• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

1 hour ago
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

2 hours ago
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

3 hours ago
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

4 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

5 hours ago
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

5 hours ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

6 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

6 hours ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

7 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

8 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

9 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ৮ মাৰ্চ দিনটো...

editor by editor
March 8, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— প্ৰত্যক্ষভাৱে কাৰ্যসিদ্ধি, ব্যৱসায়ত উন্নতি, ৰাজনীতিৰ সৈতে জড়িত ব্যক্তিৰ ব্যস্ততা, ভ্ৰমণৰ আৰম্ভণিত গণেশৰ নাম স্মৰণ কৰক, শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ৬

বৃষ— পৰিশ্ৰম বৃদ্ধি, ভ্ৰমণত শুভ, অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক, অৰ্থ লাভ, শুভ ৰং- নীলা, শুভ সংখ্যা- ২

মিথুন— কৰ্মব্যস্ততা বৃদ্ধি, সন্মান বৃদ্ধি, কৰ্তব্যৰ প্ৰতি নিষ্ঠা থাকিব, গোপন শত্ৰুবৃদ্ধি, ভ্ৰমণ পূৱ দিশৰ পৰা কৰিব, শুভ ৰং- পাতল নীলা, শুভ সংখ্যা- ৯

SEE MORE: কোনে কোন ৰাজ্যত কোন দলে চৰকাৰ গঠন কৰিব? পাঁচ ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ

 

কৰ্কট— মাংগলিক তত্পৰতা বৃদ্ধি, কাৰ্যক্ষেত্ৰত মধ্যম, প্ৰেমত শুভ, দূৰ সংযোগৰ পৰা আনন্দিত হ’ব, শুভ ৰং- মুগা, শুভ সংখ্যা- ৫

সিংহ— কৰ্মক্ষেত্ৰত উন্নতি, জেদভাৱ ত্যাগ কৰক বৰঞ্চ ক্ষতি হ’ব, গোপন শত্ৰু বৃদ্ধি, অৰ্থ লাভ, শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৩

কন্যা— কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি, ব্যৱসায়ত উন্নতি, খৰচ বৃদ্ধি, শুভ ৰং- সোণালী, শুভ সংখ্যা- ৪

SEE MORE: কি হ’ব বলিউদৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ? কাইলৈ শুনানি বোম্বে উচ্চ ন্যায়ালয়ত

 

তুলা— সন্মান বৃদ্ধি, ভ্ৰমণ কৰোতে সাৱধান হওঁক, কৰ্মত উন্নতি, নিবনুৱাৰ কৰ্মসংস্থাপন, শুভ ৰং- সেউজীয়া, শুভ সংখ্যা- ১

বৃশ্চিক— ৰাজনীতিকবিদ-শিল্পী-সাংবাদিকৰ সুখ্যাতি, কৰ্মত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে, শুভ ৰং- গুলপীয়া, শুভ সংখ্যা- ৭

ধনু— কৰ্মব্যস্ততা বৃদ্ধি, গণেশৰ নাম স্মৰণ কৰক, বিদ্যাত শুভ, দূৰ ভ্ৰমণৰ যোগ, শুভ ৰং- বগা, শুভ সংখ্যা- ৮

SEE MORE: প্ৰেম বিবাহৰ পিছতো সংসাৰত সমস্যাৰ সৃষ্টি হৈছে নেকি? তেনে এই দিশবোৰত গুৰুত্ব দিয়ক…

 

মকৰ— বিবাহৰ যোগ, আয়-ব্যয় সমান, ভ্ৰমণত মধ্যম, কৰ্মত উন্নতি, নতুন বাহন ক্ৰয় কৰিব পাৰিব, শুভ ৰং- সোণালী, শুভ সংখ্যা- ২

কুম্ভ— ফুৰা-চকাত সাৱধান হওঁক, কৰ্মস্থানত উন্নতি বৃদ্ধি, বন্ধুৰ পৰা উৎসাহ পাব, শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৩

মীন— অৰ্থ লাভ, আশাবাদী চিন্তাত ব্ৰতী, সন্মান বৃদ্ধি, নতুন যোগাযোগে অধিক আনন্দ দিব, শুভ ৰং- বগা, শুভ সংখ্যা- ৮

 

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব
জীৱনশৈলী

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

December 17, 2025
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?
জীৱনশৈলী

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

December 17, 2025
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা
জীৱনশৈলী

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

December 17, 2025
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে
ক্ৰীড়া

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

December 17, 2025
Next Post
যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

ভাৰতীয় সেনাই নাকচ কৰা ভাৰতীয় যুৱকে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে কৰিছে তুমুল যুদ্ধ

ভাৰতীয় সেনাই নাকচ কৰা ভাৰতীয় যুৱকে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে কৰিছে তুমুল যুদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.