• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…

সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…

3 years ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

7 minutes ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

30 minutes ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

46 minutes ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

1 hour ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

2 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

2 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

2 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

3 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

4 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

4 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

5 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…

editor by editor
January 20, 2023
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
সপোনত হাতী, সাপ দেখে! নিচিন্ত থাকক এই ৫ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…
0
SHARES
66.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সপোন সকলোৱেই দেখে। নিশা টোপনিৰ সময়ত দেখা সপোন কেতিয়াবা ফলিয়াই কেতিয়াবা পুৱাই উঠি পাহৰি পেলোৱা হয়। স্বপ্ন শাস্ত্ৰত উল্লেখ থকামতে সপোনত কিছু প্ৰাণী দেখিলে আপোনাৰ ভাগ্য খুলিবই। প্ৰতিটো সপোনৰেই কিছু অৰ্থ থাকে। সপোনত দেখা কিছু কথাই ভৱিষ্যতৰ ইংগিত দিয়ে। বহুতেই কিন্তু পুৱাই উঠি নিশা দেখা সপোনটো পাহৰি পেলাই। কোনবোৰ সপোনে ভাল সময়ৰ ইংগিত দিয়ে জানেনে?

গৰুঃ সপোনত গৰু দেখিলে খুবেই ভাল বুলি শাস্ত্ৰই দাবী কৰে। গৰু দেখাৰ অৰ্থ হৈছে ব্যক্তিগৰাকীৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আছে। সপোনত গৰু দেখিলে ব্যক্তিজনে সকলো কামতে সফলতা লাভ কৰে।

হাতীঃ সপোনত হাতী দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। যদি কোনোৱে সপোনত হাতী দেখে তেন্তে ইয়াৰ অৰ্থ হৈছে আগন্তুক সময়ত ব্যক্তিজনে প্ৰচুৰ সম্পদ অৰ্জন কৰিব। ইয়াৰোপৰি হাতী দেখা মানেই ঘৰলৈ সুখ-সমৃদ্ধি অহা।

কলা সাপঃ সপোনত কলা ৰঙৰ সাপ দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। কলা সাপ দেখা মানেই আপোনাৰ সুখ্যাতি বাঢ়িবলৈ আৰম্ভ কৰিছে। ইয়াৰ অৰ্থ হৈছে অচিৰেই আপোনাৰ ইচ্ছাপূৰণ হ’ব।

ফেঁচাঃ সপোনত ফেঁচা দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। এইদৰে ফেঁচা দেখা মানেই আপোনাৰ খ্যাতি বাঢ়িবলৈ আৰম্ভ হৈছে। লক্ষ্মীৰ বাহন ফেঁচা দেখিলে সম্পদ লাভৰ যোগ বুলিও শাস্ত্ৰত উল্লেখ আছে।

শহাপহুঃ সপোনত শহাপহু দেখিলে খুবেই শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। শহা দেখামানেই জীৱনত প্ৰেমৰ আগমন হ’ব। যিকোনো কৰ্মতে সফলো হ’ব।

জেঁঠিঃ জেঠি দেখাটোও শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। জেঠি দেখা মানেই হঠাতেই ধনৰ আগমন ঘটা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে
জীৱনশৈলী

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

March 30, 2026
Next Post
হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…

হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে...

ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.