• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ বিচ্ছেদৰ পথত আয়ুশ-অৰ্পিতা! অৰ্পিতাৰ সৈতে ১০ বছৰীয়া সংসাৰত হঠাৎ কি অসুবিধা? মুখ খুলিলে আয়ুশ শৰ্মাই

বিবাহ বিচ্ছেদৰ পথত আয়ুশ-অৰ্পিতা! অৰ্পিতাৰ সৈতে ১০ বছৰীয়া সংসাৰত হঠাৎ কি অসুবিধা? মুখ খুলিলে আয়ুশ শৰ্মাই

2 years ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

1 minute ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

33 minutes ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

1 hour ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

2 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

3 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

4 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

5 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

7 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

8 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিবাহ বিচ্ছেদৰ পথত আয়ুশ-অৰ্পিতা! অৰ্পিতাৰ সৈতে ১০ বছৰীয়া সংসাৰত হঠাৎ কি অসুবিধা? মুখ খুলিলে আয়ুশ শৰ্মাই

বিবাহ বিচ্ছেদৰ পথত আয়ুশ-অৰ্পিতা! অৰ্পিতাৰ সৈতে ১০ বছৰীয়া সংসাৰত হঠাৎ কি অসুবিধা? মুখ খুলিলে আয়ুশ শৰ্মাই

editor by editor
May 10, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
বিবাহ বিচ্ছেদৰ পথত আয়ুশ-অৰ্পিতা! অৰ্পিতাৰ সৈতে ১০ বছৰীয়া সংসাৰত হঠাৎ কি অসুবিধা? মুখ খুলিলে আয়ুশ শৰ্মাই
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ খান পৰিয়ালক বিপদে লগ এৰা নাই৷ ছলমানৰ গেলেক্সিত দুৰ্বৃত্তৰ আক্ৰমণৰ পাছতেই এইবাৰ ছলমানৰ একমাত্ৰ ভনীয়েক অৰ্পিতাৰ সংসাৰ ভঙাৰ পথত!দীৰ্ঘ ১০ বছৰীয়া সংসাৰত ভাঙোন আহিছে৷  ২০১৪ত আয়ুশ শৰ্মাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল অৰ্পিতাই৷ ১০ বছৰীয়া এখন সুখৰ সংসাৰ৷ সেই সংসাৰত হঠাৎ ভাঙোন! নতুন ছবি মুক্তিৰ পাছতেই বিবাহ বিচ্ছেদৰ পথত আয়ুশ আৰু অৰ্পিতাৰ৷ বিবাহ বিচ্ছেদৰ বিষয়টোক লৈ মুখ খুলিছে আয়ুশ শৰ্মাই৷

২০১৪ ত আয়ুশ-অৰ্পিতাৰ বিবাহৰ পাছত একাধিকবাৰ তেওঁলোকৰ ডিভোৰ্চৰ গুঞ্জৰ উঠিছে৷ সম্প্ৰতি এক সাক্ষাৎকাৰত বিবাহবিচ্ছেদক লৈ বিশেষ মন্তব্য কৰিছে অভিনেতা আয়ুশ শৰ্মাই৷ আয়ুশে কয়, ‘সন্তানৰ সৈতে বহি মই দোচা খাই আছিলো৷ হঠাৎ পাপাৰাজ্জি আহি কয়, অৰ্পিতাৰ সৈতে ডিভোৰ্চ হৈছে৷ মই আচৰিত হৈ পৰিলো৷ মোক আন এটা প্ৰশ্ন কৰে, ডিভোৰ্ছৰ আবেদন আপুনি কৰিছেনে অৰ্পিতাই? এই কথা শুনি কেই ছেকণ্ডমান মই বাকৰূদ্ধ হৈ পৰিলো৷ কি উত্তৰ দিম? যেতিয়াই এই কথা মনলৈ আহে তেতিয়াই হাঁহি উঠে৷ বিষয়টো মই অৰ্পিতাক কৈছিলো৷  অৰ্পিতাইয়ো হাঁহিছিল৷ অৰ্পিতাক সুধিছিলো, মোক ডিভোৰ্ছ দিবা নেকি? তাই হাঁহিছিল৷’

সাক্ষাৎকাৰটোত আয়ুশে অৰ্পিতাৰ ভূয়সী প্ৰশংসা কৰিছে৷ আয়ুশৰ প্ৰতিটো পদক্ষেপৰ আঁৰৰ নাৰীগৰাকীয়েই অৰ্পিতা৷ অৰ্পিতাই সকলো কামতে সাহস যোগাই বুলি আয়ুশে সাক্ষাৎকাৰটোত অকপট স্বীকাৰোক্তিও দাঙি ধৰিছে৷ আয়ুশে জনাই যে, তেওঁ আৰু ছবি কৰি যাব বিচাৰে৷ ভাল চিত্ৰনাট্যৰ মানুহক আকৰ্ষিত কৰে৷ ভাল চিনেমা চাই পত্নী অৰ্পিতাৰ সৈতে আলোচনা কৰিহে মই সিদ্ধান্ত লও৷ অৰ্পিতা অবিহনে মই সিদ্ধান্ত ল’ব নোৱাৰো৷ তাই মোৰ চিনেমাৰ শ্ৰেষ্ঠ দৰ্শক৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ
বিনোদন

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

July 28, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
Next Post
কাৰাগাৰত ৫০ দিন, বাহিৰলৈ আহিলেও কেজৰিৰ বাবে আছে কেইবাটাও নিৰ্দেশনা

কাৰাগাৰত ৫০ দিন, বাহিৰলৈ আহিলেও কেজৰিৰ বাবে আছে কেইবাটাও নিৰ্দেশনা

শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.