• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

4 years ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

18 minutes ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

39 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

1 hour ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

4 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

5 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

18 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

editor by editor
July 16, 2022
in অপৰাধ, ভাৰত
0
নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ
0
SHARES
83k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী নাবালিকাৰ সৈতে স্বামীক আপত্তিজনক অৱস্থাত থকা দেখি পত্নীয়ে এক ভিডিঅ’ নিৰ্মাণ কৰাই নহয়, ছ’চিয়েল মিডিয়াতো ভাইৰেল কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নাবালিকাৰ সৈতে গোপনে প্ৰেমৰ তথা যৌন সম্পৰ্ক বজাই ৰখা স্বামীয়ে তেওঁৰ পত্নীয়ে যে ভিডিঅ’ ৰেকৰ্ডিং কৰি ভিডিঅ’ কৰি থৈছিল সেই বিষয়ে ঘূৰ্ণাক্ষেও অৱগত নাছিল৷ কিন্তু ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতহে স্বামীয়ে এই বিষয়ে অৱগত হয়৷ ইতিমধ্যে ভাইৰেল ভিডিঅ’ আৰু ঘটনাটোৱে সামাজিক মাধ্যমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনাটো পোহৰলৈ অহাৰ পিছতে নাবালিকাগৰাকীৰ পিতৃয়ে স্বামী-স্ত্ৰী দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে দুয়ো অভিযুক্তক গ্ৰেপ্তাৰো কৰিছে।

লগতে পঢ়ক সঁচা হৈছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সোনকালে ধ্বংস হ’ব বিনন্দীয়া পৃথিৱী!

এই ঘটনাটো উত্তৰ প্ৰদেশৰ বাদাউনত সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে অৰ্জুন নামৰ বিবাহিত লোকজনে এগৰাকী নাবালিকাৰ সৈতে গোপনে অবৈধ সম্পৰ্ক বৰ্তাই ৰাখিছিল৷ লোকজনে পৰিচিত নাবালিকাগৰাকীৰে সাধাৰণ সম্পৰ্ক থকাৰ দৰে পত্নীৰ আগত আচৰণ কৰি নিজ বাসগৃহলৈ মাতিবলৈ ধৰিলে৷

কিন্তু লাহে লাহে লোকজনৰ পত্নী সীতাৰ স্বামীৰ ওপৰত সন্দেহ জন্মিবলৈ আৰম্ভ কৰে আৰু স্বামীৰ ওপৰত গোপনে নজৰ ৰাখিবলৈ ধৰে৷ ঘটনাৰ দিনা পত্নীয়ে কিবা কামত বাহিৰলৈ উলাই যাওঁ বুলি গৈ ঘৰৰ ভিতৰতে আত্মগোপন কৰি থাকিল৷

পত্নীয়ে ঘৰৰ বাহিৰলৈ যোৱা বুলি ভাবি স্বামীয়ে নাবালিকাগৰাকীক ঘৰলৈ আনি কৰি যৌন সম্পৰ্কত লিপ্ত হয় আৰু পত্নীয়ে এই সমগ্ৰ দৃশ্য গোপনে মোবাইলত ৰেকৰ্ডিং কৰে৷

লগতে পঢ়ক পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?

ইমানতে ক্ষান্ত নহৈ পত্নীগৰাকীয়ে উক্ত ভিডিঅ’টো পিছত সামাজিক মাধ্যমত ভাইৰেল কৰে৷ ভাইৰেল হোৱাৰ লগে লগে কাণ্ডটোৱে চাঞ্চল্যৰ সৃষ্টি কৰে৷ লগতে এই ঘটনাক কেন্দ্ৰ কৰি স্বামী-স্ত্ৰীৰ মাজতো তীব্ৰ সংঘাতৰ সৃষ্টি হয়৷

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে স্বামী অৰ্জুন আৰু তেওঁৰ পত্নী সীতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আৰক্ষীয়ে স্বামীক ধৰ্ষণৰ অভিযোগত POCSO আইন আৰু পত্নীক আই টি আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIT Actpocso act
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত

সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত

মাত্ৰ ১০০ টকাত বিমানত যাত্ৰা কৰাৰ বাম্পাৰ সুযোগ! লগতে লাভ কৰিব ৫০ লাখ টকৰা বীমা

মাত্ৰ ১০০ টকাত বিমানত যাত্ৰা কৰাৰ বাম্পাৰ সুযোগ! লগতে লাভ কৰিব ৫০ লাখ টকৰা বীমা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.