• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?

ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?

2 years ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

12 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 hour ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

1 hour ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

2 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

4 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

4 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

5 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?

ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?

editor by editor
May 25, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি এই ডিভোৰ্ছৰ খবৰ সঁচা হয় তেন্তে হাৰ্দিক পাণ্ডিয়াৰ সম্পত্তিৰ ৭০শতাংশৰ অধিকাৰী হ’ব নাতাশা ষ্টানকোভিছ৷ সম্প্ৰতি এই খবৰ ভাইৰেল হৈছে নেটদুনীয়াত৷ বিগত কেইবাদিনো ধৰি হাৰ্দিক-নাতাশাৰ বিচ্ছেদৰ জল্পনা চলিছে৷ অৱশ্যে ক্ৰিকেটাৰগৰাকীয়ে এই পৰ্যন্ত নিজৰ বৈবাহিতক জীৱনৰ কোনোধৰণৰ খামখেয়ালিৰ কথা ৰাজহুৱা কৰা নাই৷

চলিত আইপিএলত সকলোতকৈ সমালোচিত হোৱা খৈলুৱৈগৰাকীয়েই হৈছে হাৰ্দিক পাণ্ডিয়া৷ তেওঁ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে আইপিএলৰ মেচত নমাৰ লগে লগেই বহুতেই হাৰ্দিকক সমালোচনা কৰিছে৷ অধিনায়ক হিচাপে চূড়ান্তভাৱে বিফল হৈছে হাৰ্দিক৷ এই পৰিস্থিতিত তেওঁৰ ব্যক্তিগত জীৱনতো সমস্যা আহিছে৷ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত নাতাশা ষ্টানকোভিছে পাণ্ডিয়া উপাধী পূৰ্বে লিখিছিল৷ সেই উপাধী এইবাৰ আঁতৰাই দিছে নাতাশাই৷ হাৰ্দিকৰ সৈতে থকা সমস্ত ফটোও ডিলিট কৰিছে নাতাশাই৷ অৱশ্যে সন্তান অগস্থ্যৰ সৈতে থকা ফটোসমূহ এতিয়াও নাতাশাৰ ইনষ্টাগ্ৰামত আছে৷ পূৰ্বে হাৰ্দিকৰ মেচসমূহত নাতাশা প্ৰায়েই উপস্থিত থাকে৷ এইবাৰৰ আইপিএলৰ কোনো এখন মেচতেই দেখা যোৱা নাই নাতাশাক৷

হাৰ্দিক বা ক্ৰিকেট সংক্ৰান্তিয় কোনো ষ্টৰীও শ্বেয়াৰ কৰা নাই নাতাশাই৷ অন্যহাতে নাতাশাৰ জন্মদিনৰ শুভেচ্ছাও জনোৱা নাই অলৰাউণ্ডাৰ তাৰকাগৰাকীয়ে৷ তাৰপাছতেই জল্পনা আৰম্ভ হৈছে৷ কিয় স্বামীৰ ওপজা দিনটো শুভেচ্ছা নজনালে নাতাশাই৷ বহুসংখ্যক নেটিজেনৰ দাবী, তাৰকা ক্ৰিকেটাৰগৰাকীৰ সম্পত্তিৰ ৭০শতাংশই নাতাশাই লাভ কৰিব৷ তেওঁলোকৰ বিচ্ছেদৰ অন্যতম চৰ্তই হৈছে এই সম্পত্তিৰ হস্তান্তৰ৷ অৱশ্যে নেটদুনীয়াৰ এই জল্পনা কিমানদূৰ সত্য সেয়াহে জানিব পৰা হোৱা নাই৷

উল্লেখ্য যে ২০২০ চনৰ ৩১মেত বিবাহবন্ধনত আৱদ্ধ হৈছিল হাৰ্দিক-নাতাশা৷ ২০২৩ চনৰ ভেলেণ্টাইন ডেত উদয়পুৰত গৈ ৰাজকীয় বিবাহৰ আয়োজনো কৰিছিল দুয়োৱে৷ অৱশ্যে এই বিবাহৰ এবছৰ নৌহওঁতেই দুয়োৰে মাজত আৰম্ভ হৈছে ভাঙোন বুলিও একাংশ বিনোদন চেনেলে দাবী কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা
জীৱনশৈলী

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য
জীৱনশৈলী

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

April 14, 2026
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?
জীৱনশৈলী

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

April 14, 2026
Next Post
উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস

উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস

আজিৰ ৰাশিফল- পুৱাই কৰক সূৰ্য প্ৰণাম, সূৰ্যদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই সকল ৰাশিৰ

আজিৰ ৰাশিফল- পুৱাই কৰক সূৰ্য প্ৰণাম, সূৰ্যদেৱৰ কৃপাত ভাগ্য উদয় হ'ব এই সকল ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.