• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাক প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পতন অনিবাৰ্য! সংগ ত্যাগ সহযোগী দলৰ

পাক প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পতন অনিবাৰ্য! সংগ ত্যাগ সহযোগী দলৰ

4 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

8 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

8 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

9 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

9 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

10 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

10 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

10 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

11 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

11 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

12 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পাক প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পতন অনিবাৰ্য! সংগ ত্যাগ সহযোগী দলৰ

editor by editor
March 30, 2022
in বিশ্ব, ৰাজনীতি
0
পাক প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পতন অনিবাৰ্য! সংগ ত্যাগ সহযোগী দলৰ
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণৰ পূৰ্বেই পাকিস্তানৰ ইমৰাণ খানৰ চৰকাৰ পতন ঘটাটো প্ৰায় নিশ্চিত হৈছে৷ সহযোগী দলে ইমৰাণ খানৰ দল তেহৰিক-ই-ইনচাফ(পিটিআই)ৰ সংগ ত্যাগ কৰি বিৰোধী শিবিৰত চামিল হোৱাৰ পিছতে এই আশংকা ঘণীভূত হৈছে৷

উল্লেখ্য যে কিছুদিনৰ পৰা পাকিস্তানৰ ইমৰাণ খানৰ চৰকাৰখন ৰাজনৈতিক অস্থিৰতাত ভুগি আছে৷ বিৰোধী দলসমূহে ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে তেওঁ চৰকাৰখনে অহা ৩১ মাৰ্চত অগ্নিপৰীক্ষাৰ সন্মুখীন হোৱাৰ কথা আছে৷

বিৰোধী নেতা শ্বেহবাজ শ্বৰীফে ইমৰাণ খান চৰকাৰৰ বিৰুদ্ধে পাকিস্তানৰ সংসদত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে৷ সংসদৰ অধ্যক্ষই উক্ত প্ৰস্তাৱ গ্ৰহণ কৰি অহা ৩১ মাৰ্চত প্ৰস্তাৱৰ ওপৰত বিতৰ্কৰ আয়োজন কৰি সন্ধিয়া ৪ বজাত অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোটগ্ৰহণ কৰাৰ কথা৷

লগতে পঢ়ক গাৰ নোম শিয়ঁৰি উঠা দৃশ্য! চলন্ত ৰে’লত বাগৰি পৰি মৃত্যু কনিষ্টবলৰ, চাওক ভিডিঅ’

কিন্তু ইয়াৰ এদিনৰ পূৰ্বে অৰ্থাৎ বুধবাৰে ইমৰাণ খানৰ দল পিটিআইৰ প্ৰধান সহযোগী দল মুত্তাহিদা কৌমি মুভমেণ্ট পাকিস্তান (এমকিউএম) খান চৰকাৰৰ সংগ ত্যাগ কৰি বিৰোধী শিবিৰত চামিল হোৱাই নহয় এক চুক্তিটো স্বাক্ষৰ কৰিছে৷ এমকিউএ-এ সংগ ত্যাগ কৰাৰ লগে লগে ইমৰাণ খানৰ চৰকাৰখন কাৰ্যতঃ সংখ্যালঘুত পৰিণত হৈছে৷

ইয়াৰ পিছতে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে বুধবাৰে সন্ধিয়ালৈ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰা দেখা গৈছে৷

লগতে পঢ়ক বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে

ইফালে, এমকিউএম-এ দেশৰখনৰ প্ৰধান বিৰোধী দল পাকিস্তান পিপলছ পাৰ্টি (পিপিপি)ৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পিছতে পিপিপিৰ অধ্যক্ষ বিলাৱাল ভুট্টো জৰ্ডাৰীয়ে এক টুইট কৰিছে৷ ‘‘ইতিমধ্যে ঐক্যৱদ্ধ বিৰোধী জোটত এমকিউএমৰ মাজত এক চুক্তি স্বাক্ষৰ হৈছে৷ ৰাবতা কমিটিয়ে পিপিপি নেতৃত্বাধীন ঐক্যৱদ্ধ বিৰোধী  জোট আৰু এমকিউএমৰ মাজৰ চুক্তিক অনুমোদন জনাইছে৷’’ টুইটত জৰ্ডাৰীয়ে এইদৰে কয়৷

উল্লেখ্য যে অনাস্থা প্ৰস্তাৱত ইমৰাণ খানক পৰাভূত কৰিবলৈ বিৰোধী শিবিৰক ১৭২ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন৷ এমকিউএম-এ ইমৰাণ খানৰ সংগ ত্যাগ কৰাৰ পিছতে বিৰোধীৰ সমৰ্থিত সদস্যৰ সংখ্যা ১৭৭ লৈ বৃদ্ধি পালে৷ ইফালে ইমৰাণ খানৰ সমৰ্থনত আছে ১৬৪ গৰাকী সাংসদৰ সমৰ্থন৷ সেয়ে ইমৰাণ খানৰ চৰকাৰখন পতন একপ্ৰকাৰে নিশ্চিত বুলিয়ে ধাৰণা কৰা হৈছে৷

See Morec

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPak PMPM Imran Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?
জীৱনশৈলী

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

April 2, 2026
Next Post
চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.