• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী

পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী

2 years ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

33 minutes ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

2 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

2 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

16 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

17 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

17 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

18 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

18 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

19 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

19 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

20 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী

পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী

editor by editor
May 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪- আজি ১০ মে অক্ষয় তৃতীয়াৰ ওপৰিও পালিত হ’ব পৰশুৰাম জয়ন্তীও৷ শাস্ত্ৰ অনুসৰি ত্ৰেতা যুগত অধৰ্মৰ হাতৰ পৰা সংসাৰক ৰক্ষা কৰিবৰ বাবে ব’হাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিত ধৰাধামত আবিৰ্ভাৱ হৈছিল শ্ৰী বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ৷ জন্মৰ পাছতেই তেওঁৰ নাম ৰখা হৈছিল ৰাম৷ কিন্তু পৰবৰ্তীকালত মহাদেৱৰ পৰা পৰশু নামৰ এবিধ অস্ত্ৰ তেওঁ লাভ কৰে৷ সেয়ে পাছলৈ তেওঁৰ নাম হয়গৈ পৰশুৰাম৷ পৰশুৰামৰ পিতৃ আছিল ঋষি জমদগ্নি আৰু মাতৃ আছিল ৰেণুকা৷ ব্ৰাহ্মণৰ ঘৰত জন্ম হ’লেও তেওঁৰ শৰীৰত আছিল ক্ষত্ৰিয় তেজ৷ ১৭ বাৰকৈ  এই বিশ্বক তেওঁ নিঃক্ষত্ৰিয় কৰিছিল৷ কিন্তু বিষ্ণুৰ অন্যতম অৱতাৰ পৰশুৰামৰ সৈতে জড়িত হৈ আছে মাতৃহত্যাৰ পাপো৷ সেই পাপতেই তেওঁৰ হাতত লাগি ধৰিছিল এখন কুঠাৰ৷ সেই কুঠাৰ পাছলৈ কেনেকৈ তেওঁৰ হাতৰ পৰা সৰি পৰিছিল সেই কাহিনী জানি থওক৷

পৰশুৰামৰ মাতৃহত্যা

জমদগ্নি আৰু ৰেনুকাৰ পাঁচগৰাকী পুত্ৰৰ মাজত পৰশুৰাম আছিল সকলোতকৈ সৰু৷ এদিন ৰেনুকাই ৱপানী আনিবলৈ গংগাৰ তীৰলৈ যায়৷ তাতেই গন্ধৰ্বৰাজত তেওঁৰ পত্নীৰ সৈতে জলবিহাৰ কৰি থকা দেখা পায়৷ সেই দৃশ্য চাই চাইয়ে তেওঁ এনেকৈ বিভোৰ হৈ পৰে যে ঋষি জমদগ্নিৰ যজ্ঞৰ সময় পাৰ হৈ যায়৷ কিছু সময় পাছত যেতিয়া তেওঁৰ জ্ঞান উদয় হয় তেতিয়া লৰালৰিকৈ ঘৰলৈ উভতি আহে কিন্তু তেতিয়ালৈকে সময় পাৰ হৈ গৈছিল৷ ঋষি প্ৰচণ্ড খঙত ফাঁটি ঘৰতে বহি আছিল৷

খঙতে নিজৰ ডাঙৰ সন্তানক ঋষিয়ে মাতৃ বধৰ নিৰ্দেশ দিয়ে৷ কিন্তু পিতৃৰ কথা অমান্য কৰে জ্যেষ্ঠ পুত্ৰই৷ ইয়াৰ পাছতেই এজন এজনকৈ গোটেই কেইটা সন্তানক মাতি একেই নিৰ্দেশ দিয়ে জমদগ্নিয়ে৷ ডাঙৰ আটাইকেইটাই মাতৃক হত্যা কৰিবলৈ অস্বীকাৰ কৰে৷ শেষত কনিষ্ঠ পুত্ৰ পৰশুৰামত মাতি মাতৃক বধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ পিতৃৰ কথা মানি পৰশুৰামে তেতিয়া কুঠাৰেৰে মাতৃ ৰেনুকাৰ ডিঙি কাটি পেলাই৷

পিতৃৰ নিৰ্দেশ অমান্য কৰাৰ অপৰাধত জ্যেষ্ঠ চাৰি ভাতৃকো হত্যা কৰে পৰশুৰামে৷ কনিষ্ঠ পুত্ৰৰ এই কামত প্ৰসন্ন হৈ ঋষি জমদগ্নিয়ে তেওঁক বিশেষ বৰ দিয়ে৷ সেই বৰতেই নিজৰ মাতৃ আৰু ভাতৃৰ প্ৰাণ ঘূৰাই আনে পৰশুৰামে৷ মাতৃ আৰু ভাতৃৰ প্ৰাণ ঘূৰাই পালেও মাতৃহত্যাৰ পাপতেই কুঠাৰ পৰশুৰামৰ হাতত ৰৈ যায়৷ কেনেকৈ হাতৰ পৰা কুঠাৰ নমাব পাৰি তাৰ উপায় বিচাৰি হাবাথুৰি খাই পৰশুৰাম৷ জমদগ্নিয়ে তেতিয়া পৰশুৰামক উপদেশ দিয়ে যে কোনো তীৰ্থস্থানৰ পানীয়েহে তেওঁৰ এই পাপ মোছন কৰিব পাৰিব৷ পিতৃৰ কথা মানিয়েই নানান তীৰ্থ ঘূৰি  ফুৰি ব্ৰহ্মকুণ্ডত উপস্থিত হয় পৰশুৰাম৷ সেই ব্ৰহ্মকুণ্ডতেই পানী স্পৰ্শ কৰাৰ লগে লগে তেওঁৰ হাতৰ পৰা কুঠাৰখন সৰি পৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
Next Post
লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

শান্তিৰ নবেলৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া বিৰুবালা ৰাভা অসুস্থ, দুৰাৰোগ্য ৰোগত আক্ৰান্ত বীৰুবালাৰ সুস্থতাৰ বাবে কৰক প্ৰাৰ্থনা

শান্তিৰ নবেলৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া বিৰুবালা ৰাভা অসুস্থ, দুৰাৰোগ্য ৰোগত আক্ৰান্ত বীৰুবালাৰ সুস্থতাৰ বাবে কৰক প্ৰাৰ্থনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.