• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু যুৱকৰ সৈতে মুছলমান যুৱতীৰ বিবাহ! প্ৰাণৰ শংকাত ভুগিছে দম্পতীয়ে!

হিন্দু যুৱকৰ সৈতে মুছলমান যুৱতীৰ বিবাহ! প্ৰাণৰ শংকাত ভুগিছে দম্পতীয়ে!

4 years ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

38 minutes ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

2 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

3 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

3 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

4 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

17 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

18 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

18 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

18 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

19 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

19 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হিন্দু যুৱকৰ সৈতে মুছলমান যুৱতীৰ বিবাহ! প্ৰাণৰ শংকাত ভুগিছে দম্পতীয়ে!

editor by editor
August 5, 2022
in অপৰাধ, বিবিধ, ভাৰত
0
হিন্দু যুৱকৰ সৈতে মুছলমান যুৱতীৰ বিবাহ! প্ৰাণৰ শংকাত ভুগিছে দম্পতীয়ে!
0
SHARES
32k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী হিন্দু যুৱকে এগৰাকী মুছলমান যুৱতীৰে প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে এতিয়া মৃত্যুৰ আশংকাত ভুগিছে৷

উল্লেখ্য যে প্ৰেমৰ অন্তত ৰাজস্থানৰ ভৰতপুৰৰ নৰেন্দ্ৰ ছাইনী আৰু নাগমাই যোৱা ২২ ফেব্ৰুৱাৰিত আদালতত বিবাহপাশত আৱদ্ধ হয়৷ এই বিবাহত ক্ষুব্ধ হৈ পৰে নাগমাৰ পিতৃৰ পৰিয়ালৰ লগতে স্থানীয় সমাজ৷

দম্পতীদ্বয়ে অভিযোগ কৰাৰ মতে বিবাহৰ পিছৰে পৰা তেওঁলোক প্ৰাণৰ সংশয়ত ভুগিবলৈ আৰম্ভ কৰিছে৷ নাগমাৰ পিতৃৰ পৰিয়ালে তেওঁলোকক দুয়োকে হত্যা কৰাৰ ভাবুকি দিয়াই নহয় হত্যাৰ চেষ্টাও কৰিছে বুলি প্ৰকাশ কৰিছে৷

লগতে পঢ়ক বেংকৰ পৰা ৩৫ লাখ টকা লৈ উধাও ১০ বছৰীয়া শিশু! চিচিটিভিত কেমেৰাত বন্দী দৃশ্য

প্ৰাণৰ সংশয়ত ভোগা দম্পতীদ্বয়ে বিষয়টো সম্পৰ্কত ইতিমধ্যে ভৰতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ এক অভিযোগো দাখিল কৰিছে৷

স্বামী নৰেন্দ্ৰ ছাইনীৰ সৈতে নাগমাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ অনুৰোধ কৰি কয়— ‘‘চাৰ মই মুছলমান আৰু মই হিন্দু ল’ৰাক বিয়া কৰাইছো কিন্তু এতিয়া মোৰ দেউতা আৰু মোৰ ধৰ্মৰ মানুহবোৰ আমাৰ শত্ৰু হৈ পৰিছে। আমাক দুয়োকে হত্যা কৰিব বিচাৰিছে। মই গৰ্ভৱতী, গতিকে মোৰ জীৱন আৰু মোৰ গৰ্ভস্থ সন্তান আৰু স্বামীৰ জীৱন ৰক্ষা কৰিবলৈ নিৰাপত্তাৰ ব্যৱস্থা কৰা উচিত।’’

ইফালে ২৮ জুলাইত নৰেন্দ্ৰ ছাইনীয়ে গৰ্ভৱতী পত্নী নাগমাক দেখুৱাই চিকিৎসালয়ৰ পৰা বাইকেৰে ঘৰলৈ গৈ থকা অৱস্থাত নাগমাৰ পৰিয়ালে অ’টোৰে খুন্দা মাৰি কৰি হত্যা কৰাৰ চেষ্টা কৰা বুলিও অভিযোগ কৰিছে।

লগতে পঢ়ক অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

তেওঁলোকৰ দাবী যে এই আক্ৰমণৰ সমগ্ৰ ঘটনাটো চিচিটিভিৰ ফুটেজত বন্দী হৈ আছে। CCTV ফুটেজত দেখা গৈছে যে কেনেকৈ নাগমা আৰু তেওঁৰ স্বামীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে দৌৰিছে আৰু নাগমাৰ দেউতাকে পিছফালৰ পৰা অ’টোৰে খুন্দা মাৰিবলৈ চেষ্টা কৰিছে।

ইফালে অতিৰিক্ত জিলা উপায়ুক্ত বিনা মহাৱাৰে জনোৱা মতে, স্বামী-স্ত্ৰী দুয়োজনে পিতৃ পৰিয়ালৰ সদস্যৰ পৰা হত্যাৰ ভাবুকি পাই প্ৰাণৰ শংকাত থকা বুলি আবেদন জনাইছে। জিলা প্ৰশাসনে জিলা আৰক্ষী অধীক্ষকলৈ এখন পত্ৰ প্ৰেৰণ কৰি স্বামী-স্ত্ৰীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পত্ৰ প্ৰেৰণ কৰা বুলি সদৰী কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhindu boymuslim girl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট
বিনোদন

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

September 6, 2026
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
বাণিজ্য

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

September 6, 2026
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক
প্ৰযুক্তি

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

September 6, 2026
Next Post
‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

মাদ্ৰাছা শিক্ষকৰ কামনাৰ বলি ১০ নাবালক শিক্ষাৰ্থী, অপকৰ্মৰ পিছত হত্যাৰ ভাবুকি

মাদ্ৰাছা শিক্ষকৰ কামনাৰ বলি ১০ নাবালক শিক্ষাৰ্থী, অপকৰ্মৰ পিছত হত্যাৰ ভাবুকি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.