• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়া অনুষ্ঠিত হ’ব মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা?

কেতিয়া অনুষ্ঠিত হ’ব মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা?

5 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

5 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

5 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

5 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

6 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

7 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

9 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

10 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

10 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

11 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

12 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

13 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেতিয়া অনুষ্ঠিত হ’ব মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা?

editor by editor
May 25, 2021
in অসম, ক'ভিড-১৯, শিক্ষা
0
কেতিয়া অনুষ্ঠিত হ’ব মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪: ক’ৰোনাৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে সকলো। শিক্ষাৰ্থী সকলেও আঁতৰি থাকিবলগীয়া হৈছে শ্ৰেণীকোঠাৰ পৰা। কেইবাটাও প্ৰৱেশ পৰীক্ষা ইতিমধ্যে পিছুৱাই দিয়া হৈছে। তেনে সময়ছোৱাতে এতিয়া বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰীসকল। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব তাকে লৈ এতিয়া সৃষ্টি হৈছে উৎকণ্ঠাৰ। এই সন্দৰ্ভত ছেবাৰ সৈতে আলোচনাত মিলিত হৈছে ৰাজ্যৰ কেইবাটাও ছাত্ৰ সংগঠন। আছুকে ধৰি ছাত্ৰ সংগঠনসমূহৰ সৈতে ইতিমধ্যে এই সন্দৰ্ভত চিন্তা-চৰ্চা চলাই আছে ছেবা কৰ্তৃপক্ষই।

আজি ছেবাৰ সৈতে আলোচনাত মিলিত হৈছে এবছুৰ কৰ্মকৰ্তা। এই বৈঠকত উপস্থিত আছিল এবছুৰ সভাপতি-সম্পাদকৰ লগতে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি আৰু অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন। কোভিড পৰিস্থিতিৰ মাজত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কেনেদৰে অনুষ্ঠিত কৰা হ’ব এই সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। এবছুৰ নেতৃত্বৰ ফালৰ পৰা কেইবাটাও পৰামৰ্শ আগবঢ়ায় ছেবাৰ কৰ্তৃপক্ষলৈ। সেই অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ অতি কমেও ২০ দিন পূৰ্বে সময়সূচী প্ৰদান কৰিবলৈ অনুৰোধ এবছুৰ। আনহাতে পৰীক্ষা কেন্দ্ৰসমূহত ভিৰ কমাবৰ বাবে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। যদি সকলো বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হয়, তেন্তে এটা বিষয়ত ৫০ নম্বৰ হ’ব লাগে অন্যথা ৪ বিষয়ৰ যদি পৰীক্ষা হয় তেন্তে ১০০ নম্বৰ হ’ব লাগে বুলিও আহ্বান এবছুৰ। আনহাতে আছুৰ নেতৃত্বই যিমান পাৰে সোনকালে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় ছেবাক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24hslc examseba
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া
শিক্ষা

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

July 18, 2026
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

July 18, 2026
Next Post
আটক হোৱাৰ পিছতেই মুক্ত কৃষক মুক্তিৰ সদস্য

আটক হোৱাৰ পিছতেই মুক্ত কৃষক মুক্তিৰ সদস্য

নামনি অসমত চুপাৰি ছিণ্ডিকেট, বঙাইগাঁৱত জব্দ বাৰ্মিজ চুপাৰিৰ পাহাৰ

নামনি অসমত চুপাৰি ছিণ্ডিকেট, বঙাইগাঁৱত জব্দ বাৰ্মিজ চুপাৰিৰ পাহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.