• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২বছৰতেই আয় দ্বিগুণঃ বৰ্তমান কিমান কোটিৰ মালিক কাৰ্তিক আৰিয়ান?

২বছৰতেই আয় দ্বিগুণঃ বৰ্তমান কিমান কোটিৰ মালিক কাৰ্তিক আৰিয়ান?

2 years ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

18 minutes ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

58 minutes ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

2 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

2 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

3 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

4 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

5 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

5 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

7 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

8 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

8 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২বছৰতেই আয় দ্বিগুণঃ বৰ্তমান কিমান কোটিৰ মালিক কাৰ্তিক আৰিয়ান?

২বছৰতেই আয় দ্বিগুণঃ বৰ্তমান কিমান কোটিৰ মালিক কাৰ্তিক আৰিয়ান?

editor by editor
November 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২বছৰতেই আয় দ্বিগুণঃ বৰ্তমান কিমান কোটিৰ মালিক কাৰ্তিক আৰিয়ান?
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখনৰ পাছত আনখন হীট ছবি উপহাৰ দিছে বলীউডৰ অন্যতম হিৰ’ কাৰ্তিক আৰিয়ানে৷ প্যাৰ কা পঞ্চনামা ছবিৰ হাতত ধৰি কেৰিয়াৰৰ সূত্ৰপাত৷ অচিৰেই নায়ক হিচাপে ইণ্ডাষ্ট্ৰিত নিজৰ পৰিচয় গঢ়ি তুলিছে কাৰ্তিক আৰিয়ানে৷ মাজে মাজে কিছু উত্থান পতন থাকিলেও তেওঁৰ কেৰিয়াৰৰ চকা কিন্তু ভালকৈয়ে ঘূৰিছে৷ বিশেষকৈ বিগত দুবছৰত লক্ষ্যণীয় উন্নতি হৈছে কাৰ্তিকৰ৷

কেৰিয়াৰ কেনে গতিত আগুৱাইছে?

হাঁহিমুখীয়া কাৰ্তিক তেওঁৰ প্ৰাণখোলা হাঁহিৰ বাবেই প্ৰায় সকলোৰেই প্ৰিয়৷ ইতিমধ্যেই কেইবাখনো হীট ছবি তেওঁ দৰ্শকক উপহাৰ দিছে৷ শেহতীয়াকৈ মুক্তি পাইছে কাৰ্তিকে অভিনয় কৰা ভুলভুলাইয়া৩ য়ে৷ ১৫০ কোটি টকাৰ ব্যৱসায় কৰিছে এই ছবিয়ে৷ ৰোমাণ্টিকৰ লগে কমেডি এই ছবিৰ প্ৰধান বিশেষত্ব হ’লেও ফ্ৰেডি বা চন্দু চেম্পিয়নৰ দৰেই এই ছবিতো দক্ষতা দেখুৱাইছে কাৰ্তিকে৷

এখন ছবিৰ বাবে কিমান পাৰিশ্ৰমিক লয় কাৰ্তিকে?

অক্ষয় কুমাৰৰ পাছতেই ভুলভুলাইয়াত দৰ্শকে আদৰি লৈছে কাৰ্তিকক৷ ভুলভুলাইয়া-২ত অভিনেতা হিচাপে কাৰ্তিকে লৈছে প্ৰায় ১৫ কোটি টকা৷ কিন্তু তৃতীয় ছিকুৱেলৰ বাবে তেওঁ লৈছে প্ৰায় ৪৫-৫০ কোটি টকা৷ কাৰ্তিক আৰিয়ানে কেৱল ছবিতেই অভিনয় কৰে তেনে নহয়৷ তেওঁ বিগত দুবছৰত বিভিন্ন নামী দামী ব্ৰেণ্ডৰ সৈতেও কাম কৰি আছে৷ বিজ্ঞাপনৰ পৰাও কাৰ্তিকে বাৰ্ষিক কেইবা শ কোটি আয় কৰে৷ এটা ব্ৰেণ্ডৰ প্ৰমোছনৰ বাবেই কাৰ্তিকে ৩-৫ কোটিকৈ ধন লয়৷

ইয়াৰোপৰি ৰিয়েল এষ্টেটো আছে কাৰ্তিক আৰিয়ানৰ৷ বিগত বৰ্ষৰ জুন মাহত প্ৰায় ১৭.৫ কোটি টকাৰে এটা ফ্লেট কিনিছিল কাৰ্তিকে৷ তাৰ পৰাই মাহৰ ভাড়াৰ বাবদ প্ৰায় ৪লাখকৈ আয় কৰে৷ ইয়াৰোপৰি বিভিন্ন এৱাৰ্ড শ্ব’ আৰু ব্যক্তিগত ইভেণ্ট আদিও আছে৷ সূত্ৰৰ খবৰ অনুসৰি কাৰ্তিকৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৫০ কোটি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ
বিনোদন

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

July 22, 2026
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা
অপৰাধ

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

July 22, 2026
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!
ভাৰত

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

July 22, 2026
Next Post
এনে উপহাৰ কেৱল আল্লাহেই দিব পাৰেঃ প্ৰথম সন্তানৰ ১৬ মাহ হওঁতেই আকৌ অন্তঃসত্ত্বা ছানা খান

এনে উপহাৰ কেৱল আল্লাহেই দিব পাৰেঃ প্ৰথম সন্তানৰ ১৬ মাহ হওঁতেই আকৌ অন্তঃসত্ত্বা ছানা খান

বিয়াৰ পেণ্ডেলৰ কাম আৰম্ভ হৈছিল, বুধবাৰে বিয়া, কিন্তু হঠাতেই শেষ হৈ গ’ল এটা পৰিয়াল! ৰূপহীহাটৰ ঘটনাৰ প্ৰকৃত ৰহস্য কি?

বিয়াৰ পেণ্ডেলৰ কাম আৰম্ভ হৈছিল, বুধবাৰে বিয়া, কিন্তু হঠাতেই শেষ হৈ গ’ল এটা পৰিয়াল! ৰূপহীহাটৰ ঘটনাৰ প্ৰকৃত ৰহস্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.