• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় মহাকাশলৈ খোৱাপানী প্ৰেৰণ কৰা নহয়? মহাকাশচাৰীয়ে কিয় প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে

কিয় মহাকাশলৈ খোৱাপানী প্ৰেৰণ কৰা নহয়? মহাকাশচাৰীয়ে কিয় প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে

1 year ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

47 minutes ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

1 hour ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

2 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

3 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

4 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

5 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

6 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

6 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

7 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

7 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় মহাকাশলৈ খোৱাপানী প্ৰেৰণ কৰা নহয়? মহাকাশচাৰীয়ে কিয় প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে

editor by editor
February 21, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
কিয় মহাকাশলৈ খোৱাপানী প্ৰেৰণ কৰা নহয়? মহাকাশচাৰীয়ে কিয় প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিয় মহাকাশলৈ খোৱাপানী প্ৰেৰণ কৰা নহয়? মহাকাশচাৰীয়ে কিয় প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে

মহাকাশচাৰীয়ে মহাকাশত থকাৰ সময়ত নিজৰে প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে। পাছে এইটো কিমান সত্য আৰু মহাকাশচাৰীসকলে কিয় মহাকাশলৈ পানী লৈ নাযায়, আৰু প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে। ইয়াৰ আঁৰৰ নিহিত হৈ আছে বিজ্ঞান।

মহাকাশৰ জগতখন ৰহস্যৰে ভৰি আছে; বিজ্ঞানীসকলৰ গৱেষণাৰ ফলস্বৰূপে আজি মানুহ চন্দ্ৰত উপনীত হৈছে। কিন্তু এজন মহাকাশচাৰীক মহাকাশলৈ পঠিয়ালে তেওঁ বহু সাৱধানতা অৱলম্বন কৰিব লগা হয়। যেনে খাদ্য সামগ্ৰী, মহাকাশযানত থকা লাগেজৰ ওজন, আনকি বহু সময় আবদ্ধ হৈ থাকিলে পানীৰ ব্যৱস্থা আদিৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব লগা হয়।

বহু সময়ত মহাকাশ অভিযানৰ সময়ত এনেকুৱা হয় যে মহাকাশচাৰীসকলে চুটি অভিযানৰ বাবে যায়, কিন্তু কিবা কাৰণত তাত আবদ্ধ হৈ পৰে। উদাহৰণস্বৰূপে, যোৱা বছৰৰ জুন মাহত আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে ৮ দিনীয়া অভিযানত গৈছিল যদিও কাৰিকৰী ত্ৰুটিৰ বাবে এতিয়া ২০০ দিনতকৈও অধিক সময় তেওঁলোক তাত আবদ্ধ হৈ আছে।

এতিয়া হয়তো সকোলৰে মনলৈ এই কথা আহি আছে যে ইমান দিন আবদ্ধ হৈ থকাৰ পিছত তেওঁলোকে মহাকাশত খাদ্য পানী কেনেকৈ পাই আছে

এতিয়া প্ৰশ্ন হয় মহাকাশচাৰীয়ে মহাকাশত কেনেকৈ শৌচাগাৰ ব্যৱহাৰ কৰে। মহাকাশযানত উপস্থিত থকা শৌচাগাৰবোৰ বহুত বেলেগ। শূন্য মাধ্যাকৰ্ষণ শক্তিৰ বাবে মহাকাশত থকা মহাকাশচাৰীসকলৰ কথা মনত ৰাখি তেওঁলোকৰ বাবে সম্পূৰ্ণ হেণ্ডহোল্ড আৰু ফুটহোল্ড শৌচাগাৰ নিৰ্মাণ কৰা হয়। কেৱল এয়াই নহয়, ইয়াত এটা বিশেষ ভেকুৱাম স্থাপন কৰা হয়, যিয়ে শৌচাগাৰৰ আৱৰ্জনাবোৰ টানি টেংক এটালৈ লৈ যায়।

তেনেদৰে মহাকাশযানত প্ৰস্ৰাৱৰ বাবেও বিশেষ ধৰণৰ ভেকুৱাম পাইপ স্থাপন কৰা হয়। ইয়াৰ বাহিৰেও মহাকাশত প্ৰস্ৰাৱ আৰু মল পৃথক পৃথক টেংকিত ৰখা হয়। ইয়াৰ আঁৰৰ কাৰণ হ’ল প্ৰস্ৰাৱ থকা পৃথক টেংকিটো পুনঃব্যৱহাৰ কৰি তাৰ পিছত সেৱন কৰা হয়।

মহাকাশত প্ৰস্ৰাৱ পুনৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। কাৰণ তালৈ পানী কঢ়িয়াই নিবলৈ হলে বহুত খৰচ হব। তথ্য অনুসৰি পৃথিৱীৰ পৰা মহাকাশ কেন্দ্ৰলৈ মাথো এক গেলন পানী পৰিবহণ কৰিবলৈ ৮৩ হাজাৰ ডলাৰ খৰচ হ’ব।

একে সময়তে এজন মহাকাশচাৰীক পানী খোৱা আৰু অন্যান্য কামৰ বাবে দৈনিক ১২ গেলন পানীৰ প্ৰয়োজন হয়। ইয়াৰ ফলত মিছনৰ খৰচ যথেষ্ট বৃদ্ধি পাব, আৰু একেলগে অত্যধিক পানী পঠিয়াবও নোৱাৰি। কাৰণ ইয়াৰ ফলত বিমানখনৰ ওজন বৃদ্ধি পাব। এই কাৰণেই বিজ্ঞানীসকলে ফিল্টাৰ ব্যৱস্থা স্থাপন কৰিছে যাৰ জৰিয়তে প্ৰস্ৰাৱ ফিল্টাৰ কৰি খোৱাপানীলৈ উৎপন্ন কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astronautspaceSpace MissionWater in space
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
SBI নে ডাকঘৰ, FD ৰ ওপৰত কোনে বেছি সুত দিয়ে? সবিশেষ জানক

SBI নে ডাকঘৰ, FD ৰ ওপৰত কোনে বেছি সুত দিয়ে? সবিশেষ জানক

যুজবেন্দ্ৰ চহলে সঁচাকৈয়ে ধনশ্ৰীক দিলে নেকি ৬০ কোটি টকা, সত্য কি ?

যুজবেন্দ্ৰ চহলে সঁচাকৈয়ে ধনশ্ৰীক দিলে নেকি ৬০ কোটি টকা, সত্য কি ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.