• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি

Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি

2 years ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

15 minutes ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

1 hour ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

2 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

3 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

4 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

5 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

5 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

5 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

6 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

6 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

7 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি

editor by editor
December 28, 2023
in প্ৰযুক্তি, বিবিধ, বিশ্ব
0
Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গোপনে ব্ৰাউজিং কৰাৰ ইনকগনিটো মোড আছে গুগল ক্ৰমত। তাত ইউজাৰৰ এক্টিভিটিসমূহ ছেভ নহয়। সেয়ে বহু ইউজাৰে প্ৰাইভেট ব্ৰাউজিং কৰাৰ বাবে এই মোড বাছি লয়। এই ইনকগনিটো মোড যে সম্পূৰ্ণ নিৰাপদ সেয়া কিন্তু সম্পূৰ্ণৰূপে শুদ্ধ নহয়। কাৰণ তাতো ইউজাৰৰ ডাটা ট্ৰেক হ’ব পাৰে। সেয়ে ছাৰ্চ কৰা সকলো হিষ্ট্ৰী মছি পেলোৱাটোৱেই বুদ্ধিমানৰ কাম।

এই ইনকগনিটো মোডৰ ছাৰ্চ হিষ্ট্ৰী কেনেকৈ ডিলিট কৰিব? কাৰণ ইয়াত ডিলিট কৰাৰ কোনো অপশ্ব্যনেই নাই। এই হিষ্ট্ৰী মছিব কেনেকৈ? কিন্তু আপুনি নাজানিলেই ইয়াত ডিলিটৰ অপশ্ব্যন আছে।

এণ্ড্ৰইড ফোনত ইনকগনিটো ছাৰ্চ হিষ্ট্ৰী ডিলিট কৰাৰ উপায়
প্রথমে গুগল ক্ৰম ব্ৰাউজাৰলৈ যাওক। তাতেই এণ্টাৰ কৰক chrome://net-internals/#dns
এই URL কপি কৰি ইনকগনিটো মোডত ছাৰ্চ কৰক।
যি টেব খুল খাব তাৰ বাওঁফালে ‘DNS’ অপশ্ব্যনত গৈ ক্লিক কৰক।
এইবাৰ ‘Clear host cache’ অপশ্ব্যনত টেপ কৰক।
এইদৰে কৰিলেই DNS Cache হিষ্ট্ৰী ডিলিট হৈ পৰিব।

আইফোনত কেনেকৈ হিষ্ট্ৰী ডিলিট কৰিব?
আইফোনত আপাৰ ৰাইট কৰ্ণাৰত ছোৱাইপ এপ কৰি কণ্ট্ৰল চেণ্টাৰ খুলিব।
এইয়াৰ এয়াৰপ্লেন মোড এক্টিভ কৰক।
এই কাম কৰিলেই ৱাইফাই, ব্লুটুথ ডিছেবল হৈ পৰিব আৰু অটমেটিকেলি DNS Cache ডিলিট হৈ পৰিব।
যেতিয়াই ইনকগনিটো মোডত চাৰ্ছ কৰিব তেতিয়াই তাৰ হিষ্ট্ৰী ডিলিট কৰিবলৈ এই পদ্ধতি অনুসৰণ কৰিব পাৰে।

উইণ্ডছচত কি কৰিব?
কেৱল ফোনতেই নহয়, ডেস্কটপতো ইনকগনিটো ছাৰ্চ হিষ্ট্ৰী ডিলিট কৰিব পাৰিব।
ইয়াৰবাবে উইণ্ডোছৰ ষ্টাৰ্ট মেনুলৈ যাওক আৰু তাতেই চাৰ্ছ কৰক cmd
তাৰপাছতেই ‘Run as administrator’ অপশ্ব্যনত ক্লিক কৰক।
এইবাৰ ipconfig/flushdns কমাণ্ড টাইপ কৰি এণ্টাৰ কৰক।
এনেকৈয়ে ইনকোগনিটো মুডৰ সমূহ DNS Cache ডাটা ডিলিট কৰিব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
Next Post
পৰিশ্ৰমৰ ফল লাভ কৰিলেও শেষ ৰক্ষা হ’বনে? লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?

পৰিশ্ৰমৰ ফল লাভ কৰিলেও শেষ ৰক্ষা হ’বনে? লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?

অযোধ্যাৰ ৰামমন্দিৰৰ আৰতি বুকিং আৰম্ভ, কেনেকৈ কৰিব আবেদন?

অযোধ্যাৰ ৰামমন্দিৰৰ আৰতি বুকিং আৰম্ভ, কেনেকৈ কৰিব আবেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.