ৰাজ্যত মানৱ সৰবৰাহ অব্যাহত। হাৰিয়ানাৰ পৰা উদ্ধাৰ ৰঙিয়াৰ মহিলা। বিয়াৰ প্ৰলোভনেৰে দালাল প্ৰেমিকে নিছিল পলুৱাই। হাৰিয়ানাত ২ লাখ টকাত বিক্ৰী মহিলাক।