• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইমান ছুটি! ২০২৪ৰ বন্ধৰ লিষ্ট প্ৰকাশ কৰিলে কেন্দ্ৰই, বছৰটো শেষ কৰাৰ পূৰ্বেই কৰক ফুৰাৰ প্লেনিং

ইমান ছুটি! ২০২৪ৰ বন্ধৰ লিষ্ট প্ৰকাশ কৰিলে কেন্দ্ৰই, বছৰটো শেষ কৰাৰ পূৰ্বেই কৰক ফুৰাৰ প্লেনিং

2 years ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

20 minutes ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

1 hour ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

2 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

3 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

3 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

4 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

4 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

5 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

5 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

5 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

6 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ইমান ছুটি! ২০২৪ৰ বন্ধৰ লিষ্ট প্ৰকাশ কৰিলে কেন্দ্ৰই, বছৰটো শেষ কৰাৰ পূৰ্বেই কৰক ফুৰাৰ প্লেনিং

editor by editor
December 28, 2023
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ইমান ছুটি! ২০২৪ৰ বন্ধৰ লিষ্ট প্ৰকাশ কৰিলে কেন্দ্ৰই, বছৰটো শেষ কৰাৰ পূৰ্বেই কৰক ফুৰাৰ প্লেনিং
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বছৰটো শেষ হ’বলৈ বেছি দিন নাই৷ ২০২৩ক বিদায় জনাই ২০২৪ক স্বাগত জনাবলৈ সাজু সকলো৷ ঘৰে ঘৰে বছৰটোক বিদায় দি নতুনক আদৰাৰ প্লেনিং চলিছে৷ কোনোৱে যদি নতুন বছৰত অন্য কোনো স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে চাকৰিয়ালসকলৰ বাবে এই তালিকা জানি থোৱাটো খুবেই প্ৰয়োজন৷ ২০২৪ত গেজেটেড ছুটিৰ তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এই তালিকাত কেন্দ্ৰই ১৭টা ছুটি বাধ্যতামূলক হিচাপে ৰাখিছে৷ কেন্দ্ৰৰ তৰফৰ পৰা ১৭টা বাধ্যতামূলক ছুটি আৰু ৩১টা ঐচ্ছিক ছুটিৰ কথা ঘোষণা কৰিছে৷ ঐচ্ছিক ছুটিসমূহ ৰাজ্য আৰু প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰে৷
মুঠ বাধ্যতামূলক ছুটি কি কি?
২৬ জানুৱাৰী শুক্ৰবাৰে গণতন্ত্ৰ দিৱস
২৫ মাৰ্চত হোলী
২৯ মাৰ্চ শুকুৰবাৰে গুড ফ্ৰাই ডে
১১ এপ্ৰিল বৃহস্পতিবাৰে ঈদ উল ফিতৰ
১৭ এপ্ৰিল বুধবাৰে ৰাম নৱমী
২১ এপ্ৰিল দেওবাৰে মহাবীৰ জয়ন্তী
২৩ মে বৃহস্পতিবাৰে বুদ্ধ পূৰ্ণিমা
১৭ জুন সোমবাৰে ঈদ উল জুলহা(বকৰি ঈদ)
১৭ জুলাই বুধবাৰে মহৰম
১৫ আগষ্ট বৃহস্পতিবাৰে স্বাধীনতা দিৱস
২৬ আগষ্ট সোমবাৰে জন্মাষ্টমী
১৬ ছেপ্টেম্বৰ সোমবাৰে মিলাদ উন নবী
২ অক্টোবৰ বুধবাৰে গান্ধী জয়ন্তী
১২ অক্টোবৰ শনিবাৰে দশেৰা
৩১ অক্টোবৰ বৃহস্পতিবাৰে দীপাৱলী
১৫ নৱেম্বৰ শুকুৰবাৰে গুৰু নানকৰ জয়ন্তী
২৫ ডিচেম্বৰ বুধবাৰে বৰদিন

বিকল্প ছুটি বা ঐচ্ছিক ছুটিৰ তালিকা
১ জানুৱাৰী সোমবাৰ
১৩ জানুৱাৰী শনিবাৰে লহৰী
১৪ জানুৱাৰী দেওবাৰে মকৰ সংক্ৰান্তি
১৫ জানুৱাৰী সোমবাৰে মাঘ বিহু
১৭ জানুৱাৰী বুধবাৰে গুৰু গোবিন্দ সিং জয়ন্তী
২৬ জানুৱাৰী বৃহস্পতিবাৰে হজৰত আলীৰ জন্মদিন
১৪ ফেব্ৰুৱাৰী বুধবাৰে বসন্ত পঞ্চমী
১৯ ফেব্ৰুৱাৰী সোমবাৰে শিৱাজী জয়ন্তী
২৪ ফেব্ৰুৱাৰী শনিবাৰে গুৰু ৰবিদাস জয়ন্তী
৬মাৰ্চ বুধবাৰে স্বামী দয়ানন্দ সৰস্বতী
৮মাৰ্চ শুকুৰবাৰে মহা শিৱৰাত্ৰী
২৪ মাৰ্চ দেওবাৰে হোলী
২৫ মাৰ্চ সোমবাৰে দৌলযাত্ৰা
৩১ মাৰ্চ দেওবাৰে ইষ্টাৰ
৫ এপ্ৰিল শুকুৰবাৰে জামাত উল বিদা
৯এপ্ৰিল মঙলবাৰে গুড়ি পাদোওৱা, উগাদি বা চ’ত শুক্লাদি
১৩এপ্ৰিল শনিবাৰে বহাগ বিহু
১৪ এপ্ৰিল দেওবাৰে বহাগ বিহুৰ লগতে তামিল নৱবৰ্ষৰ দিন
৮মে বুধবাৰে ৰবীন্দ্ৰ জয়ন্তী
৭ জুলাই দেওবাৰে ৰথযাত্ৰা
১৫ আগষ্ট বৃহস্পতিবাৰে স্বাধীনতা দিৱস
১৯ আগষ্ট সোমবাৰে ৰাখী পূৰ্ণিমা
৭ ছেপ্টেম্বৰ শনিবাৰে গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী
১৫ ছেপ্টেম্বৰ দেওবাৰে ওনাম
১০ অক্টোবৰ বৃহস্পতিবাৰে দশেৰা সপ্তমী পূজা
১১ অক্টোবৰ শুকুৰবাৰে মহা অষ্টমী
১৭ অক্টোবৰ বৃহস্পতিবাৰে মহৰ্ষি বাল্মীকি জয়ন্তী
২০ অক্টোবৰ দেওবাৰে কৰভা চৌথ
৩১ অক্টোবৰ বৃহস্পতি নৰক চতুৰ্দশী
২ নৱেম্বৰ শনিবাৰে গোবৰ্ধন পূজা
৩ নৱেম্বৰ দেওবাৰে ভাইফোঁটা
৭নৱেম্বৰ বৃহস্পতিবাৰে ছট পূজা
২৪ নৱেম্বৰ দেওবাৰে শ্বহীদ গুৰু তেজ বাহাদুৰৰ দিন

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
Next Post
অখিল গগৈক উভতি ধৰিলে কংগ্ৰেছে!

অখিল গগৈক উভতি ধৰিলে কংগ্ৰেছে!

সাৱধানঃ অসমৰ এনে বিলাহী খালে আপোনাৰ কেন্সাৰ, হাওফাঁওৰ  ৰোগ হোৱাটো ১০০শতাংশ খাটাং…

সাৱধানঃ অসমৰ এনে বিলাহী খালে আপোনাৰ কেন্সাৰ, হাওফাঁওৰ ৰোগ হোৱাটো ১০০শতাংশ খাটাং...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.