ৰাজ্যত নিয়ন্ত্ৰণৰ বাহিৰত মানৱ সৰবৰাহ। ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ ৪ জনী। উদ্ধাৰ এগৰাকী কিশোৰী, এগৰাকী যুৱতী, ২ মহিলা। উদ্ধাৰ হোৱা আটাইকেইগৰাকীৰ ঘৰ টংলাত। আটক কৰে ২ মানৱ সৰবৰাহকাৰীক। ২ মানৱ সৰবৰাহকাৰীৰ নাম দীপ দাস, মতিন আলী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















