• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী

বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী

2 years ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

1 hour ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

2 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

3 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

3 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

4 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

4 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

4 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

5 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

6 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

6 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

7 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী

বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী

editor by editor
May 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ ভয় খাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁক ৰক্ষা কৰিবলৈকে আদানী, আম্বানীৰ নাম বাৰে বাৰে লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ উত্তৰপ্ৰদেশক কনৌজৰ এখন নিৰ্বাচনী সভাত আকৌ এবাৰ নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ ৰাহুলৰ মুখত আকৌ এবাৰ আদানী আৰু আম্বানীৰ নাম৷ পূৰ্বেও আম্বানী আৰু আদানীৰ প্ৰসংগ লৈ প্ৰধানমন্ত্ৰী মোদীক টাৰ্গেট কৰি লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ ৰায়বৰেলীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে শুকুৰবাৰে কনৌজৰ এখন সভাত কয়, ‘বিগত ১০ বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও আদানী আৰু আম্বানীৰ নাম মুখেৰে লোৱা নাছিল কিন্তু এইবাৰ তেওঁ নিজেই নাম লৈছে আম্বানী, আদানীৰ৷ বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে হাজাৰ হাজাৰ বক্তৃতা দিছে৷ কিন্তু তেওঁ ভুলতো আম্বানী আদানীৰ নাম লোৱা নাই৷ এইবাৰ মোদীয়ে নাম লৈছে কাৰণ তেওঁ ভয় খাইছে, এইবাৰ ৰক্ষা কৰিবলৈ দুই বন্ধু আম্বানী, আদানী নাহিলে নিস্তাৰ নাই৷ তেওঁৰ অন্তৰাত্মাই কৈছে, ‘মোক বচাওক৷ ইণ্ডিয়া জোঁটে মোক শেষ কৰি পেলাইছে৷ মই হাৰিবলৈ গৈ আছো৷ আদানী-আম্বানী আপোনালোকেই মোৰ ভৰসা৷’

ৰাহুলক টাৰ্গেট মোদীৰ

কিছুদিন পূৰ্বে তেলেংগানাৰ এখন সভাৰ পৰা নৰেন্দ্ৰ মোদীয়ে টাৰ্গেট কৰিছিল ৰাহুলক৷ তেওঁ কয় যে, নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰাই আম্বানী আৰু আদানীক গালি পৰা বন্ধ কৰিছে ৰাহুলে৷ কংগ্ৰেছে নিশ্চয় আম্বানী আৰু আদানীৰ পৰা ধন হৈছে৷ সেয়ে গালি পৰা নাই ৰাহুলে৷ কোনখন টেম্পোৰে তেওঁলোকে কংগ্ৰেছৰ ঘৰলৈ ধন পঠিয়াইছে সেই কথাও সুধিছিল মোদীয়ে৷ তাৰপাছতেই মোদীক উভতাই আক্ৰমণ কৰিছে ৰাহুলে৷ আম্বানী আৰু আদানীয়ে টেম্পোৰে টকা পঠিয়াই বুলি মোদীয়ে কেনেকৈ গম পায়? পূৰ্বে নিশ্চয় তেনেকৈ ধন লৈছে৷ ৰাহুলে কয়, প্ৰধানমন্ত্ৰীয়ে যিমান টকা লৈছে সিমান টকা কংগ্ৰেছে দেশবাসীক উভতাই দিব৷

 বিভ্ৰান্তিৰ সৃষ্টি নকৰিব

ইয়াৰ সৈতে কংগ্ৰেছৰ এগৰাকী নেতাই কয় যে, প্ৰধানমন্ত্ৰীয়ে আদানী আৰু আম্বানীৰ পৰা টকা কেনেকৈ লয় নিজেই কৈ পেলাইছে৷ টেম্পোত টকা পঠিয়াই বুলি সেয়ে তেওঁলোকে জানে৷ এই টেম্পোক লৈ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত অভিজ্ঞতা আছে বুলি ৰাহুলেও দাবী কৰিছে৷ ইয়াৰ সৈতে ৰাহুলৰ দাবী, এতিয়া হাৰি যাব বুলি বুজিয়েই বিজেপিয়ে, প্ৰধানমন্ত্ৰীয়ে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰাত লাগিছে৷
ৰাহুলে এই সন্দৰ্ভত কয়, ‘এতিয়া নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে  বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা কৰিছে৷ আগন্তুক ১০ ৰ পৰা ১৫ দিন এই চেষ্টা তেওঁলোকে চলাব৷ কিন্তু তেওঁলোকৰ কথাত আপোনালোক বিভ্ৰান্ত নহ’ব৷ ভাৰতৰ লোকসভা নিৰ্বাচনত এয়া এটা ইছ্যু হে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?
ভাৰত

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

September 18, 2026
Next Post
পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী

পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী

লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.