঁ মুখ্যমন্ত্ৰী, জনপ্ৰিয়তাৰে ৩ বছৰতে চেৰ পেলাইছে ১৫ বছৰ ৰাজত্ব কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈকো

পত্নীক কথা দিয়ামতেই তেওঁ মুখ্যমন্ত্ৰী, জনপ্ৰিয়তাৰে ৩ বছৰতে চেৰ পেলাইছে ১৫ বছৰ ৰাজত্ব কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈকো

editor by editor
May 10, 2024
in অসম, গুৱাহাটী, বিবিধ, ৰাজনীতি
0
পত্নীক কথা দিয়ামতেই তেওঁ মুখ্যমন্ত্ৰী, জনপ্ৰিয়তাৰে ৩ বছৰতে চেৰ পেলাইছে ১৫ বছৰ ৰাজত্ব কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈকো
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাইনেমিক শব্দটোৰ সঠিক প্ৰয়োগ কেৱল এটা নামৰ সৈতেই ভালধৰণে হয়। ২০২১চনৰ ১০মে’ৰ দিনটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ এক বৃহৎ পৰিৱৰ্তন আহিছিল। পদে পদেই প্ৰত্যাহ্বান। সকলোৰে মনত এটাই প্ৰশ্ন কোন হ’ব, কোন হ’ব? অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব সৰ্বানন্দ সোনোৱাল নে হিমন্ত বিশ্ব শৰ্মা? সকলো কথাৰেই উত্তৰ দুবছৰ পূৰ্বে আজিৰ দিনটোতেই লাভ কৰিছিল অসমবাসীয়ে। মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ দায়িত্বভাৰ নিজৰ তুলি লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হোৱাৰ প্ৰক্ৰিয়াটোৰ পৰা আৰম্ভ কৰি কামকাজলৈ সকলোতেই আছে প্ৰত্যাহ্বান। কেতিয়াবা যদি সমালোচিত হৈছে, কেতিয়াবা সৰ্বশ্ৰেষ্ঠ বুলি আখ্যাও পাইছে। অসমবাসীয়ে সচৰাচৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰবোৰতকৈ পৃথক এক চৰিত্ৰৰ মুখামুখি হৈছে। কোনোৱে যদি এই পৃথক চৰিত্ৰটোৰ বাহ বাহ দিছে কোনোৱে আকৌ এয়া এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰ কেনেকৈ হ’ব পাৰে বুলি সমালোচনা কৰিছে।

এই বাক-বিতণ্ডা, প্ৰত্যাহ্বানৰ মাজেৰেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিলে তিনিবছৰ। ৩ টা বছৰত ৰাজ্যখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত কি কি পৰিবৰ্তন ৰাইজে দেখিছে? তিনিবছৰৰ খতিয়ান শাসক দলে কেনেকৈ দাঙি ধৰিছে বা বিৰোধীয়ে কেনেদৰে সমালোচনা কৰিছে তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সাধাৰণ জনতাই মুখ্যমন্ত্ৰীৰ কামকাজক কেনেদৰে লৈছে?

হিতাধিকাৰী সৃষ্টি, এটাৰ পাছত আনটো ঋণ, বিহুৰে বিশ্ব ৰেকৰ্ড বহুকেইটা নকৰিবলগীয়া কামেৰে মুখ্যমন্ত্ৰী হিচাপে বৃতিক্ৰম হৈ ধৰা দিছে হিমন্ত বিশ্ব শৰ্মাই। চতুৰ, বিচক্ষণ তথা কৰ্মঠ হিচাপে পূৰ্বৰে পৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পৰিচয় আছিল। সেই পৰিচয় কৰ্মপটুতাৰ মাজেৰেই দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ বিশেষ চৰ্চা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পূৰ্বে হোৱা নাছিল যদিও বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদমাধ্যমেও উত্তৰ পূবৰ চানক্য আখ্যা দিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মক ৰাইজে সমালোচনা কৰিছে যদিও বহুসময়ত শলাগো লৈছে। কিন্তু এই তিনিবছৰৰ কাৰ্যকলাপক অসমৰ ৰাইজে কেনেকৈ লৈছে তাৰ উত্তৰ লাভ কৰিবলৈ এতিয়াও আৰু ২টা বছৰ অপেক্ষা কৰিব লাগিব হিমন্ত নেতৃত্বাধীন চৰকাৰখনে বুলি ৰাজনৈতিক বিশ্লেষকসকলে কোৱাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
Next Post
অসমীয়া সাজেৰে সাজিছে ৰামলালা! এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীয়ে অসমৰ পৰা ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ

অসমীয়া সাজেৰে সাজিছে ৰামলালা! এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীয়ে অসমৰ পৰা ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ

বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী

বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.