• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰ কিন্তু ভাৰত বুলিলেই মই আৱেগিক, হিন্দু হিচাপে এই দেশৰ প্ৰতি মোৰ আত্মিক টান আছে… ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মক প্ৰশংসা ঋষি ছুনাকৰ

প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰ কিন্তু ভাৰত বুলিলেই মই আৱেগিক, হিন্দু হিচাপে এই দেশৰ প্ৰতি মোৰ আত্মিক টান আছে… ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মক প্ৰশংসা ঋষি ছুনাকৰ

3 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

8 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

9 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

10 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

11 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

12 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

12 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

13 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

14 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

14 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰ কিন্তু ভাৰত বুলিলেই মই আৱেগিক, হিন্দু হিচাপে এই দেশৰ প্ৰতি মোৰ আত্মিক টান আছে… ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মক প্ৰশংসা ঋষি ছুনাকৰ

editor by editor
September 8, 2023
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰ কিন্তু ভাৰত বুলিলেই মই আৱেগিক, হিন্দু হিচাপে এই দেশৰ প্ৰতি মোৰ আত্মিক টান আছে… ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মক প্ৰশংসা ঋষি ছুনাকৰ
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতত ভৰি দিছে ভাৰতীয় বংশোদ্ভুতৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে৷ ভাৰতত উপস্থিত হৈয়েই ভাৰতীয় সংস্কৃতি পৰম্পৰা ধৰ্মক লৈ মন্তব্য প্ৰধানমন্ত্ৰী ঋষিৰ৷ ভাৰত ভ্ৰমণলৈ আহি প্ৰথমবাৰ সংবাদ সংস্থা ANIৰ সন্মুখত মুখ খুলিছে ছুনাকে৷ ভাৰতীয় বংশোদ্ভূতৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ছুনাকে G-20 সন্মিলনীত ভাগ ল’বৰ বাবে ভাৰতলৈ আহিছে৷ আহিয়েই হিন্দু ধৰ্মক লৈ বিশেষ মন্তব্য ছুনাকৰ৷

ANIৰ সন্মুখত ছুনাকে কয়, ‘মই গৰ্বিত হিন্দু৷ মই বিদেশত থাকিও হিন্দু হিচাপেই ডাঙৰ হৈছো৷ সময় মিলিলেই মন্দিৰলৈ যাম বুলি ভাৱিয়েই আহিছো৷ কেইবাদিনো মই ভাৰতত থাকিম৷ কেইদিনমান পূৰ্বে ৰাখি বন্ধনো পাৰ হৈছে৷ ভণ্টীয়ে ৰাখিও পিন্ধাইছে৷ জন্মাষ্টমী পালন কৰিবলৈ সুযোগ নোপোৱাৰ বাবে মনটো বেয়া লাগিছে৷ এবাৰ যদি কোনোবা মন্দিৰলৈ যাব পাৰো তেন্তে মই মানসিক শান্তি পাম৷ আমি বিশেষ গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে দেশলৈ আহিছো৷ তথাপিও মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছো তেওঁ ৰাস্তা দেখুৱাই নিবই৷ বিশ্বাসীক তেওঁ কাহানিও উপেক্ষা নকৰে৷ আমি অনবৰত চাপত কাম কৰি থাকো৷ এই চাপৰ মাজত ঈশ্বৰৰ বিশ্বাসেই আমাক মানসিক শান্তি দিয়ে৷ সেয়ে মোৰ বাবে নেদেখাজন সদায়েই বিশেষ৷’

ইয়াৰোপৰি ছুনাকে কয়, ‘মই গৰ্বিত হিন্দু৷ মই নিজৰ দেশতো হিন্দু ধৰ্মৰ সকলো নীতি নিয়ম পালন কৰো৷ হিন্দু ধৰ্মৰ সৈতে মোৰ আৱেগ জড়িত হৈ আছে৷ মই বহা আসনৰ সন্মুখতেই মই গণেশৰ মূৰ্তি থৈছো৷’ G-20 সন্মিলনত অংশ ল’বলৈ ভাৰতৰ মাটিত ভৰি দিছে প্ৰধানমন্ত্ৰী ঋষি ছুনাকে৷ হিন্দু ধৰ্মৰ সৈতে জড়িত আৱেগক মন্তব্যতেই প্ৰকাশ কৰিছে ছুনাকে৷ ‘জন্মসূত্ৰে মই ব্ৰিটিছ, কিন্তু আত্মীক সম্পৰ্ক হিন্দু ধৰ্মৰ সৈতে আছে৷ সৰুতে ভাই-ভনী কেইটাৰ লগত পূজাত অংশ লও৷ প্ৰসাদ খাওঁ৷ হিন্দু মুল্যবোধটো কৰোবাত ব্ৰিটিছ মুল্যবোধৰ সৈতে মিলি যায়৷’

ছুনাকে হিন্দু ধৰ্মক লৈ গৰ্ব কৰাৰ কথা পূৰ্বেও কেইবাটাও ইণ্টাৰভিউত কৈ আহিছে৷ তেওঁ সংবাদসংস্থা পিটিআইৰ আগত দিয়া এক মন্তব্যত হিন্দুৰ উপাস্য দেৱতা ৰামৰ কথাও কৈছিল৷ ৰাম সম্পৰ্কে ছুনাকে পিটিআই কৰ্মীক কৈছিল, ‘ভগৱান ৰামচন্দ্ৰ মোৰ সকলোসময়ৰ অনুপ্ৰেৰণা৷ তেওঁ দি যোৱা ভালপোৱা, দায়বদ্ধশীলতাৰ শিক্ষাই মোক অনুপ্ৰাণিত কৰে৷’ কেমব্ৰিজ বিশ্ববিদ্যালয়ত ৰামকথাৰ চৰ্চা চলে৷ তাত ৰামকথাৰ প্ৰবচন শিকাই গুৰু মুৰাৰী বাপুয়ে৷ তেওঁৰ সৈতে ছুনাকে কেইবাবাৰো মিলিত হৈ হিন্দু ধৰ্ম সম্পৰ্কীয় আলোচনাত বহিছে৷

ছুনাকে সংসাৰৰ প্ৰসংগতো হিন্দু ধৰ্মৰ কথা টানি আনি পিটিআইৰ সন্মুখত মন্তব্য কৰিছে৷ তেওঁ সংসাৰ সন্দৰ্ভত কয়, ‘ভাৰতীয় শিঁপাক লৈ মই অত্যন্ত গৰ্বিত৷ মোৰ পত্নীও ভাৰতীয়৷ তেওঁ ভাৰতীয় হোৱাৰ বাবে আজীৱন এই দেশৰ টান মোৰ থাকিবই৷ চিৰকাল ভাৰত আৰু ভাৰতৰ মানুহৰ সৈতে মই সম্পৰ্ক ৰাখিবলৈ আগ্ৰহী৷ মই যেতিয়া প্ৰধানমন্ত্ৰীৰ আসনত বহো তেতিয়া ভাৰতীয়সকলে মোক অভিনন্দন জনোৱাৰ শৈলীক মই আজীৱন বুকুত কঢ়িয়াম৷’

ছুনাকে লগতে কয়, ‘প্রধানমন্ত্ৰীৰ আসনত বহাৰ পাছত মই প্রথমবাৰৰ বাবে ডাউনিং ষ্ট্ৰীটত দীপাৱলীৰ অনুষ্ঠান পাতিলো৷ ১০ নম্বৰ ডাউনিং ষ্ট্ৰীটত বহু প্ৰৱাসী ভাৰতীয়ই ভাগ ললে৷ ব্ৰিটিছে ভাৰতীয় মূলৰ মানুহক সন্মান যাচিলে৷ সেয়া মোৰ বাবে অত্যন্ত আৱেগিক এক মুহূৰ্ত৷’ ইয়াৰোপৰি ছুনাকে কয়, ‘ভাৰতৰ সৈতে যোগসূত্ৰক লৈ মোৰ যেনে অনুভূতি, সেই একেই অনুভূতি বহু ব্ৰিটিছৰ বুকুত আছে৷ তেওঁলোকেও এই দেশক ভালপায়৷ এই দেশৰ সংস্কৃতি, পৰম্পৰাক সন্মান কৰে৷ এই দেশৰ শক্তিয়েই হৈছে বৈচিত্ৰ৷ প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰেই কিন্তু ভাৰত বুলিলেই মই আৱেগিক৷ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মই য’তেই যেনেকৈ নহওক ভাৰতীয় সংস্কৃতি পৰম্পৰা ব্ৰিটেইন বাসীক দেখুৱাও৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
হৃদয়ত হিন্দুত্ববাদ, মুখত জয় শ্ৰী ৰাম… G-20 বৈঠকৰ মাজতে পত্নীসহিতে অক্ষৰধাম মন্দিৰত পূজা অৰ্চনা ঋষি ছুনাকৰ

হৃদয়ত হিন্দুত্ববাদ, মুখত জয় শ্ৰী ৰাম... G-20 বৈঠকৰ মাজতে পত্নীসহিতে অক্ষৰধাম মন্দিৰত পূজা অৰ্চনা ঋষি ছুনাকৰ

অবিশ্বাসৰ ছায়া আঁতৰাই বিশ্বাস আৰু ভৰষা ওভটাই আনিব লাগিব, বিশ্বৰ আগশাৰীৰ দেশে মানি ল’লে মোদীৰ কেইবাটাও প্ৰস্তাৱ

অবিশ্বাসৰ ছায়া আঁতৰাই বিশ্বাস আৰু ভৰষা ওভটাই আনিব লাগিব, বিশ্বৰ আগশাৰীৰ দেশে মানি ল’লে মোদীৰ কেইবাটাও প্ৰস্তাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.