• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

2 years ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

1 hour ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

2 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

2 hours ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

11 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

11 hours ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

12 hours ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

12 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

13 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

14 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

14 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

16 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

editor by editor
May 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ
0
SHARES
936
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১১ মে’ ২০২৪ শনিবাৰে পঞ্জিকা অনুসৰি ব’হাগ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি৷ চন্দ্ৰই কাইলৈ মিথুন ৰাশিত অৱস্থান কৰিব৷ মিথুন ৰাশিৰ অধিপতি গ্ৰহ হ’ল বুধ৷ বুধে মেষ ৰাশিত গোচৰ কৰি তাতেই শুক্ৰ আৰু বুধৰ যুঁটি গঠন হৈছে৷ ইয়াৰ ফলত মেষ ৰাশিত কাইলৈ থাকিব লক্ষ্মী নাৰায়ণ যোগ৷ ইয়াৰোপৰি কাইলৈ থকা শুভ যোগসমূহ হৈছে ৰবি যোগ আৰু সুকৰ্ম যোগ৷ ইয়াৰোপৰি শনিবাৰে থাকিব প্ৰথমে মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত কাইলৈ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷ হিন্দুধৰ্মমতে শনিবাৰ হৈছে কৰ্মফলৰ দেৱতা শনিৰ প্ৰিয় দিন৷ জানি থওক কাইলৈ ১১ মে শনিবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি

১১ মে মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱত লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ ৰৈ থকা কাম সম্পন্ন হ’ব৷ কেৰিয়াৰত কাইলৈ উন্নতিৰ যোগ৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতিও কাইলৈ ভাল হ’ব আপোনাৰ৷

কৰ্কট ৰাশি

ৰবি যোগৰ শুভ ফল লাভ কৰিব কৰ্কট ৰাশিৰ জাতকেও৷ কাইলৈ সমাজত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা দুয়োটাই বৃদ্ধি পাব৷ কাইলৈ নতুন চাকৰি পোৱাৰ যোগ আছে৷ শনি ঠাকুৰৰ আশীৰ্বাদত কাইলৈ ব্যৱসায়ত উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ সুকৰ্ম যোগৰ প্ৰভাৱত পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব৷

সিংহ ৰাশি

লক্ষ্মী নাৰায়ণ যোগৰ প্রভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ পূৰ্বে কৰা পৰিকল্পনাত সফল হ’ব৷ শনি দেৱতাৰ আশীৰ্বাদত সমাজত মান সন্মান বৃদ্ধি পাব৷ পিতৃৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ বিশেষ কোনো ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ’ব৷

ধনু ৰাশি

ৰবি যোগৰ শুভ প্ৰভাৱত কাইলৈ দুৰ্দান্ত দিন চলিব ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ বিদেশ যাত্ৰাৰ সুযোগ আহিব পাৰে৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব ধনু ৰাশিৰ জাতকৰ৷ শনিৰ আশীৰ্বাদত আপুনি কোনো কামত হাত দিলে সফলতা আহিবই৷ সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷

কুম্ভ ৰাশি

মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতকৰ বাবে কাইলৈ দিনটো শুভ হ’ব৷ গ্ৰহৰাজৰ আশীৰ্বাদত আপুনি ভালখবৰ লাভ কৰিব৷ ইয়াৰফলত আপোনাৰ মনত আনন্দই ক্ৰিয়া কৰিব৷ সম্পত্তি লাভ কৰিব পাৰে৷ নিজৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক
বিনোদন

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

July 8, 2026
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
জীৱনশৈলী

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

July 8, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

July 8, 2026
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি
বিনোদন

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

July 7, 2026
Next Post
শান্তিৰ নবেলৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া বিৰুবালা ৰাভা অসুস্থ, দুৰাৰোগ্য ৰোগত আক্ৰান্ত বীৰুবালাৰ সুস্থতাৰ বাবে কৰক প্ৰাৰ্থনা

শান্তিৰ নবেলৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া বিৰুবালা ৰাভা অসুস্থ, দুৰাৰোগ্য ৰোগত আক্ৰান্ত বীৰুবালাৰ সুস্থতাৰ বাবে কৰক প্ৰাৰ্থনা

বিবাহ বিচ্ছেদৰ পথত আয়ুশ-অৰ্পিতা! অৰ্পিতাৰ সৈতে ১০ বছৰীয়া সংসাৰত হঠাৎ কি অসুবিধা? মুখ খুলিলে আয়ুশ শৰ্মাই

বিবাহ বিচ্ছেদৰ পথত আয়ুশ-অৰ্পিতা! অৰ্পিতাৰ সৈতে ১০ বছৰীয়া সংসাৰত হঠাৎ কি অসুবিধা? মুখ খুলিলে আয়ুশ শৰ্মাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.