• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আসন্ন জুনত ১২ দিন বন্ধ থাকিব বেংক পৰিসেৱা, মাহৰ দ্বিতীয় সপ্তাহত তিনিদিন ছুটি, জানি থওক সম্পূৰ্ণ তালিকা

আসন্ন জুনত ১২ দিন বন্ধ থাকিব বেংক পৰিসেৱা, মাহৰ দ্বিতীয় সপ্তাহত তিনিদিন ছুটি, জানি থওক সম্পূৰ্ণ তালিকা

1 year ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

3 minutes ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

9 minutes ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

34 minutes ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

1 hour ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

2 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

3 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

5 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

5 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

6 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

9 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আসন্ন জুনত ১২ দিন বন্ধ থাকিব বেংক পৰিসেৱা, মাহৰ দ্বিতীয় সপ্তাহত তিনিদিন ছুটি, জানি থওক সম্পূৰ্ণ তালিকা

আসন্ন জুনত ১২ দিন বন্ধ থাকিব বেংক পৰিসেৱা, মাহৰ দ্বিতীয় সপ্তাহত তিনিদিন ছুটি, জানি থওক সম্পূৰ্ণ তালিকা

editor by editor
May 26, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত, লেখা
0
আসন্ন জুনত ১২ দিন বন্ধ থাকিব বেংক পৰিসেৱা, মাহৰ দ্বিতীয় সপ্তাহত তিনিদিন ছুটি, জানি থওক সম্পূৰ্ণ তালিকা
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ এসপ্তাহ। তাৰপিছতেই আৰম্ভ হব জুন মাহ। গ্ৰাহকৰ বাবে জুন মাহত কোন কোন দিনা বন্ধ থাকিব বেংক? ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ নেগোছিয়াবল ইনষ্ট্ৰুমেণ্টছ আইনৰ অধীনত ছুটি নিৰ্ধাৰণ কৰা হয়। যাৰ অৰ্থ সেই দিনা বেংকসমূহত জনসাধাৰণৰ বাবে বন্ধ থাকে লেনদেন। প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু দেওবাৰে দেশজুৰি বন্ধ থাকে সকলো বেংক।

২০২৫ চনৰ জুন মাহৰ বেংক ছুটিৰ দিন

চলিত বছৰৰ জুন মাহত চৰকাৰী আৰু বেচৰকাৰী উভয় বেংকেই মুঠ ১২ দিন বন্ধ থাকিব। কেইবাস্থানত আকৌ একেৰাহে তিনিদিন ধৰি বন্ধ থাকিব বেংক।

৬ জুনত ঈদ উল আজহা বা বকৰিদ, ৭ জুনতো ঈদৰ ছুটি, ৮ জুন দেওবাৰ সেয়ে একেলেথাৰিয়ে তিনিদিন বেংক বন্ধ।

১১ জুন ২০২৫ বুধবাৰে সস্ত গুৰু কবিৰ জয়ন্তী উপলক্ষে ছিকিম আৰু হিমাচল প্ৰদেশৰ দৰে কেইবাখনো ৰাজ্যত আঞ্চলিক ছুটিৰ দিন।

২৭ জুন ২০২৫ শুকুৰবাৰে ৰথযাত্ৰা আৰু কাং। জগন্নাথৰ ৰথযাত্ৰাত ওড়িশা, মণিপুৰৰ বেংক বন্ধ থাকিব।

৩০ জুন ২০২৫ত ৰেমনা নি উপলক্ষ্যে মিজোৰামত বন্ধ থাকিব বেংক।

সমগ্ৰ দেশত প্ৰযোজিত বন্ধ

১ জুনত দেওবাৰ উপলক্ষে দেশজুৰি বন্ধ থাকিব বেংক।

৮ জুনতো দেওবাৰ উপলক্ষ্যে দেশজুৰি বন্ধ থাকিব বেংক।

১৪ জুন ২০২৫ শনিবাৰ বা ছেকণ্ড চেটাৰ ডে উপলক্ষ্যে বন্ধ থাকিব বেংক।

১৫ জুন দেওবাৰ উপলক্ষ্যে বেংক বন্ধ।
২২ জুন দেওবাৰ উপলক্ষ্যে বেংক বন্ধ।
২৮ জুন ফৰ্থ ছেটাৰডে উপলক্ষ্যে বেংক বন্ধ।
২৯ জুন ২০২৫ দেওবাৰ উপলক্ষ্যে বেংক বন্ধ।
এটা কথা জানি থোৱা প্ৰয়োজন যে ছুটিৰ দিনসমূহত অনলাইন বেংকিং পৰিসেৱা খোলা থাকিব। ফলত নেট বেংকিং, মোবাইল বেংকিং এপছ, ইউ পি আই, ডিজিটেল ৱালেট আৰু এটিএমৰ জৰিয়তে লেনদেন কৰিব পাৰিব।

যিকোনো জৰুৰী বেংকিং পৰিসেৱাৰ বাবে বেংক গ্ৰাহকৰ অসুবিধা দূৰ কৰিবলৈ কৰ্মদিৱসৰ দিনাই সকলো কাম কৰাৰো পৰামৰ্শ দিয়া হৈছে। সকলোতকৈ সঠিক তথ্যৰ বাবে আপুনি নিৰ্দিষ্ট বেংক শাখা বা আৰ বি আইৰ অফিচিয়েল ছুটিৰ তালিকা পৰীক্ষা কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

September 11, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

September 11, 2026
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

September 11, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

September 11, 2026
Next Post
শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

শৰীৰত জমা হোৱা বেয়া তেল বাহিৰ কৰাৰ বাবে খুবেই উপকাৰী! কলষ্টেৰল আৰু হৃদৰোগ দুৰীকৰণৰ বাবে বিশেষ উপযোগী এইবিধ ফল

মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

মানসিক চাপত বিধ্বস্ত হৈছে! চাপমুক্ত আনন্দময় জীৱনৰ বাবে আজিয়েই আৰম্ভ কৰক এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.