• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নপুংসক হলিউডৰ অভিনেতা জনী ডেপ! আদালতৰ নথিৰ পৰা ফাদিল এই তথ্য!

নপুংসক হলিউডৰ অভিনেতা জনী ডেপ! আদালতৰ নথিৰ পৰা ফাদিল এই তথ্য!

4 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

49 minutes ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

1 hour ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

2 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

2 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

2 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

3 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

3 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

4 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

5 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

6 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নপুংসক হলিউডৰ অভিনেতা জনী ডেপ! আদালতৰ নথিৰ পৰা ফাদিল এই তথ্য!

editor by editor
August 4, 2022
in চিনেমা, বিশ্ব
0
নপুংসক হলিউডৰ অভিনেতা জনী ডেপ! আদালতৰ নথিৰ পৰা ফাদিল এই তথ্য!
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বৰে সংবাদ শিৰোনাম দখল কৰা হলিউডৰ অভিনেতা জনী ডেপ আৰু এম্বাৰ হাৰ্ডৰ মানহানিৰ গোচৰ যেন শেষ হোৱাৰ নামেই নলয়! উল্লখ্য যে কিছুদিন পূৰ্বে জনী ডেপে তেওঁৰ প্ৰাক্তন পত্নী তথা হলিউদৰ অভিনেত্ৰী এম্বৰ হাৰ্ডৰ বিৰুদ্ধে দাখিল কৰা মানহানি গোচৰত জয়ী হৈছিল।

এই গোচৰৰ ৰায়দান হোৱাৰ কিছুদিন পিছতে পুনৰ এই বিষয়টোত এটা নতুন টুইষ্ট আহিছে। এটা আন্তঃৰাষ্ট্ৰীয় নিউজ প’ৰ্টেলৰ মতে, জনী ডেপ নপুংসকতাৰ বলি হৈছে। এম্বৰ হাৰ্ডৰ অধিবক্তাই এই দাবী কৰিছে যে আদালতৰ নথি-পত্ৰতে ইয়াৰ প্ৰমাণ আছে।

ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এম্বৰ হাৰ্ড আৰু জনী ডেপৰ এই আইনী যুদ্ধৰ ৬০০০ পৃষ্ঠাৰ নথি-পত্ৰ সম্পূৰ্ণৰূপে ৰাজহুৱা কৰা হৈছিল। য’ত কিছুমান চাঞ্চল্যকৰ তথ্য চৰ্চালৈ আহিছে।

 

লগতে পঢ়ক বেংকৰ পৰা ৩৫ লাখ টকা লৈ উধাও ১০ বছৰীয়া শিশু! চিচিটিভিত কেমেৰাত বন্দী দৃশ্য

আইনী যুঁজৰ এই ৬০০০ পৃষ্ঠাজোৰা নথিত উল্লেখ আছে যে এম্বৰৰ হাৰ্ডৰ আইনী দলে ২৮ মাৰ্চত আদালতৰ সন্মুখত যুক্তি কৈছিল যে জনীৰ কথিত অসুস্থতাক লৈ কৰাৰ প্ৰশ্নসমূহৰ উত্তৰতে ইয়াৰ প্ৰমাণ আছে বুলিও দাবী কৰা হৈছে৷

অভিনেতা ডেপে নিজে তেওঁৰ নপুংসকতাৰ বিষয়ে কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে এয়া যৌন হিংসা সংঘটিত কৰিবলৈ প্ৰৰোচনামূলক ষড়যন্ত্ৰও হ’ব পাৰে বুলিও কোৱা হৈছে। উল্লেখ্য যে ডেপে এম্বৰৰ যৌনাংগত বটল ভৰাই যৌন উৎপীড়ন চলোৱাৰো অভিযোগ উত্থাপন হৈছিল৷ কোৱা হৈছে জনীয়ে হয়তো নপুংসকতাৰ চিকাৰ হৈ অথবা ষড়যন্ত্ৰমূলকভাৱে ক্ৰোধান্বিত হোৱা দেখুওৱাই এম্বৰৰ সৈতে এনে অমানৱীয় আচৰণ কৰিছিল৷

উল্লেখ্য যে ২০০৯ চনত জনী ডেপ আৰু এম্বৰ হাৰ্ডে ৰাম ডায়েৰী ছবিখনৰ চেটত লগ পাইছিল আৰু কেইবছৰমান ডেটিং কৰাৰ পিছত ২০১৫ চনত তেওঁলোকৰ বিবাহপাশত আৱদ্ধ হৈছিল। এই সময়ছোৱাত জনী ডেপৰ ফৰাচী অভিনেত্ৰী ভেনেছা পেৰাডিছৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল আৰু এম্বৰ হাৰ্ডে ফটোগ্ৰাফাৰ তাছিয়া ভেন ৰিৰ সৈতে ডেটিং কৰিছিল। পূৰ্বৰ প্ৰেমিক-প্ৰেমিকাৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ২০১১ চনৰ পৰা দুয়োৰে গোপনে সাক্ষাৎ আৰম্ভ হয়।

 

লগতে পঢ়ক অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

২০১৪ চনত দুয়োৰে এংগেজমেণ্ট হৈছিল। এই খবৰটো ৰাজহুৱা হৈ পৰে যেতিয়া এম্বৰৰ আঙুলিত এংগেজমেণ্ট আঙুঠি পিন্ধি থকা এখন ফ’টো ভাইৰেল হৈছিল। তাৰ পিছত বাহামাৰ ডেপৰ ব্যক্তিগত দ্বীপত এক সৰু অনুষ্ঠানত দুয়োৱে বিবাহপাশত আবদ্ধ হয়।

২০১৬ চনত হাৰ্ডে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায় আৰু ডেপে তেওঁক ড্ৰাগছ বা মদ্যপান কৰি শাৰীৰিক নিৰ্যাতনৰ কৰাৰ অভিযোগ উত্থাপন কৰে। ডেপে এই অভিযোগ অস্বীকাৰ কৰি ইয়াক এম্বৰে ভুৱা গোচৰ তৰি ক্ষতিপূৰণৰ লাভ কৰাৰ ষড়যন্ত্ৰ কৰা বুলিহে দাবী কৰে। ২০১৭ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।

ইয়াৰ পিছত ২০১৮ চনত ৱাশ্বিংটন পোষ্টত এম্বৰৰ এটা লেখাৰ পিছত ডেপে তেওঁৰ বিৰুদ্ধে মানহানিৰ বাবে মামলা কৰিছিল। ইয়াত ডেপৰ নাম নোলোৱাকৈয়ে তেওঁৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা হৈছিল।

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amber Heardasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHollywood actor Johnny DeppHollywood actress Amber HeardJohnny Depp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

October 17, 2026
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!
বিশ্ব

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

October 17, 2026
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

October 17, 2026
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!
বিশ্ব

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

October 17, 2026
Next Post
হিন্দু যুৱকৰ সৈতে মুছলমান যুৱতীৰ বিবাহ! প্ৰাণৰ শংকাত ভুগিছে দম্পতীয়ে!

হিন্দু যুৱকৰ সৈতে মুছলমান যুৱতীৰ বিবাহ! প্ৰাণৰ শংকাত ভুগিছে দম্পতীয়ে!

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.