• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

8 months ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

23 minutes ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

54 minutes ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

2 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

3 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

4 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

5 hours ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

7 hours ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

7 hours ago
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

editor by editor
February 7, 2026
in জীৱনশৈলী
0
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?
0
SHARES
226
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি বহুতেই কম প্লেটলেট কাউণ্টৰ সমস্যাত ভোগে৷ বিশেষকৈ ভাইৰেল জ্বৰ, ডেংগি, শৰীৰ দুৰ্বল হোৱা সমস্যা প্লেটলেট তেজত অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান, যিয়ে তেজক গোট মৰাত সহায় কৰে আৰু অতিৰিক্ত ৰক্তক্ষৰণ ৰোধ কৰে৷ সেয়ে তেজত প্লেটলেট কাউণ্ট ঠিক ৰখাটো অত্যন্ত প্ৰয়োজন৷ জৰুৰী অৱস্থাত প্লেটলেট কাউণ্ট বঢ়াবলৈ ঔষধ দিয়া হ’লেও সমগ্ৰ বছৰ সুস্থ থাকিবলৈ হ’লে জীৱনযাত্ৰাত সালসলনিৰ প্ৰয়োজন৷ একেলগে নজৰ দিব লাগিব খাদ্যভাষতো৷

প্ৰাকৃতিক উপায়েলে কেনেকৈ বঢ়াব প্লেটলেট কাউণ্ট?

অমিতা

অমিতা পাতৰ ৰসে প্লেটলেট বঢ়োৱাত উপকাৰী বুলি পৰিচিত৷ বিশেষকৈ ডেঙ্গিৰ সময়ত অমিতা পাতৰ ৰস খোৱাৰ পৰামৰ্শ দিয়া হয়৷ ইয়াৰোপৰি বেদনাও অত্যন্ত উপকাৰী ফল৷ ইয়াত থকা এণ্টি অক্সিডেণ্ট আৰু আয়ৰনে তেজৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে৷ কমলা, আমলখিৰ দৰে ভিটামিন চি সমৃদ্ধ ফলে শৰীৰত প্লেটলেট উৎপাদন বঢ়োৱাত সহায়ক হয়৷

সেউজীয়া শাক-পাচলি

সেউজীয়া শাক পাচলি যেনে পালেং শাক, ব্ৰকলি, ধনীয়া আদিত ভিটামিন কে আৰু ফলেট থাকে৷ যিয়ে তেজ গোট মৰা প্ৰক্ৰিয়াক শক্তিশালী কৰে৷ ইয়াৰোপৰি বীট আৰু গাজৰে তেজ পৰিষ্কাৰ ৰখাত সহায় কৰে আৰু প্লেটলেট বৃদ্ধিত ইতিবাচক ভূমিকা ৰাখে৷ বাদাম, কাজু, কিছমিছৰ দৰে ড্ৰাই ফ্ৰুইটত আয়ৰণ আৰু প্ৰয়োজনীয় মিনাৰেল থাকে, যি নিয়মিতকৈ খালে উপকাৰ পোৱা যায়৷

দৈনন্দিন জীৱনযাত্ৰা

পপর্যাপ্ত বিশ্ৰাম প্লেটলেট বঢ়োৱাৰ ক্ষেত্ৰত খুবেই গুৰুত্বপূৰ্ণ৷ অসুস্থ অৱস্থাত বেছি পৰিশ্ৰম কৰিলে শৰীৰ ঠিকমতে নতুন প্লেটলেট তৈয়াৰ কৰিব নোৱাৰে৷ সেয়ে পৰ্যাপ্ত টোপনি আৰু বিশ্ৰাম লোৱা প্ৰয়োজন৷ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী পান কৰিলে তেজৰ সঞ্চালন ভালে ৰাখে৷ শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাতো সহায় কৰে৷

মদ্যপান আৰু ধূমপানৰ অভ্যাস ত্যাগ

এলক’হল আৰু ধূমপানে প্লেটলেট কাউণ্ট কমাই দিব পাৰে৷ সেয়ে এইসমূহ সম্পূৰ্ণৰূপে এৰাই চলাটোৱে মঙ্গল৷ যোগব্যায়াম আৰু প্ৰাণায়ামে তেজৰ সঞ্চালন উন্নত কৰে, শৰীৰ খুবেই দুৰ্বল থাকিলে ভাৰী ব্যায়াম নকৰাই শ্ৰেয়৷ ইয়াৰোপৰি চিকিৎসকৰ পৰামৰ্শৰ ওপৰিও কোনো ঔষধ খোৱা, বিশেষকৈ বিষনাশক ঔষধ খোৱাৰ পৰা বিৰত থাকিব৷ এইসমূহে প্লেটলেট কমোৱাত সহায় কৰে৷ যদি ৰক্তক্ষৰণ, মূৰ ঘুৰোৱা, অতিৰিক্ত দুৰ্বলতাই দেখা দিয়ে, তেতিয়া কেৱল ঘৰোৱা উপায়েই নহয় অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ লওক৷ এইসমূহে প্লেটলেট খুব বেছি কমি যোৱাৰ লক্ষণ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত
জীৱনশৈলী

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

October 9, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

October 9, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

October 9, 2026
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

October 9, 2026
Next Post
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.